Unnamed: 0
int64
0
50.5k
source
stringlengths
1
1.85k
target
stringlengths
1
8.31k
lang
stringclasses
3 values
3,100
Do you want to install this software now?
আপুনি এই চফ্টৱেৰক এতিয়া ইনস্টল কৰিব বিচাৰে নেকি?
asm_Beng
3,101
T_ake ownership of filesystem
নথিপত্ৰ-প্ৰণালীৰ গৰাকি গ্ৰহণ কৰা হ'ব (_a)
asm_Beng
3,102
Happy people...
সুধাকণ্ঠৰ মানুহে .
asm_Beng
3,103
The process to elect BJP State Presidents has started.
উল্লেখ্য যে সমগ্ৰ দেশৰ ৰাজ্যসমূহত বিজেপিৰ সভাপতি পদৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছে।
asm_Beng
3,104
Jammu and Kashmir terror attack
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ
asm_Beng
3,105
Background color as a string
পঙ্‌ক্তি হিচাপে পটভূমিৰ ৰং
asm_Beng
3,106
Some Bluetooth devices block connections by default, or require you to change a setting to allow connections to be made. Make sure that your device is set up to allow connections.
কিছুমান ব্লুটুথ ডিভাইচে অবিকল্পিতভাৱে সংযোগ প্ৰতিৰোধ কৰে, অথবা আপোনাক সংযোগ স্থাপন কৰিবলৈ আপোনাক এটা সংহতি পৰিবৰ্তন কৰিবলৈ ক'ব পাৰে। আপোনাৰ ডিভাইচ সংযোগৰ অনুমতি দিবলৈ সংস্থাপিত থকাটো সুনিশ্চিত কৰক।
asm_Beng
3,107
See it another way.
আন সৱ দেৱতাক দেখি৷
asm_Beng
3,108
This is my personal feeling.
এয়া মোৰ ব্যক্তিগত উপলব্ধি।
asm_Beng
3,109
Everybody is same.
সকলোৰে একেই অৱস্থা।
asm_Beng
3,110
How do these words relate to our walking modestly with God?
‘ নম্ৰভাৱে ঈশ্বৰৰ সৈতে চলাত ’ কি সন্মিলিত আছে?
asm_Beng
3,111
46th Indian Labour Conference
৪৬সংখ্যক ভাৰতীয় শ্ৰমিক সন্মিলন
asm_Beng
3,112
The situation became tense.
পৰিস্থিত লাহে লাহে উত্তপ্ত হৈ পৰিছিল।
asm_Beng
3,113
It rained a little.
অলপ বৰষুণ দিছিল।
asm_Beng
3,114
Choose an application...
এটা অনুপ্ৰয়োগ বাছক...
asm_Beng
3,115
During the Franco regime (1939 - 75), hundreds of dedicated young Witnesses took a stand as Christian neutrals. Many of them spent ten years or more in military prisons.
তেওঁলোকৰ এনে কাৰ্য্যৰ বাবে বহুতো ভায়ে সৈনিক কাৰাগাৰত দহ বছৰতকৈ বেছি সময় কটাবলগীয়া হৈছিল ।
asm_Beng
3,116
Where is change?
ক’ত পৰিৱৰ্তন?
asm_Beng
3,117
Finally, she decided to write him a letter.
শেষত জিণ্টুৱে চিঠি এখনকে লিখাৰ সিদ্ধান্ত ল’লে।
asm_Beng
3,118
It is coming from the BJP headquarters.
তাৰ পৰা বিজেপিৰ মুখ্য কাৰ্যালয়লৈ নিয়া হয় ।
asm_Beng
3,119
Science and, Contradict?
আপুনি ঈশ্বৰৰ সৈতে চলিবনে?
asm_Beng
3,120
"""We are ready to sacrifice everything for the country."""
‘জাতি-মাটিৰ স্বাৰ্থত আমি সকলো ত্যাগ কৰিবলৈ সাজু আছো।
asm_Beng
3,121
Toward the end of his life when he was giving counsel to his younger companion Timothy, Paul warned him that all Christians would face trials.
