Unnamed: 0 int64 0 50.5k | source stringlengths 1 1.85k ⌀ | target stringlengths 1 8.31k ⌀ | lang stringclasses 3
values |
|---|---|---|---|
6,200 | Find Delight in Jehovahs Righteousness | যিহোৱাৰ ধাৰ্ম্মিকতাত উল্লাসিত হওক | asm_Beng |
6,201 | Shiny happy people | সুখী মানুহবোৰৰ পোচাকবোৰ | asm_Beng |
6,202 | Joyfully, these blessed ones likewise render sacred service to Jehovah and recognize that their salvation is dependent on faith in the Lamb of God, Jesus Christ. | ( প্ৰকাশিত বাক্য ৭ : ৯, ১০) সেই আনন্দিত লোকসমূহৰ সৈতে ভাগ লবলৈ আপুনি যিহোৱাৰ কৃপালু নিমন্ত্ৰণক স্বীকাৰ কৰিবনে? | asm_Beng |
6,203 | Hostel facility is also there. | লগতে থাকিব হোষ্টেলৰ ব্যৱস্থাও। | asm_Beng |
6,204 | The womans earnest effort is rewarded! What lessons in helping weak ones can we draw from the actions of the woman in the illustration of the lost coin? | হেৰুৱা মেৰ আৰু আধলিৰ দৃষ্টান্তটোৰ পৰা আমি কেনে দুটা শিক্ষা পাওঁ? | asm_Beng |
6,205 | We have lost a fine politician. | আমি এগৰাকী ভাল ৰাজনীতিবিদ হেৰুৱালাে। | asm_Beng |
6,206 | Do you truly fear God and give him glory in all such ways? | এই কাৰণে তাইৰ পৰা ওলাই আহাঁ । ” | asm_Beng |
6,207 | When church leaders abandon Bible morality and their churches do little about it, what standards should their parishioners adopt? | সেইবাবে কোটি কোটি লোকে সম্পূৰ্ণকৈ বিভ্ৰান্তি হোৱাতো কোনো আচৰিত কথা নহয় । | asm_Beng |
6,208 | According to doctors, both the children are stable. | চিকিৎসকে সদৰী কৰা অনুসৰি বৰ্তমান মাতৃ-সন্তান দুয়ো সুস্থ। | asm_Beng |
6,209 | That the Israelites would have a human king was foretold in the Mosaic Law. | ইস্ৰায়েলসকলৰ সেই মানৱীয় ৰজাজনৰ বিষয়ে মোচিৰ ব্যৱস্থাত ভৱিষ্যতবাণী কৰা হৈছিল । | asm_Beng |
6,210 | Bottom Button #%d | তলৰ বুটাম #%d | asm_Beng |
6,211 | School, colleges and educational training centres will remain shut. | আনহাতে বিদ্যালয়, মহাবিদ্যালয় আৰু ভগৱানক আৰাধনা কৰা স্থান সমূহ বন্ধ কৰি ৰখা হ’ব । | asm_Beng |
6,212 | In addition, an eight - hour program combining color slides and motion pictures was prepared. | এইদৰে হাজাৰ হাজাৰ লোকে সত্যৰ বিষয়ে জানিবলৈ সক্ষম হ’ল । | asm_Beng |
6,213 | He also attended her nephews birthday bash as well and it was on this occasion that he was formally introduced to the rest of the Konwar family members. | তেওঁ লগতে অংকিতাৰ ভতিজাৰ জন্মদিনত উপস্থিত আছিল আৰু তাতেই আনুষ্ঠানিকভাৱে কোঁৱৰৰ পৰিয়ালৰ আন সদস্যসকলৰ সৈতে পৰিচয় হৈছিল। | asm_Beng |
6,214 | The estimated worth of the liquor is around `1 lakh. | গৰুদুটাৰ আনুমানিক মূল্য ১ লাখ টকাৰ বুলি জানিব পৰা গৈছে। | asm_Beng |
6,215 | Do not Christian overseers today need to fear Jehovah, obey his laws, refrain from exalting themselves above their brothers, and avoid deviating from Jehovahs commandments? | এই চিঠিখনত যিহোৱা আৰু সত্যৰ প্ৰতি থকা প্ৰেমক উন্নত কৰিবলৈ উৎসাহিত কৰা হৈছে । | asm_Beng |
