Unnamed: 0 int64 0 50.5k | source stringlengths 1 1.85k ⌀ | target stringlengths 1 8.31k ⌀ | lang stringclasses 3
values |
|---|---|---|---|
3,800 | As a close friend and neighbour, Bhutan enjoys diplomaticand military support from India. | নিকট বন্ধু তথা প্ৰতিবেশী হিচাপে ভূটানে ভাৰতৰ পৰা কূটনৈতিক আৰু সামৰিক সহযোগ লাভ কৰি আহিছে। | asm_Beng |
3,801 | Malachis prophecy showed that this great Elijah work would be done before the great and fear - inspiring day of Jehovah. | এক প্ৰকাৰে হৈছে তেওঁৰ উদ্দেশ্যক বুজিবলৈ সহায় কৰাৰ দ্বাৰা । | asm_Beng |
3,802 | Couldn't recognize the image file format for file '%s' | '%s' ফাইলৰ বাবে ছবি ফাইলৰ বিন্যাস চিনিব নোৱাৰিলো | asm_Beng |
3,803 | Following the incident, the filmmaker decided not to shoot the movie. | এই ঘটনাৰ পিছতে অঞ্চলটোত ছবিৰ দৃশ্যগ্ৰহণৰ কাম নকৰাৰ সিদ্ধান্ত লয়। | asm_Beng |
3,804 | Several questions arise at this juncture. | বৰ্তমান সময়ত উত্থাপিত হৈছে তেনে কিছু প্ৰশ্ন। | asm_Beng |
3,805 | He is an actor and film producer. | তেওঁলোকে ভূৱা অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজকৰ কামো কৰি আছে। | asm_Beng |
3,806 | Yet, you know that the vital rain falls, watering the earth, sustaining plants, making life possible and pleasant. | ইয়াত কোনো সন্দেহ নাই যে আচৰিত আৰু লাভজনক কৰ্ম্ম কৰোঁতাজনৰ অসীম জ্ঞান আৰু শক্তি আছে । | asm_Beng |
3,807 | You can easily share files with your contacts by email directly from the file manager. | আপুনি ফাইল ব্যৱস্থাপকৰ পৰা প্ৰত্যক্ষভাৱে আপোনাৰ পৰিচয়সকলৰ সৈতে ফাইলসমূহ সহজতে অংশীদাৰী কৰিব পাৰিব। | asm_Beng |
3,808 | We need not be embarrassed to ask for help to overcome our weaknesses | নিজৰ দুৰ্ব্বলতাত সহায় বিচাৰিবলৈ সংকোচবোধ কৰা উচিত নহয় | asm_Beng |
3,809 | Package failed to build | পেকেইজ সৃষ্টি কৰিবলে ব্যৰ্থ হল | asm_Beng |
3,810 | Some scholars suggest that the prophetesses of Thyatira tried to entice Christians to worship trade - guild gods and goddesses and to participate in festivals involving food sacrificed to idols. | কিছুমান বিদ্বানৰ মতে থূয়াতীৰাৰ ‘ ভাববাদিনীসকলে ’ শিল্প দেৱী - দেৱতাবোৰৰ উপাসনা আৰু সিহঁতৰ নামত খাদ্য অৰ্পণ কৰা উৎসৱত ভাগ লবলৈ খ্ৰীষ্টানসকলক প্ৰলোভিত কৰিছিল । | asm_Beng |
3,811 | The vast majority of those suffering from the virus are in China. | সৰ্বাধিক আক্ৰান্ত হৈছে চীনৰ য়ুহানত বাস কৰা সকল। | asm_Beng |
3,812 | Change how quickly the pointer moves when you use your mouse or touchpad. | যেতিয়া আপুনি আপোনাৰ মাউছ অথবা টাচপেড ব্যৱহাৰ কৰে পোইন্টাৰ স্থানান্তৰ হোৱাৰ গতি পৰিবৰ্তন কৰক। | asm_Beng |
3,813 | at level %d! | %d স্তৰত ! | asm_Beng |
3,814 | False teachers focused on angels, those powerful spirits used to deliver the Law to Moses. | এতেকে তেওঁলোকৰ কোনো এজনৰ এই বিষয়ে সন্দেহ হোৱাটো উচিত আছিলনে? | asm_Beng |
3,815 | In early America, reading and religion were inextricably intertwined, defining a culture based entirely on familiarity with the Bible, says the book A History of Private Life Passions of the Renaissance. | গতিকে তেওঁলোকৰ সকলোৱে বাইবেলত উল্লেখ কৰা প্ৰত্যেকটো বাক্যৰ বিষয়ে জানিছিল । ” | asm_Beng |
