Unnamed: 0
int64
0
50.5k
source
stringlengths
1
1.85k
target
stringlengths
1
8.31k
lang
stringclasses
3 values
6,500
Two soldiers have been injured in the firefight.
বিস্ফোৰণত নিহত হৈছে দুজনকৈ সেনা জোৱান।
asm_Beng
6,501
National Mineral Exploration Trust (NMET)
ৰাষ্ট্ৰীয় খনিজাত সামগ্ৰী অন্বেষণ ট্ৰাষ্ট (NMET)
asm_Beng
6,502
Two flights each were cancelled in Dimapur, Lilabari and at Dibrugarh airport.
একেদৰে ডিমাপুৰ, লীলাবাৰী আৰু ডিব্ৰুগড় বিমানবন্দৰতো প্ৰতিটোতে দুখনকৈ বিমানৰ যাত্ৰা বাতিল কৰা হৈছে।
asm_Beng
6,503
The Prime Minister, Shri Narendra Modi has congratulated Aanchal Thakur on winning Indias first international medal in skiing at FIS International Skiing Competition in Turkey.
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তুৰ্কীত অনুষ্ঠিত এফ আই এচ আন্তঃৰাষ্ট্ৰীয় স্কায়িং প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰথম পদক বিজয়ী আঁচল ঠাকুৰলৈ অভিনন্দন জ্ঞাপন কৰিছে।
asm_Beng
6,504
Is this changing?
এয়াই নেকি পৰিৱৰ্তন?
asm_Beng
6,505
No, cant be done.
নাই, আৰু দেৰি কৰিব নোৱাৰি।
asm_Beng
6,506
Your personal certificate has been installed. You should keep a backup copy of this certificate.
আপোনাৰ ব্যক্তিগত প্ৰমাণপত্ৰ ইনস্টল কৰা হ'ল। আপুনি এই প্ৰমাণপত্ৰৰ এটা কপি সংৰক্ষণ কৰিব লাগে।
asm_Beng
6,507
One day, after arriving in Capernaum with his disciples, he asked them: What were you arguing over on the road?
( মাৰ্ক ৯ :⁠ ৩৩ - ৩৭) কিন্তু যীচুৱে আশা কৰাৰ দৰে শিষ্যবিলাকে কৰিছিলনে?
asm_Beng
6,508
Authentication is required to consider a key used for signing packages as trusted
বিশ্বাসী হিচাপে সৰঞ্জাম চহি কৰিবলৈ ব্যৱহাৰ কৰা চাবিক মানি ল'বলৈ প্ৰমাণীকৰণৰ প্ৰয়োজন
asm_Beng
6,509
We demand strict action against the culprits by the administration and local police,she said.
‘‘আমি স্থানীয় প্ৰশাসনক এই কাৰ্য্যৰ বিৰুদ্ধে কঠোৰ আৰু ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছো,’’ তেওঁ লগতে কয়।
asm_Beng
6,510
They said to him, Do you want us, then, to go out and collect them?
তেওঁ কলে, নহয় বনবোৰ গোটাওঁতে, কিজানি তহঁতে ধানকো তাৰ লগতে উভাল ।
asm_Beng
6,511
Enter new passphrase used to protect the data
তথ্য সুৰক্ষিত কৰিবলে নতুন পাচফ্ৰেইছ সুমুৱাওক
asm_Beng
6,512
Effect of the Delete key
Delete কি'ৰ প্ৰভাৱ
asm_Beng
6,513
Immoderate drinking hurts people not only physically but also spiritually.
এই সম্বন্ধে কোনো মাৰ্গদৰ্শক সিদ্ধান্ত উল্লেখ আছেনে?
asm_Beng
6,514
To my entrepreneur friends from across the globe, I would like to say: Come, Make in India, Invest in India for India, and for the world.
বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা অহা আমাৰ উদ্যোগী বন্ধুসকলৰ প্রতি মই আহ্বান জনাও যে আহক, ভাৰত আৰু বিশ্বৰ বাবে—‘ভাৰতত নির্মাণ কৰক আৰু ভাৰতত বিনিয়োগ কৰক’(Make in India, Invest in India – for India)।
asm_Beng
6,515
I identified these projects and asked the officials to complete them.