6,216 | Then its not like that it will happen automatically. its not like that we will continue to keep our hands like this and it will happen automatically. | কিন্তু, এইটো নহয় যে, ইয়াৰ উদ্ভাৱন নিজে নিজেই হৈছে নাইবা ই নিজেই আহি আমাৰ হাতত পৰিছে। | asm_Beng |
6,217 | You may be surprised to learn that Jesus expected his congregation to disappear from view and that he would allow such a sad situation to continue for centuries. | আপুনি হয়তো যীচুৱে তেওঁ স্থাপন কৰা মণ্ডলী কেইবা শতাব্দীলৈকে অস্তিত্বহীন হ’ব বুলি আশা কৰাৰ বিষয়ে জানি আচৰিত হ’ব । | asm_Beng |
6,218 | Yes, haughtiness moved Tyres kings to violence against Jehovahs people. | ( যিচয়া ২৩ : ৮, ৯) তূৰ দেশৰ ৰজাবিলাকে কেৱল নিজৰ বিষয়ে ভাবি ঈশ্বৰৰ লোকসকলক অত্যাচাৰ কৰিব ধৰিলে । | asm_Beng |
6,219 | Nepal's Foreign Minister visits India | নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে। | asm_Beng |
6,220 | Not all individuals were deserving, as shown by their reaction to the Kingdom message. | এই সন্দৰ্ভত সা. যু. | asm_Beng |
6,221 | Without endurance, we will not gain everlasting life. Romans 2: 6, 7. Hebrews 10: 36. | ( ৰোমীয়া ৫ : ৩ - ৫. ২ তীমথিয় ৪ : ৭, ৮. যাকোব ১ : ৩, ৪, ১২) ধৈৰ্য্যৰ অৱিহনে আমি অনন্ত জীৱন পোৱা অসম্ভৱ । — ৰোমীয়া ২ : ৬, ৭. ইব্ৰী ১০ : ৩৬. | asm_Beng |
6,222 | Then he concluded: If you, although being wicked, know how to give good gifts to your children, how much more so will the Father in heaven give holy spirit to those asking him! | কেনে প্ৰমাণসমূহে প্ৰকাশ কৰিছে যে যীচুৱে সহজ আৰু সৰল ভাষাত স্পষ্টকৈ শিক্ষাদান কৰিছিল? | asm_Beng |
6,223 | For example, the ransom, the sacred secret, and the various covenants that Jehovah has used to bless his people and fulfill his purposes these subjects and many like them are delightful and rewarding fields for personal research and study. 1 Corinthians 2: 7. | এই বিষয়বস্তু আৰু তাৰ দৰে আন আন বিষয়বোৰত ব্যক্তিগত অনুসন্ধান আৰু অধ্যয়ন কৰাৰ দ্বাৰা আনন্দিত আৰু লাভবান হ’ব পাৰি । — ১ কৰিন্থীয়া ২ : ৭. | asm_Beng |
6,224 | Another young man, now in Bethel service, says: Both of my parents pioneered before and after they got married and did their best to pass on the pioneer spirit to the whole family. | বেথেলৰ সেৱা কাৰ্য্যত থকা এজন ডেকা ভায়ে এইদৰে কৈছে: “মোৰ পিতৃ - মাতৃয়ে তেওঁলোকৰ বিবাহৰ আগেয়ে আৰু পিছতো অগ্ৰগামী সেৱা কৰিছিল আৰু পৰিয়ালৰ আন সদস্যবিলাকেও তেনে লক্ষ্য ৰাখিবলৈ সকলো সময়তে উৎসাহিত কৰিছিল । | asm_Beng |
6,225 | Switch to Desktop 16 | ডেষ্কট' প ১৬ লৈ পৰিবৰ্তন কৰক | asm_Beng |
6,226 | In matters of dress and grooming or recreation and entertainment, elders try to reach hearts using godly principles, such as those outlined at Micah 6: 8. 1 Corinthians 10: 31 - 33. and 1 Timothy 2: 9, 10. | তেওঁ লোকসকলক মোচিৰ ব্যৱস্থাৰ মূলত থকা সিদ্ধান্তসমূহ পালন কৰাৰ উদ্দেশ্যৰে প্ৰেৰিত কৰিছিল । | asm_Beng |