ময়ো অধ্যয়ন কৰিব বিচাৰোঁ, গতিকে অনুগ্ৰহ কৰি মোক সহায় কৰক । ”
asm_Beng
3,122
Goswami had been keeping unwell for a long time
দীৰ্ঘদিন ধৰি সত্ৰাধিকাৰ গোস্বামী অসুস্থ হৈ আছিল।
asm_Beng
3,123
Yet, despite his vast knowledge, he thought of his listeners, not of himself.
কল্পনা কৰক যে তেওঁ যদি বিচৰাহ’লে এনে শব্দসমূহ ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন ।
asm_Beng
3,124
out of your body
তোমাৰ শৰীৰেৰে
asm_Beng
3,125
But with the passage of time, fresh pressures have mounted.
কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে কিছু নতুন ধাৰাৰ আগমন ঘটিছে।
asm_Beng
3,126
What would happen
কি হ’ব কোৱা ?
asm_Beng
3,127
It is only natural to ask, How does Jehovah help us? Let us examine four ways in which he does so.
এতেকে এনেদৰে সোধাটো স্বাভাৱিক যে, ‘ যিহোৱাই কেনেকৈ আমাক সহায় কৰে? ’
asm_Beng
3,128
He was brought to Delhi for treatment.
কৰ্কটৰ চিকিৎসা কৰাবলৈ তেওঁ দিল্লীলৈ গৈছিল ।
asm_Beng
3,129
Later today, we will sign the Memorandum of Obligations.
আজি আবেলিলৈ আমি দায়ৱদ্ধতাৰ চুক্তি স্বাক্ষৰ কৰিম।
asm_Beng
3,130
At no one in particular!
বিশেষ হোৱাৰ একো নাই কাৰণ!
asm_Beng
3,131
"I pay my homage to him and condolences to his family."""
"মই তেওঁলোকৰ ত্যাগক প্ৰণাম জনালো আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জনালো""।"
asm_Beng
3,132
We hope that you love it.
%s বাচি লোৱাৰ বাবে ধন্যবাদ।
asm_Beng
3,133
We cannot go anywhere.
আমি কোনেও ওলাই যাব নোৱাৰোঁ ।
asm_Beng
3,134
The condition of the two other patients is said to be critical.
প্ৰাপ্ত খবৰ অনুসৰি দুজন ৰোগীৰ অৱস্থা সংকটজনক।
asm_Beng
3,135
The commission formulated seven criteria to judge whether a sport should be included on the Olympic programme.
এই কমিছনে কোনো এক খেলক অলিম্পিকত অন্তৰ্ভুক্ত কৰিবলৈ সাতটা মাপকাঠি(criteria) নিৰ্ধাৰণ কৰি দিছে।
asm_Beng
3,136
Christendoms End at Hand! ( a) Of what is Christendom guilty?
খ্ৰীষ্টীয় জগতৰ অন্ত একেবাৰে কাষ চাপিলহি!
asm_Beng
3,137
Such a view is deceptive, for giving oneself up to sin ultimately leads to ruin. Romans 8: 6. In what ways may we be ensnared by self - deception?
তেনেধৰণৰ মনোবৃত্তি হৈছে প্ৰবঞ্চনা যি এজন ব্যক্তিক পাপলৈ পৰিচালিত কৰি মৃত্যুৰ মুখত পেলায় । ​ —⁠ ৰোমীয়া ৮ :⁠ ৬.
asm_Beng
3,138
But he did not listen to us.
কিন্তু তেওঁ আমাৰ লগত কোনো কথা পতা নাছিল।
asm_Beng
3,139
He said, We are Indian first and then we belong to any community
তেওঁ কয়, “ আমি প্ৰথমে ভাৰতীয়, তাৰ পিছতহে কোনো জাতি-জনগোষ্ঠীৰ কথা আহে”।
asm_Beng
3,140
We had the pleasure of receiving President Moon Jae-in and First Lady Mrs. Kim Jung-sook in India in July last year.