মই এই প্ৰকল্পবোৰ চিনাক্তকৰণ কৰিছো আৰু বিষয়াসকলক সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিছো।
asm_Beng
6,516
Jeremiah said to Jehovah: Your words were found, and I proceeded to eat them. and your word becomes to me the exultation and the rejoicing of my heart. for your name has been called upon me, O Jehovah.
( মথি ৫ :⁠ ৩) এসময়ত যিসকলে আপুনি কোৱা বাৰ্ত্তাক গ্ৰহণ কৰে, তেওঁলোকৰ ওচৰলৈ পুনৰাই যাবলৈ আঁচনি তৈয়াৰ নকৰে কিয়!
asm_Beng
6,517
What did Paul say about certain unbelieving Jews in his day, and why? The apostle Paul emphasized this point in his letter to the Christians in Rome.
এই বিষয়ে পাঁচনি পৌলে ৰোমান চহৰৰ খ্ৰীষ্টানসকললৈ লিখা পত্ৰখনত উল্লেখ কৰিছিল ।
asm_Beng
6,518
Family is happy to see you are so happy.
আপোনালোকৰ পৰিয়ালটো বৰ সুখী, দেখিলেই ধৰিব পাৰি হেনো’ ।
asm_Beng
6,519
: What's left?
: কি কোৱাচোন।
asm_Beng
6,520
"""I have joined politics as I am impressed with PM Modi."
“মোদীৰ নীতি-আদৰ্শত অনুপ্ৰাণিত হৈ বিজেপিত যোগদান কৰিছো।
asm_Beng
6,521
Totem contains an exception to allow the use of proprietary GStreamer plugins.
Totem দ্বাৰা অধিকাৰী GStreamer প্লাগিন ব্যৱহাৰৰ বাবে প্ৰযোজ্য অনুমোদন উপস্থিত আছে।Languages
asm_Beng
6,522
The incident has caused a stir in the area.
গুলীবৰ্ষণ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
asm_Beng
6,523
What are some features of our times that make them calamitous? TURBULENT times!
এইয়া বাস্তৱতে এক দুৰ্যোগপূৰ্ণ সময়!
asm_Beng
6,524
The species epithet, champaca, comes from the Sanskrit word campaka (pronounced tapaka).
তিতা চঁপাৰ বৈজ্ঞানিক নামৰ champaca পদাংশ সংস্কৃত শব্দ চম্পকৰ (উচ্চাৰণ tʃaɱpaka) পৰা আহৰণ কৰা হৈছে।
asm_Beng
6,525
In order to endure, we all need faith, love, and long - suffering.
প্ৰথম শতাব্দীত পাঁচনি পৌলে চিৰসহিষ্ণুতাৰ এক উত্তম উদাহৰণ প্ৰস্তুত কৰিলে ।
asm_Beng
6,526
Today, our relation with the gulf countries is not just confined to a buyer-seller relationship but it has become a partnership.
বৰ্তমান উপ-সাগৰীয় দেশসমূহৰ সৈতে আমাৰ সম্পৰ্ক ‘ক্ৰেতা-বিক্ৰতা’ৰ মাজতেই সীমাবদ্ধ নাথাকি, ইয়াতকৈও ব্যাপক হোৱা পৰিলক্ষিত হৈছে।
asm_Beng
6,527
The teacher died on the spot.
ফলত ঘটনাস্থলীতে মৃত্যু হয় শিক্ষকগৰাকীৰ ।
asm_Beng
6,528
See the box.
ফূৰ্তিটো চোৱা।
asm_Beng
6,529
The application process will be conducted online.
আৱেদন প্ৰক্ৰিয়া সম্পূৰ্ণ অনলাইন হ’ব।
asm_Beng
6,530
His Excellency President Vladimir Putin, Honourable Jayalalithaa ji, Chief Minister of Tamil Nadu, Minister Sushma Swaraj ji, Minister Pon Radhakrishnan, My Dear Friends.