3,816 | Birth anniversary celebrated | সোণাৰিত ৰূপকোঁৱৰৰ জন্ম দিন পালন | asm_Beng |
3,817 | Downloading messages in folder '%s' | ফোল্ডাৰ '%s' ত বাৰ্তাসমূহ ডাউনল'ড কৰা হৈছে | asm_Beng |
3,818 | Refresh page to try again. | পুনৰ চেষ্টা কৰিবলৈ পৃষ্ঠা সতেজ কৰক। | asm_Beng |
3,819 | But I did not stop. | কিন্তু মই নোযোৱাতোকে থিক কৰিলো দে । | asm_Beng |
3,820 | To remove a workspace, simply close all of its windows or move them to other workspaces. | এটা কাৰ্য্যস্থান আতৰাবলৈ, সকলো উইন্ডো বন্ধ কৰক অথবা অন্য কাৰ্য্যস্থানসমূহলৈ স্থানান্তৰ কৰক। | asm_Beng |
3,821 | Can you understand? | কিবা বুজি পাৱ? | asm_Beng |
3,822 | If a wife can tactfully explain her faith to her husband, that is fine. | সত্যত নথকা স্ত্ৰীসকলে নিজৰ স্বামীত অনেক পৰিৱৰ্তন দেখিবলৈ পাইছে । | asm_Beng |
3,823 | How may covetousness, greed, or love of money amount to idolatry? | ( কলচীয়া ৩ : ৫) কুঅভিলাষ, লোভ অথবা ‘ ধনৰ লোভ, ’ কেনেকৈ দেৱপূজা কৰাৰ সমান হয়? | asm_Beng |
3,824 | But he could not be found. | কিন্তু সন্ধান উলিয়াব পৰা নাছিল চোৰৰ। | asm_Beng |
3,825 | Adoption was essentially a Roman usage, and was closely connected with the Roman ideas of family, says the book St. | ( ফোটনোটত চাওক ।) | asm_Beng |
3,826 | Perhaps you and your family feel that you are in a position to move to a place where the need for Kingdom preachers is greater. | মই উপযুক্ত ভিছা লাভ কৰিব পাৰিমনে? | asm_Beng |
3,827 | Jamni River is a river in northern India. | জাঁজী নদী (ইংৰাজী: Jhanji River) হৈছ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ। | asm_Beng |
3,828 | He tweeted, This Women's Day, I will give away my social media accounts to women whose life & work inspire us | এটা টুইটত তেওঁ এই কথা প্ৰকাশ কৰি কয়, “ আমাক জীৱন আৰু কাম-কাজেৰে অনুপ্ৰাণিত কৰা মহিলাসকলৰ বাবে এইবাৰৰ আন্তৰ্জাতিক নাৰী দিৱসত মই ছ’চ্ছেল মিডিয়া ত্যাগ কৰিম। | asm_Beng |
3,829 | Christians who unrepentantly commit idolatry or sexual immorality cannot inherit Gods kingdom . their portion will be... the second death. | টাৰ্টুলিয়ানে আগলৈ এইদৰে কয় যে, তেজ পান কৰা মূৰ্ত্তিপূজক বিপৰীতে খ্ৰীষ্টানসকলে “নিজৰ আহাৰত আনকি জীৱ - জন্তুৰো তেজ মিহলি নকৰিছিল । ”... | asm_Beng |
3,830 | Surrounding the domain of the spiritual paradise is Satans world, ready to assimilate any who have become spiritually drowsy. It is imperative that we keep on the watch and prove ourselves ready for Jehovahs day. Matthew 24: 42, 44. | নোহৰ দিনৰ জল - প্লাৱন আৰু বৰ্তমান জগতৰ ধ্বংসৰ মাজত কেনে সাদৃশ্যতা দেখিবলৈ পোৱা যায়? | asm_Beng |
3,831 | It needs a huge amount of money. | তেখেত ইমান ডাঙৰ খৈলুৱৈ টকা বহুত লাগিব। | asm_Beng |
3,832 | Shocking crime! | নিৰ্লজ্জ কাণ্ড! | asm_Beng |
3,833 | The transgression of lips can cause much damage in a judicial setting. The king of Israel says: He that launches forth faithfulness will tell what is righteous, but a false witness, deception. The true witness launches forth faithfulness because his testimony is reliable and trustworthy. | ( যিচয়া ৫৫ : ৭. লূক ১৫ : ১১ - ৩২. মথি ১৮ : ২৩ - ৩৫) যদিও যিহোৱাৰ ক্ষমা আবেগপূৰ্ণ নহয় তথাপিও তেওঁ দোষীক শাস্তি বিহাকে নাথাকে । | asm_Beng |