6,227 | Jehovah is the Giver of every good gift and every perfect present, and he is the happy God. | সকলোতকৈ উল্লেখনীয় বিষয় হৈছে, যিহোৱাই “সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ” দিওঁতা আৰু“ পৰম - ধন্য ” ঈশ্বৰ । | asm_Beng |
6,228 | Kalamkari is a type of hand-painted or block-printed cotton textile produced in Isfahan, Iran, and in the Indian states of Andhra Pradesh and Telangana. | কলমকাৰী () হ'ল হাতেৰে অঁকা বা ব্লক-প্ৰিণ্টেড কটন টেক্সটাইল, যি ইচফাহান আৰু ভাৰতৰ অন্ধ্ৰপ্ৰদেশ আৰু তেলঙ্গানাত উৎপাদিত হয়। | asm_Beng |
6,229 | And the spirit of Jehovah began to be operative upon David from that day forward. David relied on that spirit throughout his life. | তেওঁ অতি নম্ৰতাৰে এইদৰে উত্তৰ দিছিল: “মই কোন, আৰু মোৰ জ্ঞাতি - কুটুম্ব কোন, ইস্ৰায়েলৰ মাজত মোৰ পিতৃৰ গোষ্ঠীয়েই বা কি, যে, মই মহাৰাজৰ জোঁৱাই হম? ” | asm_Beng |
6,230 | A huge quantity of weapons has also been recovered. | লগতে উদ্ধাৰ বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ। | asm_Beng |
6,231 | We have also promoted our Neighbourhood First policy by strengthening energy engagement with Nepal, Bangladesh, Sri Lanka, Bhutan and Myanmar. | নেপাল, বাংলাদেশ, শ্রীলংকা, ভুটান আৰু ম্যানমাৰৰ দৰে দেশসমূহৰ সৈতে শক্তিক্ষেত্রত যোগাযোগ বৃদ্ধি কৰি আমি আমাৰ ‘প্রতিৱেশী প্রথম’ নীতি ৰূপায়ণ কৰিছো। | asm_Beng |
6,232 | How come? | “কেনেকৈ এনু? | asm_Beng |
6,233 | The injured has been referred to GMCH for better treatment. | ইতিমধ্যে আহত লোকজনক উন্নত চিকিত্সাৰ বাবে জে এম চি এইচলৈ প্ৰেৰণ কৰা হৈছে। | asm_Beng |
6,234 | Did not find imap-password with identity `%s' in credentials | তথ্যসমূহত পৰিচয় `%s' ৰ সৈতে imap-password পোৱা নগল | asm_Beng |
6,235 | PMs interaction with Village Pradhans from Varanasi Parliamentary Constituency | বাৰাণসী সংসদীয় সমষ্টিৰ পৰা অহা গাওঁবুঢ়া (গ্ৰামপ্ৰধান)সকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময় | asm_Beng |
6,236 | When we maintain a mild temper even under provocation, dissenters are often moved to reassess their criticisms. | তেওঁৰ সুস্থিৰ আচৰণ দেখি শান্ত্বনা পোৱা যায় । | asm_Beng |
6,237 | Run PocketPC-sync program | PocketPC-সুসংগতিৰ প্ৰোগ্ৰাম চলোৱা হ'ব | asm_Beng |
6,238 | When would this happen? As the prophecy said, in the final part of the days yes, during these last days. | অন্তিম কালত এইদৰে ঘটিব, “যিহোৱাৰ গৃহৰ পৰ্ব্বতটি পৰ্ব্বতবোৰতকৈয়ো ওখত স্থাপন কৰা হব । ” | asm_Beng |
6,239 | Don't descend. | ঘৰলৈ যোৱা নাই। | asm_Beng |
6,240 | He gave his mobile phone to show her. | তেওঁ মোবাইলটো মোক দেখুৱাই ক’লে। | asm_Beng |
6,241 | Now, at age 16, she has read the entire Bible once and is about halfway through it a second time. | তাই অনুকৰণ কৰা প্ৰণালীটো হৈছে একেবাৰে সহজ । | asm_Beng |