মহামহিম ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, তামিলনাডুৰ মুখ্যমন্ত্ৰী জয়াললিত জী, মন্ত্ৰী সুষমা স্বৰাজ জী, মন্ত্ৰী পন ৰাধাকৃষ্ণণ, মোৰ বন্ধুবৰ্গ, আপোনাসৱক, নমষ্কাৰ বানক্কম, আজি সঁচাকৈয়ে এটা বিশেষ দিন।
asm_Beng
6,531
Keep the aspect ratio of the texture when requesting the preferred width or height
পছন্দৰ প্ৰস্থ অথবা উচ্চতা অনুৰোধ কৰোতে গাঁথনিৰ দিশ অনুপাত ৰাখক
asm_Beng
6,532
If a medical problem is at the root of our anxious state, it would be prudent to give attention to it, although such matters are for personal decision.
তেওঁ শিষ্যসকলকো “সদায় প্ৰাৰ্থনা কৰি ” থাকিবলৈ শিকাইছিল ।
asm_Beng
6,533
Its time for you to go to school.
সময় আহিল বিদ্যালয়লৈ যোৱাৰ।
asm_Beng
6,534
Further investigations in the incident remain ongoing.
আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰু অধিক তদন্ত অব্যাহত ৰাখিছে।
asm_Beng
6,535
Time Goes By
সময় আগুৱাই যায়
asm_Beng
6,536
In 70 C.E., as foretold at Malachi 4: 1, a day... burning like the furnace came upon fleshly Israel.
৭০ চনত শাৰীৰিক ইস্ৰায়েলৰ ক্ষেত্ৰত পূৰ্ণ হ’ল ।
asm_Beng
6,537
What do you go for?
ক’লৈ গৈ আছা?
asm_Beng
6,538
I could not hear anything.
আনক একেবাৰে শুনাবই নোৱাৰি।
asm_Beng
6,539
Dropping an umbrella on the floor means that there will be a murder in the house
দিনৰ সময়ছোৱাত এটা ফেঁচা দেখিবলৈ পোৱাটো দুৰ্ভাগ্যৰ চিহ্ন
asm_Beng
6,540
Gujarat University, Ahmedabad.
দেৰাজউদ্দিন আহমেদ, গুৱাহাটী বিশ্ববিদ্যালয়।
asm_Beng
6,541
Khaama Press quoted Khan as saying during an interview with U.S. Media.
আমেৰিকাৰ সংবাদমাধ্যম ‘ফক্স নিউজ’ৰ সৈতে হোৱা সাক্ষাৎকাৰত এই মন্তব্য কৰে ইমৰান খানে।
asm_Beng
6,542
Today, it is heartwarming to note the same fatherly and motherly concern in our older Christian brothers and sisters as they freely share their knowledge and wisdom with younger ones.
( ৯ পদ) সেয়েহে এলিয়াই শেষ পৰ্য্যন্তলৈকে তেওঁৰ স্থানাধিকাৰীজন অৰ্থাৎ ইলীচাৰ আধ্যাত্মিক মঙ্গল আৰু তেওঁ একেৰাহে ঈশ্বৰৰ কাৰ্য্যত লাগি থকাৰ প্ৰতি চিন্তিত আছিল ।
asm_Beng
6,543
"""Stay calm."
“চুপ থাক তই।
asm_Beng
6,544
( b) What can we learn from what happened to the three apostles when Jesus asked them to keep on the watch? Undoubtedly, Jesus was also tired on that historic night.
প্ৰাৰ্থনা কৰা আৰু যিহোৱাৰ ধ্বংসৰ দিনটোৰ বিষয়ে মনত ৰখাটো কিমান যে গুৰুত্বপূৰ্ণ তাক আমি ইতিমধ্যেই বিবেচনা কৰিলোঁ ।
asm_Beng
6,545
bike ride
বাইকত ফুৰাবলৈ
asm_Beng
6,546
Patients in critical condition will be sent to hospitals.