3,834 | Such friends will help you to reach your goals. Besides, why would you want to be close to someone whose standards and morals you do not share? | উদাহৰণস্বৰূপে, আমি একেই বিশ্বাস, নৈতিক দৃষ্টিভঙ্গী আৰু ভাল - বেয়া নিৰ্ণয় কৰাৰ একেই স্তৰ হোৱা লোকসকলৰ সৈতে বন্ধুত্ব স্থাপন কৰা আৱশ্যক । | asm_Beng |
3,835 | This once again makes the point that to have a relationship with God and to receive his promised blessings, one must be clean and free from physical and spiritual defilement and corruption. | কিয়নো বৰ্তমান সময়ত শুদ্ধতাৰ প্ৰতি লোকসকলৰ বিভিন্ন ধাৰণা আছে, কিন্তু যিহোৱাই শুদ্ধতা আৰু বাঞ্চনীয়ৰ প্ৰতি কি দৃষ্টি ৰাখে তাক আমি বুজি পোৱা আৱশ্যক । | asm_Beng |
3,836 | He also added that the Narendra Modi-led government is committed to the security of the country. | তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ শলাগ লৈ কয় যে দেশ এতিয়া সুৰক্ষিত। | asm_Beng |
3,837 | The BJPs first list will be released before it. | এই বৈঠকৰ পাছতেই প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব বিজেপিয়ে। | asm_Beng |
3,838 | Jehovahs loving - kindness motivates us to display loyal love, even under the most trying circumstances. | এই হেতুকে তোমালোক নিৰ্ব্বোধ নহবা, কিন্তু প্ৰভুৰ ইচ্ছা কি, তাক জ্ঞাত হোৱা । | asm_Beng |
3,839 | You have blocked notifications for this website. | এই ৱেবছাইটৰ বাবে আপুনি অধিসূচনা অৱৰোধ কৰিছে। | asm_Beng |
3,840 | Surely this ought to be a matter of great urgency for everyone. John 17: 3. | নিঃসন্দেহ, এই বিষয়টো সকলোৰে বাবে এক অতি গুৰুত্বপূৰ্ণ বিষয় । — যোহন ১৭ : ৩. (w05 10 / 1) | asm_Beng |
3,841 | What choices may be considered trivial, yet how do dedicated Christians view such? Many choices we make in our daily life may be considered routine or trivial. | উদাহৰণস্বৰূপে, আমি যি পৰিধান কৰোঁ, যি খাওঁ আৰু যিসকলক লগ পাওঁ, ই আমাৰ দৈনন্দিন জীৱনৰ এক ভাগ হৈ পৰে । | asm_Beng |
3,842 | Third is employment. | তৃতীয়তে কৰ্মহীনতা। | asm_Beng |
3,843 | May we, like Enoch, walk with God, although we live in turbulent times. [ Footnotes] | হনোকৰ কেনে ধৰণৰ বিশ্বাস আছিল? | asm_Beng |
3,844 | The same is true of family. | লগতে ৰাওনা হৈছে পৰিয়ালৰ লোকো। | asm_Beng |
3,845 | the requested UI attribute didn't exist | অনুৰোধ কৰা UI বৈশিষ্ট্য বৰ্তমানে অনুপস্থিত | asm_Beng |
3,846 | Basic properties | মৌলিক বৈশিষ্ট্যসমূহ | asm_Beng |
3,847 | Of course, we must not let love of self outweigh love of God and people. | আমি নিশ্চয়ে নিজৰ স্বাৰ্থৰ হকে যিহোৱা আৰু লোকসকলক প্ৰেম কৰা উচিত নহয় । | asm_Beng |
3,848 | And for many years the child is unaware of the sacrifices you make. He takes them all for granted. Still, it makes you happy to see your child flourishing as a result of your unselfish giving. Why? | ঠিক সেইদৰে, গ্ৰহণ কৰাতকৈ দান কৰাটো হৈছে প্ৰেমৰ এটা ভাগ আৰু সত্য উপাসনাৰ এটা মূল বৈশিষ্ট্য । | asm_Beng |
3,849 | The very prophecy that speaks of the oncoming war of the great day of God the Almighty at Armageddon warns that some may not keep awake. Look! | আধ্যাত্মিকভাৱে নিদ্ৰাশিথল হৈ পৰা অৱস্থাক প্ৰতিৰোধ কৰক | asm_Beng |
