Unnamed: 0
int64
0
50.5k
source
stringlengths
1
1.85k
target
stringlengths
1
8.31k
lang
stringclasses
3 values
7,800
Check the file still exists and has not been deleted.
চিস্টেমত চিহ্নিত নথিপত্ৰ পোৱা নাযায়।
asm_Beng
7,801
Because, in truth, they do not accept the Bible as Gods Word.
বাস্তৱতে, তেওঁলোকে বাইবেলক ঈশ্বৰৰ বাক্য বুলি স্বীকাৰ কৰিবলৈ অগ্ৰাহ্য কৰে ।
asm_Beng
7,802
What punishment will they get?
তেওঁলোকে কি শাস্তি পাব?
asm_Beng
7,803
Soon the Bible acted like a very potent medicine to heal their hearts too. How? Kill Then Die a Martyrs Death
তেওঁ এক ধৰ্মপৰায়ণ পৰিয়ালত ডাঙৰ - দীঘল হৈছিল ।
asm_Beng
7,804
So they complied to the extent of appearing, but they would not and did not share in any wrong act. Daniel 3: 1 - 18.
সেয়েহে তেওঁলোক যদিও তাত উপস্থিত হৈছিল, কিন্তু তেওঁলোকে কোনো ধৰণৰ মিছা উপাসনাত ভাগ নললে । ​ —⁠ দানিয়েল ৩ :⁠ ১ - ​ ১৮.
asm_Beng
7,805
Awaiting Government Decision
ভাৰত চৰকাৰৰ সিদ্ধান্তলৈ অপেক্ষা
asm_Beng
7,806
Apna time aayega.
” এপৰত সি ঘৰ পালেহি।
asm_Beng
7,807
It further states that gamblers or players usually bet money on... such games of chance as lotteries, card games, and dice.
কোনো খেল যেনে, লটাৰী, কাৰ্ড আৰু পাশা খেলত ধনৰ বাজি মাৰে । ”
asm_Beng
7,808
missing immediately before.
“” একদম আগতে সন্ধানহিন।
asm_Beng
7,809
Whether to use the system monospace font
চিস্টেমৰ মনোস্পেইচ ফন্ট ব্যৱহাৰ কৰা হব নে
asm_Beng
7,810
The area had been tense after the incident.
ঘটনাৰ পিছতে সমগ্ৰ ঠাইখনত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ।
asm_Beng
7,811
1, 2. (a) Why are humans unable to see Gods glory directly? ( b) How do the 24 elders give glory to God?
“ তু মি মোৰ মুখ দেখা পাব নোৱাৰা. কাৰণ মানুহে মোক দেখিলে নিজীব । ”
asm_Beng
7,812
Children's Fair
ৰূপান্তৰৰ শিশু মেলা
asm_Beng
7,813
Enable input method by default
ইনপুট পদ্ধতি অবিকল্পিতভাৱে সামৰ্থবান কৰক
asm_Beng
7,814
The result of humility and the fear of Jehovah is riches and glory and life.
বাইবেলত নম্ৰতা গুণটোক অধিককৈ মান্যতা দিয়া হৈছে ।
asm_Beng
7,815
"""Whats your name?"
“তোমাৰ নামটো কোৱাচোন?
asm_Beng
7,816
They go about life doing as they please, knowingly or unknowingly conducting themselves in accord with the dictates of their imperfect flesh and giving little consideration to the consequences to themselves or to others.
এইটো সঁচা যে আজি লাখ লাখ লোকে ইন্দ্ৰিয় - দমন কৰাটো তেওঁলোকৰ বাবে কোনো কঠিন কাৰ্য্য নহয় বুলি অনুভৱ কৰিব পাৰে ।
asm_Beng
7,817
The film was directed by Jahnu Barua and produced by Assam State Film (Finance & Development) Corporation Limited.
বোলছবিখনৰ প্ৰযোজনা অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম (বিত্ত আৰু উন্নয়ন) আৰু পৰিচালক জাহ্নু বৰুৱা।
asm_Beng
7,818
Once you have the resulting satisfaction and benefits, your next goal might be a progressive reading of the books of Moses and the historical books through Esther.