বিগত বৰ্ষৰ জুলাই মাহত ৰাষ্ট্রপতি মুন জে ইন আৰু ফার্স্ট লেডী শ্রীমতী কিম ঝাং–ছ্যুকক ভাৰতত স্বাগতম জনোৱাৰ সৌভাগ্য হৈছিল।
asm_Beng
3,141
You have blocked add-on installation for this website.
এই ৱেবছাইটৰ বাবে আপুনি এড-অন ইনষ্টলেশ্যন অৱৰোধ কৰিছে।
asm_Beng
3,142
in the congregation? What rewards are promised to those who are mild - tempered?
মৃদুতাৰে আচৰণ কৰাসকলৰ বাবে ভৱিষ্যতে কেনে আশীৰ্ব্বাদ সাঁচি থোৱা হৈছে?
asm_Beng
3,143
The unwillingness on the part of the people of Gibeah to extend hospitality was an indication of a moral shortcoming.
গিবিয়াত থকা লোকসকলে অতিথিসেৱা আগবঢ়োত বিফল হোৱাই তেওঁলোকৰ নৈতিকতাৰ পতন হোৱাক নিৰ্দ্দেশিত কৰে ।
asm_Beng
3,144
I don't want to be boring.
মই অতিৰঞ্জন কৰিব নুখোজো।
asm_Beng
3,145
Hence, they did not hesitate to stick to their convictions and not partake of unclean food.
( দানিয়েল ১ :⁠ ৮) গতিকে আঁহক আমিও পৰীক্ষাৰ সন্মুখীন হোৱাৰ আগেয়ে, নৈতিকৰূপে শুদ্ধ থাকোঁহঁক ।
asm_Beng
3,146
[ Pictures on page 11]
[ ৯ পৃষ্ঠাৰ ছবিসমূহ]
asm_Beng
3,147
National security!
জাতীয় সম্পদ ৰক্ষা!
asm_Beng
3,148
A nice time lies ahead for you
এক সুন্দৰ সময়ে আপোনাৰ বাবে অপেক্ষা কৰিছে।
asm_Beng
3,149
Later, the phone rings.
অলপ পিছত নিবিৰ ফোন আহিল তালৈ।
asm_Beng
3,150
IN THE first century of our Common Era, Pompeii and Herculaneum were two prosperous Roman cities that were situated in the shadow of Mount Vesuvius.
ধনৱন্ত ৰোমানসকলৰ বাবে এই দুখন চহৰ আনন্দ উপভোগৰ কেন্দ্ৰ হৈ পৰিছিল ।
asm_Beng
3,151
Jehovah expects what of those taking the lead among his people?
অৱশ্যেই পৰা নাছিল!
asm_Beng
3,152
But that's not so.
কিন্তু কথাবোৰ তেনে নহয় ।
asm_Beng
3,153
The VPN connection '%s' failed because the connection attempt timed out.
সংযোগ চেষ্টা সময় অন্ত হোৱা বাবে VPN সংযোগ '%s' ব্যৰ্থ হল।
asm_Beng
3,154
Why do I have less battery life than I did on Windows/Mac OS?
মোৰ বেটাৰি শক্তি Windows/Mac OS ৰ তুলনাত কম কিয়?
asm_Beng
3,155
Come out in the open.
খুলিলোঁ বাহিৰতে।
asm_Beng
3,156
Reasonableness and Modesty Essential What should we recognize about our own mistakes? Our own errors, even in small matters, can gradually complicate our lives.
এই বিষয়ে পত্নী গৰাকীয়ে এইদৰে কয়: “আমি দিনটোত যিমানেই কাম নকৰোঁ কিয়, কিন্তু প্ৰত্যেক দিনা প্ৰায় একে সময়তে নিশা শুবলৈ চেষ্টা কৰোঁ ।
asm_Beng
3,157
But there is no jealousy between the two.
কিন্তু বিবাহ-বিচ্ছেদো নাই হোৱা দুই জনৰ মাজত ।
asm_Beng
3,158
In that very hour, Jehovah also demonstrated his love for 84 - year - old Anna by directing her to Jesus as well.