3,850 | Prime Minister Narendra Modi expressed his delight over the passage of the bill. | প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এই বিধেয়কখন গৃহীত হোৱাত সন্তুষ্টি ব্যক্ত কৰে। | asm_Beng |
3,851 | The shell normally monitors active applications in order to present the most used ones (e.g. in launchers). While this data will be kept private, you may want to disable this for privacy reasons. Please note that doing so won't remove already saved data. | শ্বেলে সাধাৰনত সক্ৰিয় অনুপ্ৰয়োগসমূহ মনিটৰ কৰে যাতে সকলোতকৈ অধিক ব্যৱহৃতসমূহ (উদাহৰনস্বৰুপে লঞ্চাৰসমূহত) ক দেখুৱাব পাৰে। যত এই তথ্য গোপন ৰখা হব, আপুনি ইয়াক গোপনীয়তা কাৰণসমূহৰ কাৰণে অসামৰ্থবান কৰিব পাৰে। অনুগ্ৰহ কৰি মন কৰিব যে এনেকুৱা কৰাত ইতিমধ্যে সংৰক্ষীত তথ্য আতৰি নাযায়। | asm_Beng |
3,852 | He is misleading the entire inhabited earth and causing many of the troubles that beset mankind. | সি “গোটেই জগতৰ ভ্ৰান্তি জন্মায় ” আৰু মানুহক আক্ৰমণ কৰিবলৈ সকলো প্ৰকাৰৰ সমস্যা থিয় কৰে । | asm_Beng |
3,853 | If that is correct, this might help to explain why Peter was so often the first to speak. | কিয় ভাল সম্বন্ধ গঢ়ি তুলা অতি আৱশ্যক? | asm_Beng |
3,854 | He knows that his time is short, and he has great anger. | গতিকে সি যিমানে সম্ভৱ সিমানেই লোকসকলক, অৰ্থাৎ “গোটেই জগতৰ ভ্ৰান্তি ” জন্মাই ফুৰিছে । | asm_Beng |
3,855 | Package Manager Messages | সৰঞ্জাম পৰিচালকৰ সম্বাদ | asm_Beng |
3,856 | A crucial stage in settling the issue of Jehovahs sovereignty is drawing near. | w04 1 / 15) আপুনি কেনেকৈ উত্তৰ দিব? | asm_Beng |
3,857 | So what is to be done. | কি কৰিব গৈছে তাই । | asm_Beng |
3,858 | Jesus load is indeed refreshing, especially when compared with the spiritual darkness of those who remain under the yoke of false religion. | উদাহৰণস্বৰূপে, এই জগতত থকা জাকজমকতা, ধন - সম্পত্তি আৰু আমোদ - প্ৰমোদে আমাৰ বিচাৰধাৰাক প্ৰভাৱিত কৰিব পাৰে । | asm_Beng |
3,859 | His father was a medical doctor. | তেওঁৰ পিতৃ বেণু বিহাৰী চৌধুৰী এগৰাকী চিকিৎসক আছিল। | asm_Beng |
3,860 | There are so many things I need to talk to you about. | বহুত কথা পাতিবলৈ আছে তোমাৰ লগত। | asm_Beng |
3,861 | This is why I speak to them by the use of illustrations, because, looking, they look in vain, and hearing, they hear in vain, neither do they get the sense of it. and toward them the prophecy of Isaiah is having fulfillment, which says, By hearing, you will hear but by no means get the sense of it. and, looking, you wi... | দ্বিতীয়তে, যীচুৱে নিজেই বৰ্ণনা কৰিছিল যে যিসকলৰ হৃদয়ে কোনো প্ৰতিক্ৰিয়া নেদেখুৱাই তেওঁলোকক পৃথক কৰিবলৈ দৃষ্টান্তসমূহৰ ব্যৱহাৰ কৰিছিল । | asm_Beng |
3,862 | No doubt Jehovah and Jesus will make sure that many more such precious individuals will be found and helped before the end comes. Haggai 2: 7. | বাইবেলৰ পৰা শিকা সত্যক যে আমি প্ৰেম কৰোঁ তাক কি কি প্ৰকাৰে প্ৰকাশ কৰিব পাৰোঁ? | asm_Beng |
3,863 | It was actually a time of enormous advances in science and technology. | সাম্প্ৰতিক সময়চোৱা বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যাপক উত্তৰণৰ সময়। | asm_Beng |
