Unnamed: 0 int64 0 50.5k | source stringlengths 1 1.85k ⌀ | target stringlengths 1 8.31k ⌀ | lang stringclasses 3
values |
|---|---|---|---|
6,900 | An investigation has begun about the incident. | ঘটনা সম্পৰ্কত মাৰ্ঘেৰিটা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। | asm_Beng |
6,901 | We are very happy with him. | আমি তেওঁকলৈ অত্যন্ত গৌৰৱান্বিত। | asm_Beng |
6,902 | Some accused Katarzyna of selfishness and an antisocial attitude. I still do not get along well with some of them, she says. | আনহাতে বেছিভাগে মোৰ এই দৃষ্টিভঙ্গীক সন্মান কৰে আৰু ইয়ে মোক আনন্দিত কৰি তুলিছে । ” | asm_Beng |
6,903 | Through Isaiah, Jehovah said: This people have come near with their mouth, and they have glorified me merely with their lips, and they have removed their heart itself far away from me. | কেৱল মুখেৰে যিহোৱাৰ মহিমা কৰাটোৱেই যথেষ্ট নহয় । | asm_Beng |
6,904 | Join { -brand-product-name } | { -brand-product-name }-ক যোগদান কৰক | asm_Beng |
6,905 | For thousands of years we have been listening to the teachings in the scriptures. | হাজাৰ বছৰৰ পাৰ আমি শুনি আহিছোঁ, শাস্ত্ৰটো পঢ়িবলৈ পাইছোঁ। | asm_Beng |
6,906 | View as a F_older | ফোল্ডাৰ হিসাবে প্ৰদৰ্শন (_o) | asm_Beng |
6,907 | Can't get it. | তাক নিদিয়াকৈ নোৱাৰিম। | asm_Beng |
6,908 | Route server | ৰুট সেৱক | asm_Beng |
6,909 | However, his words apply in principle to all of our meetings, assemblies, and conventions, which are opened and closed with prayer in his name. | ( যোহন ১৪ : ১৪) গতিকে, আমি ইয়াত উপস্থিত হোৱাটো আমাৰ বাবে এক বিশেষ অধিকাৰ । | asm_Beng |
6,910 | Time passes. | সময় পাৰ হ’ল। | asm_Beng |
6,911 | Server required TLS certificate | চাৰ্ভাৰৰ TLS প্ৰমাণপত্ৰৰ প্ৰয়োজন আছিল | asm_Beng |
6,912 | Petersburg, Russia, recalled: Jehovahs Witnesses were presented to us as some kind of underground sect sitting in the darkness and slaughtering children and killing themselves. | কিন্তু কোনো কোনো সময়ত লোকবিলাকে তেওঁলোকৰ বিষয়ে বিকৃতভাৱে বৰ্ণনা কৰে । | asm_Beng |
6,913 | But not disheartening. | কিন্তু আচৰিতো নহয়। | asm_Beng |
6,914 | Meanwhile, Prime Minister Narendra Modi has declared a 21-day-long complete lock-down for the entire country till April 14 to contain the COVID-19 pandemic | ইপিনে, ভাৰততো ক’ৰ’না মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা নিশা ২১ দিনৰ বাবে অহা ১৪ এপ্ৰিললৈকে সমগ্ৰ দেশত তলাবন্ধ ঘোষণা কৰে। | asm_Beng |
6,915 | The PM laid the foundation stone of roads project worth Rs 500 Crores with the press of a button. | আজি ইয়াতেই আয়োজন কৰা এক গনসভাত প্রধানমন্ত্রীয়ে কয়, পুলৱামাৰ আক্ৰমণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত আমি সকলো গভীৰ শোকত আছো। | asm_Beng |
6,916 | Pak Army kills 5 jawans on Indian soil | পাক সেনাৰ গুলীত আহত ৫জন ভাৰতীয় সেনা জোৱান। | asm_Beng |