সংকটজনক অৱস্থাত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ।
asm_Beng
6,547
Draw as radio menu item
ৰেডিও তালিকা বস্তু হিচাপে আঁকো
asm_Beng
6,548
Lessons for Us: 15: 25. 16: 12.
আমাৰ বাবে শিক্ষামূলক পাঠ:
asm_Beng
6,549
The cause of suicide is not known.
আত্মহত্যাক কাৰণ জানিব পৰা হোৱা নাই।
asm_Beng
6,550
We have our own.
আমাৰ নিজৰ প্ৰতীক আছে।
asm_Beng
6,551
Evidently, then, Priscilla was a good student of Gods Word and of the teaching of the apostles.
আজিও আমি তাইৰ বিষয়ে পাহৰিব নোৱাৰো । ”
asm_Beng
6,552
During this time he started participating in the freedom struggle of India.
ছাত্ৰাৱস্থাতে তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দি কাৰাৰূদ্ধ হৈছিল।
asm_Beng
6,553
The apostle Paul stated that it is impossible for God to lie, and that God cannot lie.
তেওঁ আমাৰ উত্তম হোৱাটো বিচাৰে আৰু কেৱল তেৱেই আমাৰ মাগদৰ্শন কৰিব পাৰে ।
asm_Beng
6,554
IDF-OI held its 4th Board Meeting on 23rd May 2015 and 5th Board Meeting on 5th December 2015 chaired by Honble Minister of Overseas Indian Affairs and Chairperson, IDF-OI.
(ক) প্ৰবাসী ভাৰতীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী তথা আইডিএফ-অ’আইৰ অধ্যক্ষৰ অধ্যক্ষতাত ২০১৫ৰ ২৩ মে’ আৰু ৫ ডিচেম্বৰত চতুৰ্থ আৰু পঞ্চম ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত হয়৷
asm_Beng
6,555
Why do we preach the good news? For the same reason Jesus did.
সেই একেই উদ্দেশ্যৰে আমিও কৰা উচিত যি দৰে যীচুৱে প্ৰচাৰ কৰিছিল ।
asm_Beng
6,556
You can change the name or location of a printer in the printer settings.
আপুনি প্ৰিন্টাৰ সংহতিসমূহত এটা প্ৰিন্টাৰৰ নাম অথবা অৱস্থান পৰিবৰ্তন কৰিব পাৰিব।
asm_Beng
6,557
SSL received a malformed Hello Request handshake message.
SSL এ এটা ক্ষতীগ্ৰস্থ হেল্লো অনুৰোধ হেণ্ডশেক বাৰ্তা গ্ৰহণ কৰিছে।
asm_Beng
6,558
To permanently delete a file:
এটা ফাইলক স্থায়ীভাৱে মচিবলৈ আপুনি নিম্নলিখিত কাৰ্য্য কৰিব লাগিব:
asm_Beng
6,559
He agreed that the villagers should not be displaced before the government had made appropriate arrangements at alternative sites.
তেওঁ সন্মত হৈছিল যে চৰকাৰে বিকল্প স্থানত উপযুক্ত ব্যৱস্থা কৰাৰ আগতে গাওঁবাসীসকলক স্থানচ্যুত কৰিব নালাগে।
asm_Beng
6,560
Indefinite articles can be used either before or after the noun.
বিশেষ্যৰ আগত বা পাছত অনিৰ্দিষ্ট উপপদ ব্যৱহাৰ কৰিব পাৰি।
asm_Beng
6,561
So, will that change?
গতিকে এয়ে পৰিৱৰ্তন নেকি?
asm_Beng
6,562
Mouse accessibility requires Mousetweaks to be installed on your system.
মাউছ অভিগম্যতাৰ বাবে আপোনাৰ চিস্টেমত Mousetweaks ইনস্টল হব লাগিব।
asm_Beng
6,563
You know what?
“তোৰ ছোৱালীও জানো কম?
asm_Beng
6,564
Current Chief Justice of India Dipak Misra has recommended Justice Gogois name to the government
দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই কেন্দ্ৰীয় চৰকাৰলৈ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে ৰঞ্জন গগৈৰ নাম প্ৰস্তাৱ কৰিছে।
asm_Beng
6,565
Security has been beefed up at the party office following the incident.