6,242 | No extra cost to the company that is. | ইয়াৰ বাবে কোম্পানীয়ে কোনো অতিৰিক্ত চাৰ্জ নলয়। | asm_Beng |
6,243 | Time is fast approaching | সময় গৈ আছে সুষম দ্ৰুতিৰে | asm_Beng |
6,244 | Five accused have been arrested. | মূল অভিযুক্ত পাঁচজনক গ্ৰেপ্তাৰ কৰা হ’ল। | asm_Beng |
6,245 | The body will have a Vice Chairperson and a CEO in addition to five full-time members and two part-time members, while four union ministers would serve as ex-officio members. | নীতি-আয়োগৰ পাঁচজনীয়া স্থায়ী সদস্য আৰু দুজন অস্থায়ী সদস্যৰ লগতে এজন উপাধ্যক্ষ আৰু এজন মুখ্য কাৰ্যবাহী বিষয়া থাকিব। সহকাৰী সদস্য হিচাপে চাৰিজন কেন্দ্ৰীয় কেবিনেটমন্ত্ৰীক অতিৰক্ত দায়িত্ব দিয়া হ'ব। বিকল হৈ যোৱা পৰিকল্পনা আয়োগৰ এজন উপাধ্যক্ষ আৰু পূৰ্ণকালীন সদস্যৰ লগতে এজন সদস্য সচিব আছিল যিয়ে আহ্বায়কৰ দায়িত্বও পালন কৰিছিল। | asm_Beng |
6,246 | Display '%s' cannot be opened by nested display | প্ৰদৰ্শন '%s' Xnest ৰ দ্বাৰা খোলা নাযায় | asm_Beng |
6,247 | They have shared their pain and sorrow with me, but also emphasized their support. | তেওঁলোকে নিজৰ দুখ-কষ্টৰ কথা মোক জনাইছে, কিন্তু লগতে তেওঁলোকে তেওঁলোকৰ সমৰ্থনো প্ৰকাশ কৰিছে। | asm_Beng |
6,248 | The rulers of the nations will find that Gods fury will overtake them suddenly, when they are trying to implement their own plans. | লগতে আমি যে সৃষ্টিকৰ্ত্তাজনৰ মন আনন্দিত কৰিছোঁ, তাৰো নিশ্চয়তা লাভ কৰিম । | asm_Beng |
6,249 | The manifesto was released by party president Rahul Gandhi, former Prime Minister Manmohan Singh, UPA chairperson Sonia Gandhi and senior leader P Chidambaram among others. | কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী,ইউপিএ অধ্যক্ষ ছোনিয়া গান্ধী প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং,পি চিডাম্বৰম আদি নেতৃবৃন্দই 'জন আৱাজ' মুকলি কৰে। | asm_Beng |
6,250 | Washington: There are reports that Hamza bin Laden, son of slain al Qaeda chief Osama bin Laden, is dead. | নতুন দিল্লীঃ অল কাইদাৰ মৃত নেতা ওচামা বিন লাডেনৰ পুত্ৰ হামজা বিন লাডেনৰ মৃত্যু হৈছে। | asm_Beng |
6,251 | The Bluetooth icon on the top bar | ওপৰ বাৰত থকা ব্লুটুথ আইকন | asm_Beng |
6,252 | Indeed, Bangladesh regards such unilateral efforts as harmful to a bilateral relationship that is critical for the security and stability of both countries and especially of our eastern region. | বাংলাদেশে এনে একপক্ষীয় প্ৰচেষ্টাক ক্ষতিকাৰক বুলি গণ্য কৰে দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰতি যিটো দুয়োখন দেশ আৰু বিশেষকৈ আমাৰ পূৰ্বাঞ্চলৰ নিৰাপত্তা আৰু সুস্থিৰতাৰ ক্ষেত্ৰত গুৰুতৰ (critical)। | asm_Beng |
6,253 | Many people have got injured. | বহু লোক আহত হৈছে। | asm_Beng |
6,254 | Over a century before the Flood, God saw the earth and, look! it was ruined, because all flesh had ruined its way on the earth. | ( ২ পিতৰ ২ : ৫. ইব্ৰী ১১ : ৭) অৱশেষত দুষ্টলোকসকলক সমুলিকৈ ধ্বংস কৰাৰ যোগেদি তেওঁৰ ন্যায় - বিচাৰ প্ৰকাশ কৰিলে । | asm_Beng |