প্ৰাথমিকতে আপুনি পাঁচনিবিলাকে লিখা চাৰিখন শুভবাৰ্ত্তাৰ কিতাপ পঢ়ি শেষ কৰাৰ লক্ষ্য ৰাখিব পাৰে আৰু তাৰ পিছত দ্বিতীয়টো ।
asm_Beng
7,819
But no one cares.
কিন্তু কোনেও গুৰুত্ব নিদিয়ে।
asm_Beng
7,820
That's the way to go out.
সেইকাৰণে বহিবলৈ দিগদাৰ হৈছে।
asm_Beng
7,821
If we have heartfelt readiness to do all we can, God will surely accept our service.
গতিকে আমি নিৰুসাহ হোৱাটো উচিত নহয় ।
asm_Beng
7,822
What people is known the world over for their unity with fellow believers a unity that rises above racial, national, and ethnic differences?
আমি কেনে ধৰণে ঈশ্বৰৰ মহিমা কৰিব পাৰোঁ?
asm_Beng
7,823
Nevertheless, we can demonstrate our appreciation for spiritual things, even as Hannah did.
আমি কেনেকৈ যিহোচূৱাৰ দৰে হ’ব পাৰোঁ আৰু তেনে কৰাটো কিয় অতি আৱশ্যক?
asm_Beng
7,824
Thats the big question?
তাকেই লৈ উত্থাপন হৈছে বৃহৎ প্ৰশ্ন?
asm_Beng
7,825
Rally against anti-worker policies
শ্রমিক-বিৰোধী নীতিৰ বিৰুদ্ধে পল্টনবজাৰত ধর্মঘট
asm_Beng
7,826
Protect it.
ৰক্ষা কৰি ফুৰৈ তাক৷
asm_Beng
7,827
Then you could retire. You could move away from the hustle and bustle of it all to some remote village. And what then?
বেপাৰীজনে বৰ্ণনা কৰি ক’লে: “জীৱনটো সুখী হ’ব ।
asm_Beng
7,828
To exchange experience in the areas of promotion, marketing destination development and management 8.
ছ) সংবৰ্ধন, বিপণন গন্তব্য বিকাশ আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত অভিজ্ঞতাৰ আদান–প্ৰদান কৰা৷
asm_Beng
7,829
File photo of Mamata Banerjee and Narendra Modi
নৰেন্দ্ৰ মোদী আৰু মমতা বেনাৰ্জীৰ ফটো বিকৃত কৰি আটক যুৱক
asm_Beng
7,830
You could decide to do something new.
আপুনি নতুন কিবা কৰাৰ সিদ্ধান্ত লব পাৰে।
asm_Beng
7,831
Determines how transparency should be indicated. Valid values are CHECK_PATTERN, COLOR and NONE. If COLOR is chosen, then the trans-color key determines the color value used.
কিভাবে স্বচ্ছতা নিৰ্দেশ কৰা হব, সেইটো নিৰ্ধাৰণ কৰে। বৈধ মানসমূহ হ'ল CHECK_PATTERN, COLOR আৰু NONE। যদি COLOR বছা হয়, তেন্তে trans-color কিয়ে ব্যৱহৃত ৰঙৰ মান ঠিক কৰে।
asm_Beng
7,832
Printer service
প্ৰিন্টাৰ সেৱা
asm_Beng
7,833
The fire is suspected to have been started by an electric short-circuit.
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি সন্দেহ কৰা হৈছে।
asm_Beng
7,834
Millions today who imitate Jesus in putting Gods Kingdom first and in submitting to Gods will also enjoy a wonderful gift the privilege of being earthly subjects of Gods Kingdom.
তেওঁ অধীন হোৱাৰ বাবে কিমান যে অপূৰ্ব পুৰস্কাৰৰ ভাগী হ’ল! ​ —⁠ দানিয়েল ৭ :⁠ ১৩, ১৪.
asm_Beng
7,835
Copy one or more files from SOURCE to DEST.
এটা বা অধিক ফাইলসমূহ SOURCE ৰ পৰা DEST লে কপি কৰক।
asm_Beng
7,836
But fear of God or godly fear is awe and profound reverence for the Creator.
ভয় আৰু প্ৰেমে একেলগে কাৰ্য্য কৰে
asm_Beng
7,837
Whether to allow Bluetooth clients to write files, or share the files read-only.