6,917 | Audio Settings | অডিঅ' সংহতিসমূহ | asm_Beng |
6,918 | Download it and take a print out for future use. | এইটো ডাউনলোড কৰাৰ লগতে প্ৰিন্ট কৰি পৰৱৰ্তী সময়ত ব্যৱহাৰৰ বাবে লগত ৰাখক। | asm_Beng |
6,919 | The film festival showcased an amalgamation of culture, films, song & dance and food of the 5 member countries, Brazil, Russia, India, China and South Africa. | কথাছবি মহোৎসৱত পাঁচখন সদস্য দেশ ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাৰ বাৰেৰহণীয়া সংস্কৃতি, চিনেমা, নৃত্য-গীত, খাদ্যসম্ভাৰ আদি প্ৰদৰ্শিত হয়। | asm_Beng |
6,920 | Negative root of zero is undefined | শূন্যৰ ঋণাত্মক বৰ্গমূল অবিৱৰিত | asm_Beng |
6,921 | These are the things defiling a man. but to take a meal with unwashed hands does not defile a man. Matthew 15: 11, 18 - 20. What can we learn from Jesus words? | ( গালাতীয়া ৬ : ১০) এক শুদ্ধ হৃদয় আৰু উচিত মনোবৃত্তিৰে কৰা সেই সকলো কাৰ্য্যই ঈশ্বৰক পৰম সন্তুষ্টি প্ৰদান কৰে । — ১ তীমথিয় ১ : ৫. | asm_Beng |
6,922 | Isn't it a great change? | এইবোৰো জানো ডাঙৰ পৰিৱর্তন নহয়? | asm_Beng |
6,923 | He is impressed. | তেওঁ অভিভূত হৈ পৰে। | asm_Beng |
6,924 | Bible writers, they say, reflected the philosophies of the nations around them and did not accurately convey the truth from God. | কিন্তু বাইবেলখন কেৱল সাধাৰণ মানুহে লিখা বাক্য নহয়. এইখন সঁচাকৈ হৈছে ঈশ্বৰৰ প্ৰেৰিত বাক্য । | asm_Beng |
6,925 | What else do you need in life? | মোকনো জীৱনত আৰু কি লাগে ? | asm_Beng |
6,926 | 10 / 15 Persecuted yet Happy, 11 / 1 Pursuing Kindness in Hostile World, 4 / 15 | ‘ পৃথিৱীত তোমাৰ ইচ্ছা পূৰ হ’ব, ’ ৪ / ১ | asm_Beng |
6,927 | In this north... | এয়া উত্তৰ-পূববাসীৰ . | asm_Beng |
6,928 | Shopping cart | শ্ব'পিং কাৰ্ট | asm_Beng |
6,929 | It admits: Basically the two beliefs of resurrection and the souls immortality are contradictory. | হিন্দু ধৰ্ম্মৰ অনুসাৰে মানুহে কেইবাৰো পুনৰজন্ম বা নৱৰূপ লয় । | asm_Beng |
6,930 | Also Read: Congress Has Not Rejected NRC: Debabrata Saikia | অন্য খবৰৰ বাবে পঢ়ক: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক কংগ্ৰেছে অস্বীকাৰ কৰা নাইঃ বিৰোধী দলপতি দেবব্ৰত শইকীয়া | asm_Beng |
6,931 | Couldn't save attachment %s: %s | এটাচমেন্ট “%s” সংৰক্ষণ কৰিবলৈ ব্যৰ্থ: %s | asm_Beng |
6,932 | Therefore, beg the Master of the harvest to send out workers into his harvest. MATTHEW 9: 37, 38. | এই হেতুকে নিজৰ শস্যক্ষেত্ৰলৈ বনুৱাবিলাকক পঠাই দিবলৈ, শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা । ” — মথি ৯ : ৩৭, ৩৮. | asm_Beng |
6,933 | Unable to initialize login system | লগিন প্ৰণালী আৰম্ভ কৰিবলে অক্ষম | asm_Beng |
6,934 | Choose your display type | আপোনাৰ প্ৰদৰ্শনৰ ধৰণ বাছক | asm_Beng |
6,935 | Keep on reading... | এতিয়াও পঢ়িব পাৰা …। | asm_Beng |
6,936 | So how is this possible? | তেনেহ’লে কেনেকৈ পাৰ হোৱা যায় এইতো অথন্তৰ ! | asm_Beng |