3,864 | Priests, artisans, and others making their living from idolatry incited the populace against the Christians, who did not engage in idolatrous practices. | সেই সময়ত পুৰোহিত, কলাশিল্পী আৰু আন মূৰ্ত্তিপূজকসকলে মূৰ্ত্তি পূজা নকৰা খ্ৰীষ্টানসকলৰ অহিতে কাৰ্য্য কৰিবলৈ ৰাইজক উচটাইছিল । | asm_Beng |
3,865 | This guide is designed to give you a tour of the features of your desktop, answer your computer-related questions, and provide tips on using your computer more effectively. We've tried to make this guide as easy to use as possible: | এই সহায়কক আপোনাৰ ডেস্কটপৰ বৈশিষ্ট্যসমূহৰ বিষয়ে কবলৈ, আপোনাৰ কমপিউটাৰ-প্ৰাসংগিক প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ, আৰু আপোনাৰ কমপিউটাৰ সঠিকভাৱে ব্যৱহাৰ কৰাত সহায় কৰিবলৈ, ৰূপাঙ্কণ কৰা হৈছে। আমি এই সহায়কক যিমান সম্ভব সহজ কৰাৰ চেষ্টাৰ কৰিছো: | asm_Beng |
3,866 | I have learnt a great deal about his accomplishments that were far ahead of his times and society. | বন্ধুসকল, দেশবন্ধু চিত্তৰঞ্জন দাসে তেওঁৰ এটি কবিতাত উল্লেখ কৰিছিল এনেদৰে- “বাংলাৰ মাটি আৰু পানীত অনন্ত কালে এক সত্য সংপৃক্ত হৈ আহিছেই।” | asm_Beng |
3,867 | Chief Minister SarbandaSonowal was the Chief Guest on the occasion. | অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। | asm_Beng |
3,868 | Pakistani troops fire at Indian posts in Kashmir | পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনা ৰ আক্ৰমণ। | asm_Beng |
3,869 | How does this play on your mind? | আপোনাৰ মনক এনে কথাই কেনেধৰণে প্ৰভাৱিত কৰে? | asm_Beng |
3,870 | The story quickly spread throughout the Kaspi district. | অতি কম সময়ৰ ভিতৰত এই সংবাদটো কাচপী জিলাত জুইৰ দৰে বিয়পি পৰিল । | asm_Beng |
3,871 | You are nave. | তুমি নিৰুত্তৰ হৈ ৰ’লা। | asm_Beng |
3,872 | First they mocked it. | প্রথমে সিহঁতে মোক ৰ’দত পুৰিলে। | asm_Beng |
3,873 | They have lots of questions. | অনেক প্ৰশ্ন তেওঁলোকৰ প্ৰতি। | asm_Beng |
3,874 | As a starting point, many new ones are studying the brochure What Does God Require of Us?, * which is now available in 261 languages. | নামৰ ব্ৰচাৰখন বৰ্তমান সময়ত ২৬১ টা ভাষাত উপলব্ধ কৰা হৈছে । | asm_Beng |
3,875 | """I don't have an agenda." | “মোক কালিৰ অনুষ্ঠানলৈ মতা নাই। | asm_Beng |
3,876 | In the first century, the apostle Paul expressed deep affection for those he served. Paul gave of himself. | ভাই ডানে দেখুৱা স্নেহশীলতাই তেওঁলোকৰ হৃদয় স্পৰ্ষ কৰিছিল । | asm_Beng |
3,877 | Were with you. | আছো আমি আপোনাৰ সৈতে। | asm_Beng |
3,878 | Award winners | ৰবীন্দ্ৰ পুৰস্কাৰ প্ৰাপকসমূহ: | asm_Beng |
3,879 | I try to observe that in people. | মানুহবোৰক মই সেইটোৱে বুজাবলৈ চেষ্টা কৰো। | asm_Beng |
3,880 | But that wasnt true. | কিন্তু প্ৰকৃত সত্য সেয়া নাছিল। | asm_Beng |
3,881 | But it all changed suddenly. | কিন্ত হঠাৎ যেন সকলো সলনি হৈ গল। | asm_Beng |
3,882 | We experience Gods love in a very personal way. Jehovah has not delegated to anyone else the responsibility of listening to each and every prayer that his servants direct to him as their heavenly Father. | যাৰ বিষয়ে তেওঁ এনেদৰে কৈছিল: “মোক শক্তি দিয়া জনাত থাকি, মই সকলো বিষয়ত বলৱান হৈছোঁ । ” — ফিলিপীয়া ৪ : ১৩. ২ কৰিন্থীয়া ১১ : ২৩ - ২৯. | asm_Beng |