6,255 | Was this to be a onetime event? What was its significance? Has it any meaning for us today? | বৰ্তমানে ই আমাৰ বাবে কোনো অৰ্থ ৰাখেনে? | asm_Beng |
6,256 | Mode of Submission: | পৰিবেশনৰ পদ্ধতি : | asm_Beng |
6,257 | I contested against the BJP. | অগপ-বিজেপিৰ মিত্ৰতাকো মই বিৰোধিতা কৰিছিলো। | asm_Beng |
6,258 | Participating in elections. | নিৰ্বাচনী সভাত অংশ ল’বলৈ। | asm_Beng |
6,259 | whatever things are well spoken of | “ যি যি প্ৰশংসা ” | asm_Beng |
6,260 | Launch profile in new browser | নতুন ব্ৰাউজাৰত প্ৰ'ফাইল চালু কৰক | asm_Beng |
6,261 | Currently, both Abishek and Amitabh Bachchan are receiving treatment at Mumbai's Nanavati Hospital. | আনহাতে এতিয়াও মুম্বাইৰ নানাৱতী হাস্পতালত অভিষেক বচ্চন আৰু অমিতাভ বচ্চন চিকিৎসাধীন হৈ আছে। | asm_Beng |
6,262 | It has been announced. | তাক শ্বহীদ ঘোষণা কৰা হৈছে। | asm_Beng |
6,263 | libimobiledevice Error: Invalid Argument | libimobiledevice ত্ৰুটি: অবৈধ তৰ্ক | asm_Beng |
6,264 | We have decided to raise pensions for freedom fighters by 20 per cent. | ৪০। আমি মুক্তিযুঁজাৰুসকলৰ পেন্সন ২০% বৃদ্ধিৰ সিদ্ধান্ত ল’লো। | asm_Beng |
6,265 | Where does India stand on the global map? | বিশ্ব অৰ্থনীতিত ভাৰতৰ স্থান কি? | asm_Beng |
6,266 | Some are real and the rest are imaginary. | কিছুমানৰ কল্পনা অলীক হয়, কিছুমানৰ কল্পনা বাস্তৱমুখী। | asm_Beng |
6,267 | Suraaj means the progress of the common man, a govt that is sensitive to the requirements and aspirations of the common man. | ৮। সু-ৰাজ মানে সাধাৰণ লোকৰ প্ৰগতি, সেইখন এনে এখন চৰকাৰ যিয়ে সাধাৰণ লোকৰ প্ৰয়োজনীয়তা আৰু আশা-আকাংক্ষাৰ প্ৰতি সংবেদনশীল। | asm_Beng |
6,268 | The CBCID team... | চি আই ডি ৰ দলটোৱে . | asm_Beng |
6,269 | Give proper attention on your diet to get a good health. | এটা সুস্থ শৰীৰ অধিকাৰী হ’বৰ বাবে খাদ্যৰ প্রতি খুব ধ্যান দিব লগে। | asm_Beng |
6,270 | _Change Priority... | গুৰুত্ব পৰিবৰ্তন কৰক...(_C) | asm_Beng |
6,271 | This, the letter pointed out, will increase our love for Jehovah and for the truth, and it will help us to maintain our faith, joy, and perseverance down to the glorious end. | ডেকা আৰু বৃদ্ধ সকলোকে ঈশ্বৰৰ বাক্য পাঠ কৰা আৱশ্যক | asm_Beng |
6,272 | Why, the leaders are oppressing the poor, defenseless people! | কেতিয়াবা হাড়বোৰ ভাঙি মজ্জা উলিওৱা হয় । | asm_Beng |
6,273 | Parliamentary elections in the state were held in five phases. | ৰাজ্যখনত দ্বিতীয় পৰ্যায়ত পাঁচটা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। . | asm_Beng |
6,274 | Speaking as one of the anointed and referring to faithful men and women who lived before Christ, the apostle Paul wrote: All these, although they had witness borne to them through their faith, did not get the fulfillment of the promise, as God foresaw something better for us [the anointed], in order that they might not... | “ সত্যৰ আত্মাই ” প্ৰাচীন অভিষিক্ত খ্ৰীষ্টানসকলক কেনেকৈ সহায় কৰিছিল? ( ক) সা. যু. | asm_Beng |