6,937 | The only place we could do so was in one of the corridors near the staff room. It was not very quiet. | পঢ়ি থকা স্কুলখনত তাইৰ উপৰিও যিহোৱাৰ সাক্ষীৰ আন কিশোৰীসকল আছিল । | asm_Beng |
6,938 | Selection Color | নিৰ্বাচনৰ ৰঙ | asm_Beng |
6,939 | Falling back to initial. | 'initial' লৈ উভতা হৈছে। | asm_Beng |
6,940 | It took so much time. | এনেকৈ বহুত সময় গ’ল। | asm_Beng |
6,941 | This document contains non-embedded fonts that are not from the PDF Standard 14 fonts. If the substitute fonts selected by fontconfig are not the same as the fonts used to create the PDF, the rendering may not be correct. | এই দস্তাবেজে নন-এমবেডেড ফন্টসমূহ অন্তৰ্ভুক্ত কৰে যি PDF প্ৰামাণিক ১৪ ফন্টসমূহৰ পৰা নহয়। যদি fontconfig দ্বাৰা নিৰ্বাচন কৰা প্ৰতিস্থাপন ফন্টসমূহ PDF সৃষ্টি কৰিবলে ব্যৱহাৰ কৰা ফন্টৰ সৈতে একে নহয়, ৰেণ্ডাৰিং সঠিক নহবও পাৰে। | asm_Beng |
6,942 | He said that once this context is understood, the stress will reduce. | তেওঁ কয় যে এবাৰ বিষয়বস্তু অনুধাৱন কৰাৰ পিছত এই উদ্বিগ্নতা হ্ৰাস হয়৷ | asm_Beng |
6,943 | or cancel the operation. | পুনৰুদ্ধাৰৰ বাবে ক্ৰেডেলৰ ওপৰত সুসঙ্গতিৰ বুটাম টিপক | asm_Beng |
6,944 | Full name | সম্পূৰ্ণ নাম? | asm_Beng |
6,945 | But we need to do this in a way that shows respect for others and for their sincerely held beliefs. | সেয়েহে আমি পাঁচনি পিতৰৰ এই পৰামৰ্শক পালন কৰা উচিত । | asm_Beng |
6,946 | Are you quick to act when corrupting influences are making inroads among your close associates? | কোনোবাই আপোনাৰ সৈতে অসৎ ব্যৱহাৰ কৰাৰ বাবে আপুনি কেতিয়াবা অতি ক্ৰোধিত হৈছেনে? | asm_Beng |
6,947 | I do not want it. | মোৰো চাই থকাৰ ধৈৰ্য নোহোৱা হল। | asm_Beng |
6,948 | Media player is charging | মিডিয়া প্লেয়াৰ চাৰ্জ হৈ আছে | asm_Beng |
6,949 | Brothers and Sisters, when I was talking about work culture, one thing was clear that I do not look at the issues in isolation but as a whole. | ভাই-ভনীসকল, মই যেতিয়া কৰ্ম-সংস্কৃতিৰ কথা কৈ আছিলো, তেতিয়া কথা স্পষ্ট যে আমি বস্তুবোৰ এককভাৱে লক্ষ্য নকৰোঁ। | asm_Beng |
6,950 | The apostle Peter told fellow Christians in his day: If you are being reproached for the name of Christ, you are happy, because the spirit of glory, even the spirit of God, is resting upon you. | আনকি আমি অত্যন্ত বেয়া পৰিস্থিতিৰ সন্মুখীন হোৱাৰ স্বত্ত্বেও আনন্দিত হোৱা কাৰণ বিচাৰি পাওঁ । | asm_Beng |
6,951 | Thats why they are not used. | সেয়েহে ব্যৱহাৰ কৰা নাছিল এইবোৰ। | asm_Beng |
6,952 | holding of office by the Chairperson and Members of the Public Enterprises Selection Board (PESB) for a period of 3 years from assumption of charge or until attaining the age of 65 years or until further orders whichever is earlier. | (খ)তিনিবছৰৰ কাৰণে ৰাজহুৱা উদ্যোগ নিৰ্বাচন ব’ৰ্ডৰ অধ্যক্ষ আৰু সদস্যৰ পদৰ দায়িত্ব গ্ৰহণ কৰা অথবা ৬৫ বছৰ বয়স সম্পূৰ্ণ নোহোৱা পৰ্যন্ত দায়িত্ব থকা, তেতিয়ালৈকে আগতে আদেশ পোৱা নহয়৷ | asm_Beng |