3,883 | The color and style seem just right for you, and the price tag indicates that this is a real bargain. But then you take a closer look. | কল্পনা কৰক যে আপুনি কোনো এখন দোকানত কাপোৰ কিনিবলৈ আহিছে । | asm_Beng |
3,884 | This was announced by the state health minister Himanta Biswa Sarma. | এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য তথা বিত্ত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই। | asm_Beng |
3,885 | In other cases, it may be appropriate to say: I was hoping to tell you about a time when there will be no injustice and all people will learn to love one another. | যদি এই বিষয়ে শুনি গৃহস্থজনে একো প্ৰতিক্ৰিয়া নেদেখুৱাই, তেন্তে এইদৰে কোৱাটো উত্তম হ’ব: “হয়তো এই বিষয়ে আপোনাৰ আজৰি সময়ত আলোচনা কৰাটো উচিত হ’ব । ” | asm_Beng |
3,886 | Government Vs Private Schools | চৰকাৰী শিক্ষানুস্থান বনাম ব্যক্তিগত শিক্ষানুস্থান | asm_Beng |
3,887 | Is it your custom to share field service experiences or points from the latest Watchtower and Awake! magazines when you walk on the road ? | ( ক) কেনে ধৰণৰ শিক্ষাৰ যোগেদি ল’ৰা - ছোৱালীক যিহোৱাৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিবলৈ শিকাব পাৰি? | asm_Beng |
3,888 | Cannot remove folder '%s': %s | MAPI ফোল্ডাৰৰ নাম `%s'ৰ পৰা `%s'-এ পৰিবৰ্তন কৰা সম্ভব নহয় | asm_Beng |
3,889 | The Election Commission of India has geared up for upcoming Lok Sabha elections. | আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী। | asm_Beng |
3,890 | The strategy used to query the GdictContext | GdictContext সন্ধান কৰিবলৈ ব্যৱহৃত কৌশল | asm_Beng |
3,891 | How can we use questions to draw up the thoughts and feelings of a Bible students heart, but what should we keep in mind? | তেনেহ’লে আমি এইদৰে সুধিব পাৰোঁ: ‘ এনে এটা সময় আহিবনে য’ত আমাৰ সকলোৱে এক সুস্বাস্থ্যৰে জীৱন - যাপন কৰিব পাৰিম? ’ | asm_Beng |
3,892 | Jehovahs spirit is upon me, he said. Yes, Jehovah himself appointed Jesus by means of holy spirit. | ৰাজহুৱা ভাষণ আৰু প্ৰহৰীবুৰুজ অধ্যয়নত আমি অতিৰিক্ত আধ্যাত্মিক আহাৰ লাভ কৰোঁ । | asm_Beng |
3,893 | All authority has been given me in heaven and on the earth. | ‘ স্বৰ্গত আৰু পৃথিৱীত সকলো ক্ষমতা মোক দিয়া হল । | asm_Beng |
3,894 | Avoid Apathy, Immorality, Materialism Why must we guard against the problem that affected the congregation at Ephesus, and how can we do so? | অৱহেলা কৰা, অনৈতিকতা আৰু ভৌতিকবাদৰ পৰা বিৰত থকা | asm_Beng |
3,895 | The Prime Minister, Shri Narendra Modi, today interacted with over 170 young IAS officers who have recently been appointed Assistant Secretaries in the Government of India. | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত চৰকাৰ বিভিন্ন বিভাগত সহকাৰী সচিব হিচাপে নিযুক্তি দিয়া ১৭০গৰাকী যুৱ প্ৰশাসনিক বিষয়াৰ সৈতে বাৰ্তালাপ কৰে। | asm_Beng |
3,896 | Change your timezone | আপোনাৰ সময়অঞ্চল পৰিবৰ্তন কৰক | asm_Beng |
3,897 | Water flow in the lake increased due to heavy rains. | ধাৰাসাৰ বৃষ্টিপাতৰ ফলত বৃদ্ধি পাই নদীখনৰ জলপৃষ্ঠ। | asm_Beng |
3,898 | (Continued from the last issue) | (যোৱা সংখ্যাৰ পাছৰ পৰা) | asm_Beng |
3,899 | Close the current window | বৰ্তমান উইন্ডো বন্ধ কৰক | asm_Beng |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.