Unnamed: 0 int64 0 50.5k | source stringlengths 1 1.85k ⌀ | target stringlengths 1 8.31k ⌀ | lang stringclasses 3
values |
|---|---|---|---|
5,000 | She has been admitted to a local hospital in critical condition. | সংকটজনক অবস্থাত তেওঁক স্থানীয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। | asm_Beng |
5,001 | BJP losing grip | ঝাৰখণ্ডো হেৰুৱালে বিজেপিয়ে | asm_Beng |
5,002 | %s already provides this file | %s এ ইতিমধ্যে এই ফাইল প্ৰদান কৰে | asm_Beng |
5,003 | Though we are not under the Law, we can learn much from it that will help us to love Jehovah our God with all our heart, soul, and vital force. Deuteronomy 6: 5. | ইয়াত কোনো সন্দেহ নাই যে দ্বিতীয় বিবৰণ কিতাপখন আমাৰ বাবে বাস্তৱতে মূল্যৱান! | asm_Beng |
5,004 | In fact, he had held a family meeting so as to pass on the good points he had read in the book. | আনকি এই কিতাপখনৰ পৰা তেওঁ যি শিকিলে তাক জনাবলৈ তেওঁৰ পৰিয়ালৰ সৈতে একগোট হৈছিল । | asm_Beng |
5,005 | In many areas a growing number of people live in high - security buildings. | আমি কেনে উদ্দেশ্য আৰু কাৰণসমূহৰ বাবে শুভবাৰ্ত্তা প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যত ভাগ লওঁ? | asm_Beng |
5,006 | Before an interested person becomes one of Jehovahs Witnesses, he makes changes, often having to conquer addictive vices that are displeasing to God. | প্ৰতীক্ষা কৰাটো আনন্দৰ নে নিৰাশাৰ উৎস? | asm_Beng |
5,007 | Women sarpanches conferred with Swachh Shakti-2019 awards by PM in Kurukshetra | কুৰুক্ষেত্ৰত মহিলা পঞ্চায়ত নেত্ৰীক প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ শক্তি ২০১৯ বঁটাৰে সন্মানিত কৰে | asm_Beng |
5,008 | Some significant achivements during the year are as follows: | বছৰটোত এই আঁচনিৰ গুৰুত্বপূৰ্ণ সফলতাবোৰ হ’ল- | asm_Beng |
5,009 | = in an unquoted attribute value. Probable causes: Attributes running together or a URL query string in an unquoted attribute value. | উদ্ধৃতিবিহিন বৈশিষ্ট মানত “=”। সম্ভাব্য কাৰণসমূহ: বৈশিষ্টসমূহ একেলগে চলি আছে অথবা এটা উদ্ধৃতিবিহিন বৈশিষ্ট মানত URL প্ৰশ্ন স্ট্ৰিং। | asm_Beng |
5,010 | Chinese president Xi Jinping arrives in Nepal | নেপালত উপস্থিত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং। | asm_Beng |
5,011 | This certificate cant be verified and will not be imported. The certificate issuer might be unknown or untrusted, the certificate might have expired or been revoked, or the certificate might not have been approved. | এই প্ৰমাণপত্ৰৰ বৈধকৰণ কৰিব নোৱাৰি আৰু সেইবাবে ইমপোৰ্ট কৰা নহব। প্ৰমাণপত্ৰ দিয়াজন অজ্ঞাত বা বিশ্বাসযোগ্য নহব পাৰে, প্ৰমাণপত্ৰ শেষ হ'ব পাৰে বা ৰিভ'ক কৰা হ'ব পাৰে, বা প্ৰমাণপত্ৰৰ আজ্ঞা নাথাকিবও পাৰে। | asm_Beng |
5,012 | Server certificate has expired (please adjust your system clock to the correct date and time if it is incorrect) | চাৰ্ভাৰৰ প্ৰমাণপত্ৰৰ সময়সীমা শেষ হ'ল (অশুদ্ধ হ'লে অনুগ্ৰহ কৰি আপোনাৰ চিস্টেমৰ ঘড়ীক শুদ্ধ দিন আৰু সময়লৈ নিৰ্ধাৰণ কৰক) | asm_Beng |
5,013 | Why is a strong leader required? | শক্তিশালী বিত্তীয় নিয়ন্ত্ৰকৰ কিয় আৱশ্যক? | asm_Beng |