6,953 | This MoU shall enable pursuing the following potential interest areas of cooperation such as, remote sensing of the earth. satellite communication and satellite based navigation. Space science and planetary exploration. use of spacecraft and space systems and ground system. and application of space technology. | এই বুজাবুজিৰ চুক্তিপত্ৰই পৃথিৱীৰ ৰিম’ট ছেন্সিং. উপগ্ৰহীয় যোগাযোগ আৰু উপগ্ৰহভিত্তিক দিশ নিৰ্ণয়. মহাকাশ বিজ্ঞান আৰু সৌৰজগতৰ সন্ধান. মহাকাশযানৰ ব্যৱহাৰ আৰু মহাকাশ প্ৰণালী তথা ভূমি প্ৰণালী. আৰু মহাকাশ প্ৰযুক্তিৰ ব্যৱস্থাসমূহৰ ক্ষেত্ৰত সহযোগিতাৰ অৱকাশ সৃষ্টি কৰিব৷ | asm_Beng |
6,954 | In the Scriptures, the word hate has several shades of meaning. In some contexts, it simply means to love to a lesser degree. | অত্যধিক নিন্দাৰ সম্মুখীন হোৱাৰ সময়ত আধ্যাত্মিক ভাৰসাম্যতা বজাই ৰাখিবলৈ আমাক কিহে সহায় কৰিব? | asm_Beng |
6,955 | [ Picture on page 15] | [ ২৭ পৃষ্ঠাৰ ছবি] | asm_Beng |
6,956 | At first glance those words may seem gloomy. In reality, though, they amounted to a command for the Gadites to strike back. | বৰ্তমান আমাৰ উপাসনাৰ সম্বন্ধে অহা প্ৰত্যাহ্বানবোৰ | asm_Beng |
6,957 | And will never. | আৰু হইতো কেতিয়াও নকৰিবও . | asm_Beng |
6,958 | What are we passing on to our next generation? | আমি আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে কি কৰিম বুলি ভাবিছোঁ? | asm_Beng |
6,959 | I have no wireless network when I wake up my computer | মোৰ কমপিউটাৰ সাৰ পাওতে কোনো বেতাঁৰ নেটৱাৰ্ক নাছিল | asm_Beng |
6,960 | This is the law of nature. | এইবোৰ প্রকৃতিৰ নিয়ম। | asm_Beng |
6,961 | In this article, we will discuss how he aided his servants in Bible times. In the next article, we will consider how he helps his people today. Help From Angels | এই বিষয়ে জানিবলৈ আঁহক আমি চাৰিটা কাৰণৰ বিষয়ে বিবেচনা কৰোঁহঁক । | asm_Beng |
6,962 | There is no change in tax rates and slabs. | ইয়াতো আয়কৰৰ হাৰ আৰু শ্লেবৰ কোনো পৰিবৰ্তন হোৱা নাই। | asm_Beng |
6,963 | I could never be as strong as u. | মই তোমালোকৰ দৰে সবল হ’ব নোৱাৰিলোঁ। | asm_Beng |
6,964 | Unable to initialise HAL: %s: %s | HAL আৰম্ভ কৰিবলৈ ব্যৰ্থ: %s: %s | asm_Beng |
6,965 | Among other things, it has been extolled as the very essence of Scripture, a summary of the Christians duty to his neighbour, and a fundamental ethical principle. | উদাহৰণস্বৰূপে, আন আন বিষয়বোৰৰ সৈতে এই বাক্যফাঁকি হৈছে “এক অতি আৱশ্যকীয় শাস্ত্ৰ পদ । ” | asm_Beng |
6,966 | The deceased is survived by his wife and three children a son and two daughters. | মৃত্যুৰ সময়ত তেখেতে পত্নী, তিনি পুত্ৰ আৰু দুই জীয়ৰীক ইহসংসাৰত এৰি থৈ গৈছে ৷ | asm_Beng |