ঘটনাটোৰ পিছতে সংঘৰ কাৰ্যালয়টোৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।
asm_Beng
6,566
Missing printer driver
সন্ধানহিন প্ৰিন্টাৰ ড্ৰাইভাৰ
asm_Beng
6,567
The body has been sent for a post-mortem exam.
আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
asm_Beng
6,568
There will also be a question and answer session.
ইয়াৰ লগতে থাকিব প্ৰশ্নোত্তৰ আৰু মত বিনিময় অনুষ্ঠান।
asm_Beng
6,569
This is due to Indian culture and tradition.
এইয়া ভাৰতীয় সংস্কৃতিৰ ঐতিহ্য আৰু পৰম্পৰাৰ ফল ৷
asm_Beng
6,570
The path to the device node which points to the camera, for example /dev/video0
কেমেৰা লে ইংগিত কৰা ডিভাইচ ন'ডৰ পথ, উদাহৰণস্বৰূপ /dev/video0
asm_Beng
6,571
Destination package list:
লক্ষ্য সৰঞ্জামৰ তালিকা:
asm_Beng
6,572
He graduated to success.
“ছাৰ স্বৰ্গযাত্ৰাত তেওঁৱেই সফল হৈছিল।
asm_Beng
6,573
Then your peace would become just like a river, and your righteousness like the waves of the sea. Isaiah 48: 17, 18.
যিসকলে যিহোৱাক জানে, যিহোৱাৰ সৈতে থকা তেওঁলোকৰ সম্পৰ্ক বিছিন্ন হ’ব ।
asm_Beng
6,574
Early transfusions were of whole blood removed from a donor, stored, and given to a patient, perhaps a battle casualty.
সেইবাবে সম্পূৰ্ণ তেজ বা ইয়াৰ চাৰিটা মূল উপাদানেই নহওক কিয়, যিহোৱাৰ সাক্ষীসকলে সঞ্চাৰণ কৰাৰ পৰা বিৰত থাকে ।
asm_Beng
6,575
There was nothing to be said.
কোনো কথাতে আপোচ নকৰিছিল।
asm_Beng
6,576
This is the place to be.
ইছা তাক তৈতে দিয়া স্থান৷৷
asm_Beng
6,577
The Truth and Christian Worship
১৫৫ চনত – সা.
asm_Beng
6,578
Therefore, the way I am running is not uncertainly. the way I am directing my blows is so as not to be striking the air. but I pummel my body and lead it as a slave, that, after I have preached to others, I myself should not become disapproved somehow. 1 Corinthians 9: 24 - 27.
সুৰা পান কৰি গাড়ী চলোৱাৰ পৰা আঁতৰি থকাটো কিয় এজন ব্যক্তিৰ বাবে বুদ্ধিমানৰ কাৰ্য্য?
asm_Beng
6,579
It cannot be explained.
যাৰ অৰ্থ ব্যাখ্যা কৰাটো অসম্ভৱ।
asm_Beng
6,580
The setting up of new AIIMS at Deoghar will serve the dual purpose of providing super speciality health care to the population while also helping to create a large pool of doctors and other health workers in this region to be available for primary and secondary-level institutions/facilities being created under the Nati...
দেওগড়ত নতুন এইমছ স্থাপনৰ জৰিয়তে জনাসাধাৰণক ছুপাৰ স্পেচিয়েলিটী স্বাস্থ্য সেৱা প্ৰদানৰ উপৰিও অঞ্চলটোত বৃহৎ পৰিমাণৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মী ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এনএইচএম)ৰ অধীনৰ প্ৰাথমিক আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহৰ বাবে উপলব্ধ হ’ব৷
asm_Beng
6,581
This water is also used for drinking.