5,014 | general failure | সাধাৰণ বিজুতি | asm_Beng |
5,015 | At Vastral Gam Metro Station in Ahmedabad, the Prime Ministerinaugurated the first phase of Ahmedabad Metro Service. | আহমেদাবাদৰভাস্ত্রালগামমেট্রোষ্টেশ্যনতপ্ৰধানমন্ত্ৰীয়ে আহমেদাবাদমেট্রোৰপ্ৰথমপর্যায়ৰযাত্রাৰশুভাৰম্ভ কৰে। | asm_Beng |
5,016 | Governments drive against corruption and middlemen will continue: PM | এই বিধেয়কখনে ‘সবকা সাথ, সবকা বিকাশ’ৰ ক্ষেত্ৰত আমাৰ দৃঢ় সংকল্পক আৰু অধিক শক্তিশালী কৰিব।” | asm_Beng |
5,017 | Everybody is writing. | সকলোৱেই লিখিলে। | asm_Beng |
5,018 | Then she earned an MBA from Jamnalal Bajaj Institute of Management Studies. | তাৰপিছত তেখেতে যমনালাল বাজাজ ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডিছৰ পৰা এমবিএ ডিগ্ৰী লাভ কৰে। | asm_Beng |
5,019 | Use the notification system to notify the operation completion | কাৰ্য্যৰ সমাপ্তি অধিসূচীত কৰিবলে অধিসূচনা প্ৰণালী ব্যৱহাৰ কৰক | asm_Beng |
5,020 | But politics are more important. | কিন্তু অধিক ৰাজনীতি বেয়া। | asm_Beng |
5,021 | Open MIDI panel | MIDI পেনেল খোলক | asm_Beng |
5,022 | The Transport sector will see massive changes in the next few decades with adoption of electric vehicles. | বৈদ্যুতিক যানবাহনৰ প্রচলন ব্যাপকভাৱে আৰম্ভ হ’লে অহা কেইটামান দশকত পৰিৱহণ ক্ষেত্রতো এক বিৰাট পৰিৱর্তন আহিব। | asm_Beng |
5,023 | It may be that Second Chronicles differentiates between 3,600 non - Israelites and 250 Israelite deputies, while First Kings distinguishes 3,300 foremen from 550 chief supervisors of higher rank. | এইটো নিৰ্ভৰ কৰে যে চোৱা - চিতা কৰা লোকবিলাকক কেনে শ্ৰেণীত গণনা কৰা হৈছিল । | asm_Beng |
5,024 | His father name is Budhu Teli and Mother Dulka Teli. | তেওঁৰ পিতৃৰ নাম হলিৰাম দত্ত আৰু মাতৃ বিৰজা বালা দত্ত। | asm_Beng |
5,025 | How did some respond to Ezekiels words, and how is a similar thing happening today? | বৰ্তমান সময়ৰ সম্পৰ্কে কি ক’ব পাৰি? | asm_Beng |
5,026 | Some of the firstfruits of their coarse meal as ring - shaped cakes were to be presented as a contribution to Jehovah throughout their generations. Note that no specific amount of these firstfruits was required. | ই প্ৰত্যেকজন ইস্ৰায়েল ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰিছিল যে তেওঁ আৱশ্যকতা থকাসকলৰ বাবে কিমান এৰিব । | asm_Beng |
5,027 | Adjust the scale value | যোখৰ মান আয়োজিত কৰক | asm_Beng |
5,028 | Jesus said: Out of the abundance of the heart the mouth speaks. | যীচুৱে এইদৰে কৈছিল: “মনৰ অধিক ভাবৰ পৰা মুখে কথা কয় । ” | asm_Beng |
5,029 | My hands were numb. | কঁপিছিল মোৰ হাত দুখন। | asm_Beng |
5,030 | When terminal commands set their o_wn titles: | টাৰ্মিনেল কমান্ড দ্বাৰা নিজস্ব শীৰ্ষক যদি নিৰ্ধাৰণ কৰা হয়: (_w) | asm_Beng |
5,031 | The network icon on the top bar displays how strong your wireless signal is. If the signal looks low, try moving closer to the wireless base station. | ওপৰ বাৰত নেটৱাৰ্ক আইকনে আপোনাৰ বেতাঁৰ সংযোগ কিমান শক্তিশালী প্ৰদৰ্শন কৰে। যদি সংকেত দেখাত নিম্ন হয়, বেতাঁৰ ভিত্তি স্টেশনৰ আৰু ওচৰত যোৱাৰ চেষ্টা কৰিব। | asm_Beng |