6,967 | Also, some had married Ashdodite, Ammonite and Moabite wives. How this pained Nehemiah! | বিবেচনা কৰক যে ৰজা দায়ূদক তেওঁৰ শহুৰ অৰ্থাৎ ৰজা চৌলৰ অত্যাধিক বিদ্বেষ সহন কৰিবলগীয়া হৈছিল । | asm_Beng |
6,968 | David wanted to remain morally clean so that he could worship Jehovah and proclaim his devotion to God. | আমিও যিহোৱাৰ উপাসনা - গৃহত উপস্থিত হৈ তেনেদৰে অনুভৱ কৰোঁনে? | asm_Beng |
6,969 | Disobedient mankind and wicked spirit forces cause much pain and anguish, and Christians are not immune to distress. 1 Peter 5: 9. | ইয়াৰ অৰ্থ হৈছে আমি দুষ্ট লোক, চয়তান আৰু তাৰ পিশাচবোৰৰ দ্বাৰা পীড়িত আৰু দুখ ভুগীবলগা হৈছে । — ১ পিতৰ ৫ : ৯. | asm_Beng |
6,970 | Units to convert the current calculation into | বৰ্তমান গণনাক পৰিবৰ্তন কৰিবলে এককসমূহ | asm_Beng |
6,971 | I have clarified in Parliament that this is not going to happen. | মই সংসদত ইয়াৰ বিষয়ে স্পষ্ট ৰূপত প্ৰকাশ কৰিছিলো যে এনেধৰণৰ কোনো ঘটনা সংঘটিত নহয়। | asm_Beng |
6,972 | This hostility often originates with those who deny Gods existence and who have become empty - headed in their reasonings. Romans 1: 20 - 22. | মই পূৰ্বৰ তুলনাত আধ্যাত্মিক বিষয়বোৰক কম গুৰুত্ব দিছোঁনে? | asm_Beng |
6,973 | Upon learning that her son has been killed by Jehu, Ahaziahs mother, Athaliah, rises up to destroy all the offspring of the kingdom of Judah and usurps the throne. | যেহূৰ পিছত ইস্ৰায়েলত হোৱা ৰজাসকলে যিহোৱাৰ দৃষ্টিত যি বেয়া আছিল, তেনে কাৰ্য্য কৰিলে । | asm_Beng |
6,974 | I have tried to grasp as much as I can. | মই যিমানেই বুজাবলৈ চেষ্টা কৰিছোঁ তাতকৈ বেছিকৈহে এওঁ উগ্ৰৰূপ ধাৰণ কৰিছে। | asm_Beng |
6,975 | But my mind was in turmoil. | কিন্তু মনটো ইমান অস্থিৰ হৈ পৰিল মোৰ একোতে মন নবহা হ’ল। | asm_Beng |
6,976 | Manage volumes and partitions | ভলিউমসমূহ আৰু বিভাজনসমূহ ব্যৱস্থাপনা কৰক | asm_Beng |
6,977 | But what about our time? Present - day nations do not want to comply with the requirements of Jehovah and the Messiah. | আমাৰ সময়ত থকা জাতিবোৰে যিহোৱা আৰু মচীহ ৰাজ্যৰ সামঞ্জস্যত চলিবলৈ কোনোপধ্যেই মান্তি নহয় । | asm_Beng |
6,978 | Jehovah Holds an Accounting Why has Jehovah set us free spiritually? | আনকি দামুৰিৰ উপাসক সকলেও কুপথত চলি থাকিল । | asm_Beng |
6,979 | The undersigned does not bind himself the acceptance of the lowest tendered rate and may reject any quotation without assigning any reason thereof | সৰ্বনিম্ন নিৰিখৰ নিবিদা গ্ৰহণ কৰিবলৈ নিম্নোক্ত স্বাক্ষৰকাৰী বাধ্য নহয় আৰু কোনো নিবিদা কোনো কাৰণ প্ৰদৰ্শন নকৰাকৈ নাকচ কৰিব পাৰিব। | asm_Beng |
6,980 | A prominent instrument in their evangelizing work has been the Watchtower magazine. | তেওঁলোকে এই কাৰ্য্যক সম্পন্ন কৰিবলৈ ব্যৱহাৰ কৰা প্ৰধান সজুলি হৈছে প্ৰহৰীবুৰুজ নামৰ আলোচনীখন । | asm_Beng |
6,981 | Our love for him and the joy that is set before us help us to fight discouragement and fear. | ( ইব্ৰী ১২ : ২) সেইবাবে আমি প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সম্মুখীন হৈও নিৰন্তৰে দৃঢ়তা বজাই ৰাখিব পাৰিম । | asm_Beng |