ৱালটাৰ্‌ লউৰী নামৰ এজন বিশ্বপে এইদৰে কৈছিল: “যিজনে ঈশ্বৰৰ নাম নাজানে, বাস্তৱতে ঈশ্বৰ যে এজন ব্যক্তি হয় তাক তেওঁ নাজানে । ”
asm_Beng
3,159
Love stories in college
ঢকুৱাখনা কলেজত প্ৰেমৰ
asm_Beng
3,160
It is possible a big decision is taken in this meeting.
এই বৈঠকতে ৰাজ্যখনক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব পাৰে।
asm_Beng
3,161
Snow showers
তুষাৰযুক্ত বৃষ্টিপাত
asm_Beng
3,162
True if the background settings manager plugin is enabled.
true যদি পৃষ্ঠভুমিৰ পছন্দৰ পৰিচালকৰ প্লাগ-ইন সক্ৰিয় কৰা হৈছে ।
asm_Beng
3,163
The agreement is aimed at facilitating mutual logistic support between India and the US for authorized port visits, joint exercises, joint training and HA-DR (humanitarian assistance and disaster relief).
অনুমোদিত বন্দৰ পৰিদৰ্শন, সংযুক্ত কচৰৎ, যুটীয়া অনুশীলন আৰু মানৱীয় সহায় তথা দুৰ্যোগ সাহাৰ্যৰ বাবে ভাৰত আৰু আমেৰিকাৰ মাজত পাৰস্পৰিক পৰিবহণ সহযোগিতা বৃদ্ধি এই চুক্তিৰ উদ্দেশ্য৷
asm_Beng
3,164
In this system of things, what is considered good in some circles may be viewed as bad in others. If we are to enjoy peace and happiness, however, there must be one standard of goodness.
( গালাতীয়া ৫ :⁠ ২২, ২৩) যেতিয়া আমি আনৰ প্ৰতি উত্তম আৰু লাভদায়ক কাৰ্য্য কৰোঁ তেতিয়া এই গুণ প্ৰকাশ পায় ।
asm_Beng
3,165
He will address a public meeting, and distribute RuPay cards to beneficiaries at the Shri Kshetra Dharmasthala Rural Development Project, at Ujire.
ইয়াৰ পাছতে উজিৰত তেওঁ এখন জনসভাত ভাষণ আগবঢ়োৱাৰ লগতে শ্ৰী ক্ষেত্ৰ ধৰমশালা গ্ৰামোন্নয়ন প্ৰকল্পৰ হিতাধিকাৰীক ৰুপে কাৰ্ড প্ৰদান কৰিব।
asm_Beng
3,166
To this day, nearly 2,000 years after they were spoken by Jesus, such powerful sayings are easily called to mind.
“ যিবোৰে তৰোৱাল ধৰে, সেই সকলোৱে তৰোৱালৰ দ্বাৰাই বিনষ্ট হব । ”
asm_Beng
3,167
A menu to quickly switch between users
ব্যৱহাৰকৰোঁতাৰ মাজত শীঘ্ৰে সলনি কৰিবলৈ তালিকা
asm_Beng
3,168
According to Jesus own explanation, the seed is the Kingdom message found in Gods Word, and the soil represents people with differing conditions of the heart.
যীচুৰ অনুসাৰে সেই কঠিয়া ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা আৰু ভিন্ন ধৰণৰ মাটিয়ে লোকসকলৰ হৃদয়ৰ অৱস্থাক বুজাইছে ।
asm_Beng
3,169
In accordance with Isaiah 43: 10, they were Jehovahs Witnesses! Coincidentally or not, the Devil unleashed a wave of unprecedented persecution around the globe.
কিন্তু পাছলৈ যিচয়া ৪৩ :⁠ ১০ পদত উল্লেখ কৰা অনুসাৰে যিহোৱাৰ সাক্ষী নাম ধাৰণ কৰে ।
asm_Beng
3,170
The driver of the truck managed to flee from the spot.