6,275 | The Prime Minister commended the courage and commitment of Indias brave soldiers and the talent and perseverance of its scientists, whose untiring efforts transformed the scientific achievement of nuclear tests into establishment of an immensely complex and credible nuclear triad, and dispelled all doubts and questions... | প্ৰধানমন্ত্ৰীয়ে এই কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে যে পৰমাণু পৰীক্ষণৰ বৈজ্ঞানিক উপলব্ধি এক অত্যন্ত জটিল আৰু বিশ্বস্ত নিউক্লিয়াৰ ট্ৰায়েডলৈ পৰিৱৰ্তন কৰা অতিশয় দুৰুহ কাৰ্য৷ এয়া সম্ভৱ হৈছে ভাৰতীয় বৈজ্ঞানিকৰ প্ৰতিভা তথা সাহসী সৈনিকৰ সমৰ্পণৰ ভাৱনাৰ ফলত৷ এই নতুন উপলব্ধিয়ে ভাৰতৰ দ্বাৰা নিউক্লিয়াৰ ট্ৰায়েড স্থাপিত কৰাৰ বাবে আৱশ্য... | asm_Beng |
6,276 | Why did Saul act in an insolent manner? How does Jesus example help us to deal appropriately with all sorts of people? | দ্বিতীয় তীমথিয় ২ : ২৪ পদৰ পৰামৰ্শটো কিয় ইফিচ মণ্ডলীৰ সেই প্ৰাচীনজনৰ বাবে প্ৰযোজ্য আছিল আৰু ইয়াৰ দ্বাৰা সকলো খ্ৰীষ্টানে কেনেকৈ লাভৱান হ’ব পাৰে? | asm_Beng |
6,277 | It is all too easy to say: I am too young to praise Jehovah. I am inexperienced. | যিহোৱাৰ প্ৰশংসা কৰা কিছুমান গুৰুত্বপূৰ্ণ কাৰণ কি? | asm_Beng |
6,278 | After arriving at Gethsemane, Jesus took Peter and James and John along with him and told them to keep on the watch. | গেৎচিমানী নামৰ এখন ঠাই পোৱাৰ পিছত তেওঁ “পিতৰ, যাকোব আৰু যোহনক নিজৰ লগত নিলে ” আৰু তেওঁলোকক“ পৰ দি ” থাকিবলৈ ক’লে । | asm_Beng |
6,279 | Can not launch the eyes applet. | eyes এপ্লেট আৰম্ভ কৰিবলৈ ব্যৰ্থ । | asm_Beng |
6,280 | What will be considered in the following article? In the first century, several God - fearing women had the privilege of ministering to Jesus and his apostles. | প্ৰথম শতিকাৰ বহুতো মহিলাই যীচু আৰু তেওঁৰ শিষ্যসকলক সেৱা - শুশ্ৰূষা কৰাৰ সুযোগ পাইছিল । | asm_Beng |
6,281 | You can configure how Konqueror behaves as a file manager here | Konqueror নথিপত্ৰৰ পৰিচালক হিচাপে কেনেদৰে আচৰণ কৰে আপুনি ইয়াত বিন্যাস কৰিব পাৰেName | asm_Beng |
6,282 | We all are responsible for this to some extent. | এনেবোৰ কাৰণৰ বাবে আমি সকলোৱেই কম-বেছি দায়ী। | asm_Beng |
6,283 | Taking into consideration the importance of trade and investment as one of the major contributing factors for fostering economic and social development in the region. | সেই বিধিগত দস্তাৱেজ আৰু চুক্তিপত্ৰৰ প্ৰাথমিকতাৰ আধাৰত সম্পূৰ্ণ কৰাত সহমত হোৱা যি অন্তিম স্বৰূপ দিয়াত আৰু প্ৰণয়ন কৰাৰ বাবে অন্তঃৱৰ্তী অনুমোদন প্ৰক্ৰিয়া অতিশয় দীঘল হোৱাৰ বাবে স্তব্ধ হৈ আছিল৷ | asm_Beng |