5,032 | For help contact your system adminstrator or the administrator of the key server. | সহায়ৰ বাবে চিস্টেম প্ৰশাসক অথবা কি' চাৰ্ভাৰৰ প্ৰশাসকৰ সৈতে যোগাযোগ কৰক। | asm_Beng |
5,033 | Desktop Cube Animation | ডেষ্কট' প প্ৰকাশনComment | asm_Beng |
5,034 | His son Cain took up farming, and Abel became a shepherd. | খেতিয়ক আৰু মেৰৰখীয়া | asm_Beng |
5,035 | He then invited Philip into the chariot. | তাৰ পাছত তেওঁ ফিলিপক ৰথত উঠিবলৈ নিৱেদন কৰিলে । | asm_Beng |
5,036 | Although they are not literally prisoners, some elderly ones are housebound because of health problems. | বৃদ্ধ ভাই - ভনীসকলৰ সৈতে সঙ্গতি কৰা, তেওঁলোকৰ জ্ঞান আৰু অভিজ্ঞতা লোৱাটো হৈছে এক বিশেষাধিকাৰ । | asm_Beng |
5,037 | A letter in this regard has been sent to Union Home Minister Amit Shah. | এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথাও জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। | asm_Beng |
5,038 | Could not find a suitable CoglWinsys for a GdkDisplay of type %s | ধৰণ %s এটা GdkDisplay ৰ বাবে এটা যথাযথ CoglWinsys পোৱা নগল | asm_Beng |
5,039 | Moreover, Boaz response clearly indicates that he did not see anything wrong in what Ruth did. | ৰূথে নয়মীয়ে কোৱাৰ দৰে কাৰ্য্য কৰিলে । | asm_Beng |
5,040 | Some readers of this magazine may not have had parents who truly cared for them. If that is true in your case, take heart. | যদি আপোনাৰ ক্ষেত্ৰতো তেনে হৈছে, তেনেহ’লে উৎসাহিত হওঁক । | asm_Beng |
5,041 | Refusing new client connection because the session is currently being shut down | চিস্টেম বৰ্তমানে বন্ধ কৰাৰ প্ৰচেষ্টা কৰা হৈছে আৰু এই কাৰণে নতুন গ্ৰাহকৰ সৈতে সংযোগ স্থাপনৰ অনুৰোধ প্ৰত্যাখ্যান কৰা হৈছে। | asm_Beng |
5,042 | """It is the same case with your wife." | “কথাটো আপোনাৰ আৰু আপোনাৰ পত্নীৰ। | asm_Beng |
5,043 | The prophet wrote: You people will again certainly see the distinction between a righteous one and a wicked one, between one serving God and one who has not served him. That prophecy is being fulfilled today. | ( মলাখী ৩ : ১৮) বৰ্তমান সময়ত এই ভৱিষ্যতবাণীৰ পূৰ্ণতা দেখিবলৈ পোৱা গৈছে । | asm_Beng |
5,044 | Otherwise, why would they go to the trouble of speaking to you about the matter? | সকলোৱে যিহোৱাৰ সৈতে এক নিবিড় সম্পৰ্ক স্থাপন কৰিব পাৰে আৰু ইয়াৰ বাবে কিছুমান আৱশ্যকীয় বিষয় মনত ৰাখা উচিত । | asm_Beng |
5,045 | Always Open In System Viewer | সদায়ে ছিষ্টেম ভিউৱাৰত খুলিব | asm_Beng |
5,046 | Six-time world champion boxer MC Mary Kom has been conferred with Padma Vibhushan. | প্ৰসিদ্ধ ক্ৰীড়াবিদ বক্সিঙৰ বিশ্ব চেম্পিয়ন এম চি মেৰীকমলৈ আগবঢ়োৱা হৈছে পদ্ম বিভূষণ সন্মান। | asm_Beng |
5,047 | But it could not succeed. | কিন্তু ঔৰংজেৱেও সফল হ’ব পৰা নাছিল। | asm_Beng |
5,048 | Protect your computer from unauthorized use | "অনুমতি নথকা ব্যৱহাৰৰ বিৰুদ্ধে আপোনাৰ কম্পিউটাৰ নিৰাপদ ৰাখক1"" (msgctxt: ""panel:showusername" | asm_Beng |
5,049 | One person was injured in the accident. | দুৰ্ঘটনাত এজন লোকে প্ৰাণ হেৰুৱাৰ লগতে আহত হয় এজন লোক। | asm_Beng |