খোৱা বোৱাৰ বাবে সেই পানীহে ব্যৱহাৰ কৰে সিঁহতে।
asm_Beng
6,582
This information was given by Minister of State for Culture and Tourism (Independent Charge) and Minister of State for Civil Aviation Dr. Mahesh Sharma yesterday in a written reply in Rajya Sabha.
ৰাজ্যসভাত সোধা এক লিখিত প্ৰশ্নৰ উত্তৰত কালি এই তথ্য প্ৰকাশ কৰে সাংস্কৃতিক আৰু পৰ্যটন দপ্তৰৰ ৰাজ্যিক(স্বতন্ত্ৰ) মন্ত্ৰী আৰু অসামৰিক বিমান পৰিবহণৰ ৰাজ্যিক মন্ত্ৰী ডঃ মহেশ শৰ্মাই।
asm_Beng
6,583
The chosen sound will be played when a new instant message is received, if enabled
নিৰ্বাচিত ধ্বনি নতুন সম্বাদ পালে বজোৱা হ'ব, যদি সক্ৰিয়
asm_Beng
6,584
It has not been tried before as a public health measure.
“ৰাজহুৱা স্বাস্থ্যজনিত পদক্ষেপ হিচাপে কেতিয়াও এনেকুৱা প্ৰয়াস কৰা হোৱা নাছিল।
asm_Beng
6,585
Agriculture and...
ৰাষ্ট্ৰীয় কৃষি আৰু .
asm_Beng
6,586
But Jehovah opens the eyes of honesthearted ones to help them realize that our public ministry is motivated by love for Jehovah and for neighbor.
যিহোৱাই আমাক সকলো ধৰণৰ বিৰোধিতা আৰু তাড়নাত সফলতাৰে সম্মুখীন হ’বলৈ সহায় কৰে ।
asm_Beng
6,587
Modiji is the prime minister of our country.
মোডী আমাৰ দেশৰ প্ৰধান মন্ত্ৰী, সেয়ে নাপায়।
asm_Beng
6,588
There is not.
অৱস্থা নাই।
asm_Beng
6,589
How is the Citizenship Amendment bill connected to the NRC?
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ কি সম্পৰ্ক আছে?
asm_Beng
6,590
Morning classes in schools begin
শুৱালকুছিতো আৰম্ভ হ'ল বিদ্যালয়সমূহৰ পাঠদান-কাৰ্য
asm_Beng
6,591
In view of this, we can explain at a suitable time what Gods Kingdom is, and we can show from the Bible how it will solve present problems.
কোনো অৰ্থহীন বাক্যৰ দ্বাৰা এনে সফলতা পোৱা নাযায় ।
asm_Beng
6,592
And more seriously, toys and tools left lying around are potentially dangerous.
সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে পুতলা, খেলনা আৰু সজুঁলিবোৰ সিঁচৰিত কৰি ৰাখা উচিত নহয় ।
asm_Beng
6,593
Jehovahs glory filled the tabernacle upon its completion in 1512 B.C.E.
১৫১২ চনত নিৰ্ম্মাণ কাৰ্য্য শেষ হোৱাত “যিহোৱাৰ প্ৰতাপে আবাস পৰিপূৰ্ণ ” কৰিলে ।
asm_Beng
6,594
Later today, I will inaugurate one such project at Sree Padmanabhaswamy
আজিয়েই এই অনুষ্ঠানৰ পিছতেই মই শ্ৰী পদ্মনাভাস্বামীত তেনেধৰণৰেই এক প্ৰকল্প মুকলি কৰিম।
asm_Beng
6,595
He is a graduate in English literature.
ইংৰাজী বিষয়ত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লোৱা বুলিয়েই জনালে।
asm_Beng
6,596
The sample has been sent for testing.
ভূপাললৈ প্ৰেৰণ কৰা হৈছে নমুনা।
asm_Beng
6,597
Double-click the file to open it and start editing.
ফাইল খোলি সম্পাদন কৰিবলৈ দুবাৰ-ক্লিক কৰক।
asm_Beng
6,598
for windows on all desktops: Ctrl+F11
তলত বাওঁফালে
asm_Beng
6,599
_All files
সকলো ফাইল (_A)
asm_Beng