6,284 | States have been given more flexibility in utilization of NRDWP funds by reducing the number of components under the programme. | আঁচনিৰ বিভিন্ন দিশসমূহ হ্ৰাস কৰি ৰাজ্য চৰকাৰসমূহক ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আঁচনিৰ পুঁজি ব্যৱহাৰ কৰিবলৈ সুবিধা কৰি দিছে। | asm_Beng |
6,285 | On the other hand, BJP will have to settle for only 8 seats. | ইয়াৰ বিপৰীতে মাত্ৰ ৮ খন আসনতে সন্তুষ্ট থাকিবলৈ বাধ্য হয় বিজেপি। | asm_Beng |
6,286 | This requires to be installed on your computer. | ইয়াৰ বাবে আপোনাৰ কমপিউটাৰত ইনস্টল হব লাগিব। | asm_Beng |
6,287 | "I was looking for a professional sports management group to manage my commercial interests, as I only want to focus on my training and championships,"" Hima said in a release." | মোৰ ব্যৱসায়িক স্বাৰ্থ চোৱাচিতাৰ বাবে মই পেছাদাৰী গ্ৰুপ এটাৰ সন্ধান কৰিয়ে আছিলো, যিহেতু মই কেৱল প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাতে মনোনিৱেশ কৰিব খোজোঁ,’ সংবাদ মাধ্যমৰ আগত হিমাৰ মন্তব্য। | asm_Beng |
6,288 | How should we view our service to God? | আমি আমাৰ জীৱনৰ প্ৰত্যেকটো দিনৰ প্ৰতি কেনে দৃষ্টি ৰখা উচিত? | asm_Beng |
6,289 | Its not so. | এনেকুৱা নহয়। | asm_Beng |
6,290 | Prime Minister Modi congratulated Dr. LotayTshering on his partys victory in the third general election in Bhutan and his own election to the National Assembly. | প্ৰধানমন্ত্ৰী মোদীয়ে ড০ লোটে ছেৰিঙক ভূটানৰ তৃতীয় সাধাৰণ নিৰ্বাচনত তেওঁৰ দলৰ বিজয়ৰ লগতে নেচনেল এছেম্বলিৰ তেওঁৰ নিজৰ নিৰ্বাচনৰ বাবে অভিনন্দন জ্ঞাপন কৰে। | asm_Beng |
6,291 | There are chances of thunderstorm and lightning in the area. | ধাৰাসাৰ বৃষ্টিপাত আৰু তুষাৰপাতৰ হোৱাৰ সম্ভাৱনা অঞ্চলটোত। | asm_Beng |
6,292 | Originally, electricity and magnetism were considered to be two separate forces. | পোন প্ৰথমতে, বিদ্যুৎ আৰু চুম্বকত্ব দুটা পৃথক বল হিচাপে ধৰা হৈছিল। | asm_Beng |
6,293 | There is a lot of potential in all states. | দেশৰ বিভিন্ন ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে সম্ভাৱনা আছে। | asm_Beng |
6,294 | Traps Satan Set for the Early Christians In what kind of world did the early Christians live? | সেই ৰাজ্যৰ অল্পকলীয়া শান্তিৰ পৰিৱেশৰ মাজত বেহা - বেপাৰ প্ৰভাৱশালী হৈ উঠিছিল । | asm_Beng |
6,295 | Alcohol affects the mind. When someone has a drink, explains a publication by the U.S. | তাতে সেইবোৰ তোমাৰ প্ৰাণৰ জীৱন, আৰু তোমাৰ ডিঙিৰ শোভাস্বৰূপ হব । ” | asm_Beng |
6,296 | There was an error displaying help | সহায়িকা প্ৰদৰ্শনত সমস্যা: %s | asm_Beng |
6,297 | On the protests against Citizenship Amendment Act | নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবিত চলোৱা প্ৰতিবাদত গ্ৰেপ্তাৰ . | asm_Beng |
6,298 | (The writer is National Spokesperson, BJP) | (লেখক বিজেপিৰ ৰাজ্যিক মুখপাত্র) | asm_Beng |
6,299 | ANSI X9.62 ECDSA Signature with SHA1 | SHA1 ৰ সৈতে ANSI X9.62 ECDSA স্বাক্ষৰ | asm_Beng |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.