5,050 | Formatting %s (%s) | %s পুনৰাকৃত কৰা হৈছে (%s) | asm_Beng |
5,051 | Approval of the Cabinet has been granted in respect of the Ex-post facto approval of the Memorandum of Understanding (MOU) signed in 2008 and renewed in 2014 between the Institute of Chartered Accountants of India (ICAI) and Institute of Chartered Accountants in England & Wales (ICAEW) Approval for the Renewal of the M... | এই অনুমোদন ২০০৮ চনত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তি তথা ২০১৪ হোৱা পুনৰ নৱীকৰণৰ চুক্তিৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা হৈছে৷ ইয়াৰ দ্বাৰা দুয়োখন প্ৰতিষ্ঠানৰ মাজত জ্ঞান, পেছা আৰু বৌদ্ধিক বিকাশৰ বাবে পাৰস্পৰিক সহযোগিতাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ | asm_Beng |
5,052 | The apostle Paul quoted Jesus as saying: There is more happiness in giving than there is in receiving. | এই সম্পৰ্কে যীচুৱে যি কৈছিল, সেই উক্তিক উদ্ধৃত কৰি পাঁচনি পৌলে এইদৰে কৈছিল: “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য । ” | asm_Beng |
5,053 | They established a magazine route, started a Bible study, and both of them have shared in the auxiliary pioneer service. | কিয়নো আমি জানো যে যিহোৱা সদায়ে আমাৰ সৈতে আছে । ” | asm_Beng |
5,054 | Instead, they willingly and lovingly provided personal services for Paul, performing tasks that he was unable to perform himself because of his confinement. | পাঁচনি পৌলে কেৱল তেওঁৰ আৱশ্যকতাৰ বিষয়ে কোৱা নাছিল কিন্তু তেওঁক প্ৰেমেৰে সহায় কৰাসকলৰ সহায় গ্ৰহণ আৰু তাৰ প্ৰতি মূল্যাঙ্কনো কৰিছিল । | asm_Beng |
5,055 | Enable backoff and start/stop buttons | বেক-অফ আৰু আৰম্ভ/বন্ধ বুটাম সক্ৰিয় কৰক | asm_Beng |
5,056 | And on the night before he died, Jesus prayed so intensely that his sweat became as drops of blood falling to the ground. | ( লূক ২২ : ৪৪) ফলস্বৰূপে তেওঁ কি লাভ কৰিলে? | asm_Beng |
5,057 | It's my baby. | হয় মোৰ ল’ৰা। | asm_Beng |
5,058 | Jehovahs greatest rescue of his people will occur during his great war of Armageddon when he vindicates his sovereignty and sanctifies his holy name. Psalm 83: 18. Ezekiel 38: 23. Revelation 16: 14, 16. | যিসকলে ‘ দুপৰ বেলাত সংহাৰ কৰোঁতা ৰোগৰ ’ সম্মুখীন হয় তেওঁলোকলৈ কি ঘটে? | asm_Beng |
5,059 | Tabbar is Visible | টেববাৰ দেখিব পাৰি | asm_Beng |
5,060 | He had not given up on them. | কিয় ভয় কৰাৰ কোনো কাৰণ নাই? | asm_Beng |
5,061 | Petrol, diesel price rise again. | পুনৰ বৃদ্ধি পালে পেট্ৰ’ল- ডিজেলৰ মূল্য। | asm_Beng |
5,062 | Repository configuration was invalid and could not be read. | সংগ্ৰসস্থল সংক্ৰান্ত বিন্যাস বৈধ নাছিল আৰু পঢ়া নাযায় । | asm_Beng |
5,063 | I_nclude a Delete command that bypasses Trash | আৰ্বজনাক বাইপাচ কৰা এটা Delete কমান্ড অন্তৰ্ভুক্ত কৰক (_n) | asm_Beng |
5,064 | Time does not stop for anyone. | সময় কেতিয়া যায় কোনেও ধৰিবকে নোৱাৰে। | asm_Beng |
5,065 | I was visiting my in-laws in Delhi. | দিল্লীৰ কৰোলবাগত মই মোৰ বাইদেউৰ ঘৰলৈ গৈছিলোঁ । | asm_Beng |
5,066 | What do you look at? | মোক কি বুৰ্বক দেখছানো আপুনি? | asm_Beng |