অৱশ্যে ট্ৰাকখনৰ চালকজন ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়।
asm_Beng
3,171
Many housewives do this while working around the house. In effect, they are imitating the psalmist Asaph, who wrote: I shall remember the practices of Jah. for I will remember your marvelous doing of long ago.
এইদৰে তেওঁলোকে গীত ৰচোঁতা আচফক অনুকৰণ কৰে যিজনে এইদৰে লিখিছিল: “মই যিহোৱাৰ কাৰ্য্যবোৰ উল্লেখ কৰিম. কিয়নো মই তোমাৰ পূৰ্ব্বকালৰ আচৰিত কৰ্ম্মবোৰ সোঁৱৰণ কৰিম ।
asm_Beng
3,172
They are against the idea of India, that is why they are opposing Hindu refugees getting citizenship, he said.
তেওঁলোক ভাৰতৰ ধাৰাণাৰ বিৰোধী সেই বাবে তেওঁলোকে হিন্দু শৰণাৰ্থীক নাগৰিকত্ব দিয়াৰ বিৰোধিতা কৰিছে,’’-তেওঁ লগতে কয়।
asm_Beng
3,173
The stock icon displayed on the item
আইটেমে যি স্টক (Stock) আইকন প্ৰদৰ্শন কৰা হ'ব
asm_Beng
3,174
In times past, fires were lit on the rocky cliffs of England to indicate where refuge from storms could be found. Ships crews were grateful to be guided by these lights into safe harbors.
( যোহন ৯ :⁠ ১৭, ৩০ - ​ ৩৪) খ্ৰীষ্টান মণ্ডলীৰ অভিষিক্তসকলক পাঁচনি পিতৰে “এক বিশেষ লোক ” বুলি উল্লেখ কৰিছিল ।
asm_Beng
3,175
In that case, how would the Scriptures be fulfilled that it must take place this way?
কিন্তু তাক কৰিলে, এইদৰে ঘটিব লাগে বুলি কোৱা শাস্ত্ৰীয় বচন কেনেকৈ সিদ্ধ হব? ”
asm_Beng
3,176
The candid account of Davids shortcomings testifies to the fact that the Bible is the inspired Word of God.
দায়ূদৰ ত্ৰুটীৰ এনে স্পষ্ট বিৱৰণীয়ে প্ৰমাণ কৰিছে যে বাইবেলখন ঈশ্বৰ প্ৰেৰিত বাক্য ।
asm_Beng
3,177
klauncher: This program is not supposed to be started manually. klauncher: It is started automatically by kdeinit4.
klauncher: এই প্ৰোগ্ৰাম ব্যৱহাৰকৰোঁতা দ্বাৰা আৰম্ভ কৰা সম্ভৱ নহয় । klauncher: kdeinit4 দ্বাৰা এটি স্বয়ংক্ৰিয় ৰূপে আৰম্ভ কৰা হয় ।
asm_Beng
3,178
Rhaeto-Romanic
ৰাইটো-ৰোমানিক
asm_Beng
3,179
The task of transforming India is proceeding on an unprcedented scale.
ভাৰতৰ পৰিৱৰ্তন প্রক্রিয়াৰ কাম অভূতপূৰ্ব গতিত আগুৱাই গৈছে।
asm_Beng
3,180
Mildness of temper is sometimes thought to imply weakness of character. However, that is not the case.
এইটো ক’ব পৰা যায় যে নম্ৰ গুণটো আৰু আত্মনিয়ন্ত্ৰণৰ মাজত এক নিবিড় সৰ্ম্পক আছে ।
asm_Beng
3,181
Clear history when { -brand-short-name } closes
যেতিয়া { -brand-short-name } বন্ধ হব শেহতীয়া ইতিহাস পৰিষ্কাৰ কৰিব
asm_Beng
3,182
The fight will be between the BJP and the Congress.
শিলচৰত কংগ্ৰেছ আৰু বিজেপিৰ মাজতে হ’ব প্ৰতিদ্বন্দ্বিতা।
asm_Beng
3,183
Priests were to take care of matters dealing with uncleanness contracted by individuals.
শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হ’ল:
asm_Beng
3,184
He did exactly that.
তেৱোঁ ঠিক তাকেই কৰিছিল।
asm_Beng
3,185
The ceremony was attended by Union Home Minister Rajnath Singh and BJP chief Amit Shah.
কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ লগতে শপতগ্ৰহণ অনুষ্ঠানটোত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত আছিল।
asm_Beng
3,186
We may sit down with good intentions of feeding spiritually, but before long the mind may, in effect, be grazing in other pastures.
তেহে আগলৈ আমি বিশ্বাসী আৰু বুদ্ধিমান দাসবৰ্গই প্ৰবন্ধ কৰা বিভিন্ন বিষয়বোৰত অনুসন্ধান কৰিব পাৰিম ।
asm_Beng
3,187
To teach with simplicity, then, a first requirement is to watch our vocabulary.
বাৰু আমি মহান শিক্ষকজনৰ পৰা কি শিকিলোঁ?
asm_Beng
3,188
So far no one was forthcoming on the issues involved in this incident.
এই ঘটনাৰ আঁৰত কোন জড়িত বৰ্তমানলৈ আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।
asm_Beng
3,189
The Banning of Unregulated Deposit Schemes Bill, 2018 was introduced in Parliament on 18th July, 2018 and was referred to the SCF, which submitted its Seventieth Report on the said Bill to Parliament on 3rd January, 2019.
বিত্ত মন্ত্ৰালয়ৰ স্থায়ী কমিটীৰ পৰামৰ্শৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছে৷ ২০১৮ৰ ১৮জুলাইত অনিয়ন্ত্রিত সঞ্চয় আঁচনি নিষিদ্ধকৰণ বিধেয়ক, ২০১৮উত্থাপন কৰা হৈছিল।
asm_Beng
3,190
In the interim budget for 2019-20, Government of India introduced a mega pension scheme namely Pradhan Mantri Shram Yogi Maan-dhan (PM-SYM) to ensure old age protection for unorganized Workers, whose monthly income is Rs 15,000/ per month or less
২০১৯–২০ অন্তৱৰ্তীকালীন বাজেটত কেন্দ্রীয় চৰকাৰে প্ৰধানমন্ত্রী শ্ৰমযোগী মান–ধন যোজনা আৰম্ভ কৰাৰ কথা ঘোষণা কৰা হৈছিল।
asm_Beng
3,191
Copy _Time
সময় নকল কৰক(_T)
asm_Beng
3,192
Not so in our country.
আমাৰ দেশ তথা ৰাজ্যত কথাটো এনেকুৱা নহয়।
asm_Beng
3,193
Tukiso lived in the poorest part of the capital. Many of his neighbors had looted shops in order to survive.
জীয়াই থাকিবলৈ চুবুৰীয়াৰ বহুতে দোকান লুট কৰে ।
asm_Beng
3,194
Staying calm.
শান্তভাৱে বৈ গৈ আছে৷
asm_Beng
3,195
Most Northeastern states have opposed the proposed legislation.
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়কেইখন ৰাজ্যই এই বিধেয়কখনৰ বিৰোধিতা কৰিছে।
asm_Beng
3,196
From there he will proceed to Delhi.
তাৰ পৰা তেওঁক লৈ যোৱা হ’ব দিল্লীলৈ।
asm_Beng
3,197
Walk With God in These Turbulent Times Enoch kept walking with the true God.
এই দুৰ্যোগপূৰ্ণ সময়ছোৱাত যিহোৱাৰ সৈতে চলক
asm_Beng
3,198
Child killed in hut fire
বিলাসীপাৰাত জীৱন্তে অগ্নিদগ্ধ হৈ শিশুৰ মৃত্যু
asm_Beng
3,199
What do the remarkable events associated with the survival of these Canaanites teach us about Jehovah?
তেনেকৈ কিয় হৈছিল?
asm_Beng