6,982 | Celebrating world environment day | সকলোতে বিশ্ব পৰিৱেশ দিৱস উদযাপন | asm_Beng |
6,983 | I cant let go of things. | মই বস্তুবোৰ তাত নুসুমায়ো নোৱাৰোঁ। | asm_Beng |
6,984 | No packages | কোনো পেকেইজ নাই | asm_Beng |
6,985 | Protests have been taking place across the country against the Citizenship Amendment Act. | সমগ্ৰ দেশৰ লগতে কেৰালাতো নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। | asm_Beng |
6,986 | "Preview of the ""%1"" font" | """% 1"" আখৰৰ প্ৰদৰ্শিত পূৰ্বৰূপ" | asm_Beng |
6,987 | Secondly, India's economic development cannot be based on 5-50 big cities. | দ্বিতীয় কথা, ভাৰতৰ আৰ্থিক বিকাশকো ৫-৫০ বৃহৎ চহৰৰ ওপৰত নিৰ্ভৰ কৰি আগবঢ়াব নোৱাৰি। | asm_Beng |
6,988 | Another endearing attribute of the novel is its characterisation. | বৈচিত্ৰময় বৰ্ণময় চিত্ৰণ ৰবীন্দ্ৰকাব্যৰ অন্য এক উল্লেখনীয় বৈশিষ্ট্য। | asm_Beng |
6,989 | Heres a primer. | ইয়াতো অগ্ৰাহ্যকৰণ। | asm_Beng |
6,990 | True, most of us are not in a position to learn a foreign language. | কিয়নো যীচুৱে আগতীয়াকৈ তেনে পৰিস্থিতি দেখা দিব বুলি কৈছিল । | asm_Beng |
6,991 | The ANI image format | ANI প্ৰতিমুৰ্তিৰ আকৃতি | asm_Beng |
6,992 | [ Pictures on page 3] | [ ৩ পৃষ্ঠাৰ ছবিসমূহ] | asm_Beng |
6,993 | You will notice that in the preceding chapter of Deuteronomy, Moses restates the laws that God wrote on tablets of stone the Ten Commandments. | বৰঞ্চ, তেওঁলোকে নিজৰ ল’ৰা - ছোৱালীক নিৰন্তেৰে ঈশ্বৰৰ আজ্ঞাৰ বিষয়ে শিকোৱা আৰু সোঁৱৰোৱা উচিত । | asm_Beng |
6,994 | Satan is a formidable foe. But we need not have a morbid fear of him or his demons. | কিন্তু আমি চয়তান বা তাৰ পিশাচবোৰক ভয় কৰাৰ কোনো কাৰণ নাই । | asm_Beng |
6,995 | The injured woman has been admitted to the hospital. | বাঘৰ আক্ৰমণত আহত মহিলাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। | asm_Beng |
6,996 | Scan Remote Fo_lder | দূৰবৰ্তী ফোল্ডাৰ স্কেন কৰক (_l)… | asm_Beng |
6,997 | We are indeed grateful to the SCO Member States and its leaders for their overwhelming support for Indias membership of the SCO. | এছচিঅ’ত ভাৰতৰ সদস্যভূক্তিৰ বাবে ব্যাপক সমৰ্থন আগবঢ়োৱা সদস্য ৰাষ্ট্ৰ আৰু ইয়াৰ নেতৃবৰ্গৰ প্ৰতি আমি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো। | asm_Beng |
6,998 | Who had the most rewarding life Peter or the rich young ruler? ( a) On what does true happiness depend? | চাৰিজন মাছমৰীয়াই যীচুৰ আমন্ত্ৰণৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱালে? | asm_Beng |
6,999 | The stylesheet %1$S was not loaded because its MIME type, %2$S, is not text/css. | "স্টাইলছীট %1$S তোলা হোৱা নহৈছিল কাৰণ তাৰ MIME ধৰণ, ""%2$S"", ""text/css"" নহয়।" | asm_Beng |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.