5,067 | We are distributing the bulb for Rs. 50 which was earlier being sold for Rs. | পূৰ্বতে যিটো বাল্বৰ দাম ৩৫০ টকা আছিল, আমি তাক ৫০ টকাত বিতৰণ কৰিছো। | asm_Beng |
5,068 | Union home minister Rajnath Singh, BJP president Amit Shah, Arunachal Pradesh chief minister Pema Khandu, Manipur CM N. Biren Singh, Assam chief minister Sarbananda Sonowal and designated Nagaland chief minister Neiphiu Rio among others were present at the swearing-in ceremony in the lawns of the Raj Bhavan. | প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ উপৰিও অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ বহু ৰথী-মহাৰথীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে যদিও ক’তো এতিয়ালৈ কাগজ কলৰ নাম লোৱা নাই। | asm_Beng |
5,069 | He spoke of the long shared heritage and emotional bonding that India has with the ASEAN region. | তেওঁ আছিয়ান অঞ্চলৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া মিলিত ঐতিহ্য আৰু আবেগিক সম্পৰ্ক সন্দৰ্ভত কয়। | asm_Beng |
5,070 | Do not feel that you need to give a speech. | যেতিয়া এটা ধ্বংসাত্মক পৰিস্থিতিয়ে বহুতক শোকাগ্ৰস্ত কৰি তুলিছিল তেতিয়া যিহোৱাৰ সাক্ষীসকলে কেনেকৈ তেওঁলোকৰ প্ৰতি নিজৰ চিন্তাধাৰা প্ৰকাশ কৰিলে? | asm_Beng |
5,071 | The apostle Peter wrote: Sanctify the Christ as Lord in your hearts, always ready to make a defense before everyone that demands of you a reason for the hope in you, but doing so together with a mild temper and deep respect. Are you ready to defend your beliefs? | গতিকে যেতিয়া এনে কোনো প্ৰশ্ন কৰা হয়, যাৰ উত্তৰ আপুনি দিব নোৱাৰে, তেনেহ’লে তেওঁক এইবুলি কওক: “আপুনি তেনেদৰে আগ্ৰহপূৰ্ণ প্ৰশ্ন সুধাৰ বাবে ধন্যবাদ দিছোঁ । | asm_Beng |
5,072 | We have a lot of strife over the issue of whether to accept Hindi as the language or not. | আমাৰ দেশত হিন্দী ভাষাক মান্যতা দিয়া নিদিয়াকলৈও বহুত বিবাদ হৈ গৈছে। | asm_Beng |
5,073 | While returning home in his chariot, he was reading a copy of the writings of the prophet Isaiah when Philip, a disciple of Christ, met him. | আনকি তেওঁ ঈশ্বৰৰ বাক্যকো অতি আগ্ৰহেৰে পঢ়িছিল । | asm_Beng |
5,074 | Forget password _immediately | পাছৱাৰ্ড তৎক্ষনাৎ পাহৰক (_i) | asm_Beng |
5,075 | Press . The collection will be deleted, leaving the original documents as they are. | বুটাম বাৰত আবৰ্জনা বুটামত ক্লিক কৰক। সংগ্ৰহ মচি পেলোৱা হব আৰু প্ৰকৃত দস্তাবেজসমূহ থাকি যাব। | asm_Beng |
5,076 | How queer was the pitch? | প্ৰেৰণাৰ আদিস্তৰটো কিমান কটকটীয়া আছিল? | asm_Beng |
5,077 | 7 lakh cr provided for transport infrastructure | পৰিবহণ ব্যৱস্থাৰ আন্তঃগাথঁনিৰ বাবে ১.৭ লাখ কোটি টকা ধাৰ্য্য | asm_Beng |
5,078 | Another way of launching an application is to press , enter its , and then press the key. | এটা এপ্লিকেচন আৰম্ভ কৰাৰ আন এটা ধৰণ হল টিপি, তাৰ সুমুৱাই, আৰু পিছত কি' টিপি। | asm_Beng |
5,079 | The woman's husband was seriously injured in the mishap. | দুৰ্ঘটনাত মৃত্যু হোৱা লোকজনৰ পত্নী গুৰুতৰভাৱে আহত। | asm_Beng |
5,080 | Error rewinding file '%s': %s | '%s' নথিপত্ৰৰ বিপৰীত দিশত পঢ়িবলৈ সমস্যা: %snamename | asm_Beng |
5,081 | Out of the belly of Sheol, Jonah cried for help, and Jehovah heard his voice. | এই সন্দৰ্ভে যীচুৱে এইদৰে কৈছিল: “খোজা, তেহে তোমালোকক দিয়া হব । ” | asm_Beng |
5,082 | Proxy server not found (check your internet connection) | প্ৰক্সি চাৰ্ভাৰ পোৱা নগল (আপোনাৰ ইণ্টাৰনেট সংযোগ পৰীক্ষা কৰক) | asm_Beng |
5,083 | Address in signing certificate does not match address in message headers. | স্বাক্ষৰীত প্ৰমাণপত্ৰত থকা ঠিকনা বাৰ্তা হেডাৰত থকা ঠিকনাৰ লগত মিল নাখায়। | asm_Beng |
5,084 | Kilojoule-to-British-thermal-unit conversion factor | কিলোজুল-ৰ পৰা-ব্ৰিটিশ-থাৰ্মাল-ইউনিট ৰূপান্তৰ কৰাৰ গুণক | asm_Beng |
5,085 | Do you get a lot of it? | মোতকৈ বহুত ধুনীয়া নেকি? | asm_Beng |
5,086 | Over the last one year, he has convened meetings of five zonal councils. | বিগত এবছৰে তেওঁ দেশজুৰি পাঁচ আঞ্চলিক পৰিযদৰ বৈঠক আয়োজন কৰিছে। | asm_Beng |
5,087 | But no development happened thereafter. | কিন্তু পাছলৈ সেই প্ৰতিভাৰ কোনো বিকাশ হোৱা দেখা নগ’ল। | asm_Beng |
5,088 | But Modi did not respond. | কিন্তু মোডীয়ে ইয়াৰ প্ৰতিক্ৰিয়া দিয়া নাই। | asm_Beng |
5,089 | Number of files: | নথিপত্ৰৰ সংখ্যা: | asm_Beng |
5,090 | The additional sum of Rs. 635 crore in the revised cost estimates is on account of Rs 400 crore for Technology Costs and Rs 235 crore for Human Resource Costs. | অতিৰিক্ত সংশোধিত আনুমানিক ব্যয় ৬৩৫ কোটি টকাৰ ৪০০ কোটি টকা প্ৰযুক্তি ব্যয় আৰু ২৩৫ কোটি মানৱ সম্পদৰ নামত ব্যয় কৰা হ’ব। | asm_Beng |
5,091 | If we are ardently desiring to survive Jehovahs day, we will make that evident by our holy acts of conduct and deeds of godly devotion. | “ সকলো পবিত্ৰ আচাৰ - ব্যৱহাৰ আৰু ভক্তিৰে ” অপেক্ষা কৰা | asm_Beng |
5,092 | The NCP and the Congress will have a deputy chief minister each. | কংগ্ৰেছ আৰু এনচিপিৰ থাকিব এজনকৈ উপ-মুখ্যমন্ত্ৰী। | asm_Beng |
5,093 | I was talking about Baba Sahib Ambedkar life in India. | ভাৰতত বাবা চাহেব আম্বেদকাৰৰ জীৱন সম্পৰ্কত মই আলোচনা কৰি আহিছো। | asm_Beng |
5,094 | Search Result Columns Order | বিচাৰক Columns | asm_Beng |
5,095 | Press to confirm your selection. | আগবাঢ়িবলৈ ক্লিক কৰক। | asm_Beng |
5,096 | But actually it did not. | কিন্তু বাস্তবত সেয়া কাৰ্যত পৰিনত হোৱা নাই। | asm_Beng |
5,097 | It is normal. | সেয়া স্বাভাৱিক। | asm_Beng |
5,098 | The Clause 6 of the historic Assam Accord promises constitutional, legislative and administrative safeguards to protect, preserve and promote the culture, social, linguistic identity and heritage of the Assamese people. | খিলঞ্জীয়াৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষা, সংৰক্ষণ আৰু বিকাশৰ বাবে যথোযিত সাংবিধানিক, আইনগত আৰু প্ৰশাসনীয় ৰক্ষা কৱচ দিয়াৰ বাবে অসম চুক্তিৰ ৬ নং দফাৰ অধীনত প্ৰতিবেদন প্ৰস্ততকৰণৰ সহায়ক হোৱাকৈ বিভিন্ন দল সংগঠনে মতামত পৰামৰ্শ প্ৰদান কৰা বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। | asm_Beng |
5,099 | Loud, expressive and emotional. | অতি স্পৰ্শকাতৰ ,অপ্ৰকাশিত আৰু আবেগস্পৰ্শিত। | asm_Beng |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.