ব্লুটুথ ক্লাএন্ট দ্বাৰা ফাইল লিখা সম্ভব হ'ব নে অকল পাঠযোগ্য অনুমতি সহ ফাইলৰ অংশীদাৰী কৰা যাব।
asm_Beng
7,838
Prime Minister mentioned that India attached high priority to its relations with Canada.
ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে কানাডাৰ সৈতে থকা ভাৰতৰ সম্পৰ্কক ভাৰতে সদায়েই উচ্চ আসন দি আহিছে৷ উল্লেখ্য যে সুদীৰ্ঘ প্ৰায় ৪২ বছৰৰ বিৰতিত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কানাডালৈ গৈ প্ৰথমটো দ্বিপাক্ষিক সাক্ষাৎত মিলিত হৈছিল ২০১৫ চনৰ এপ্ৰিল মাহত আৰু তাৰ সমান্তৰালভাৱে দুয়োখন দেশৰে বিভিন্ন উন্নয়নমূলক কাম-কাজত দুয়োখন দেশে...
asm_Beng
7,839
Many betrayed a fleshly viewpoint, speaking pointedly of the material provisions that Jehovah had made in the wilderness in Moses day.
প্ৰাচীন শিষ্যসকলৰ দৰে আমিও পৰীক্ষিত হ’ব পাৰোঁ ।
asm_Beng
7,840
The item cannot be restored from trash
বস্তুটো আবৰ্জনাৰ বাকচৰ পৰা উদ্ধাৰ কৰা সম্ভৱ নহয়
asm_Beng
7,841
Those who take the lead as teachers are especially responsible to be encouraging to others.
ধনৱানৰ বিষয়ে যীচুৱে দিয়া দৃষ্টান্তৰ পৰা আমি কি শিকিব পাৰোঁ?
asm_Beng
7,842
Here's how to withdraw cash without using a debit card
ডেবিট কাৰ্ড অবিহনে কেনেকৈ টকা উলিয়াব পাৰিব
asm_Beng
7,843
In this way, they maintained a good conscience as well as their precious relationship with Jehovah. 2 Corinthians 4: 1, 2.
এইদৰে তেওঁলোকে এক উত্তম বিবেক শক্তি আৰু যিহোৱাৰ সৈতে এক বহুমূলীয়া সম্পৰ্ক বজাই ৰাখে । ​ —⁠ ২ কৰিন্থীয়া ৪ :⁠ ১, ২.
asm_Beng
7,844
Window One Desktop Up
ওপৰৰ ডেষ্কট' পলৈ সংযোগক্ষেত্ৰ স্থানান্তৰ কৰক
asm_Beng
7,845
The benefits of institutionalized arbitration will accrue to Government and its agency and to the parties to a dispute.
ইয়াৰ ফলত ভাৰতক প্রতিষ্ঠানগত মধ্যস্থতাকাৰী ব্যৱস্থাৰ এটি হাব হিচাপে গঢ়ি তুলিব পৰা যাব৷
asm_Beng
7,846
Growing air pollution crisis
সংকটত মহানগৰী, ভয়ংকৰ হাৰত বৃদ্ধি বায়ু প্ৰদূষণ
asm_Beng
7,847
But that is the exception.
কিন্তু সেই ছোৱালীজনী যেন ব্যতিক্ৰম।
asm_Beng
7,848
The transformation of India cannot happen without a transformation of governance.
প্ৰশাসন যন্ত্ৰৰ পৰিৱৰ্তন অবিহনে পৰিৱৰ্তিত ভাৰত সম্ভৱ নহয়।
asm_Beng
7,849
The 'Sankalp Samawesh' was attended by Chief Minister Sarbananda Sonowal, Cabinet Ministers Himanta Biswa Sarma, Atul Bora, Pijush Hazarika, Keshab Mahanta, Naba Kumar Doley, Pallab Lochan Das, MLA Mrinal Saikia among others.
সংকল্প সমাৰোহৰ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰা,পল্লৱ লোচন দাস, গণ শক্তিৰ ডাঃ ৰনোজ পেগু, নৱ দলে, ৰঞ্জিত দাস, কেশৱ মহন্ত, যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷
asm_Beng
7,850
From where do we begin?
কিহৰ পৰা আৰম্ভ কৰো বাৰু?
asm_Beng
7,851
Creation Declares the Glory of God!
সৃষ্টিয়ে ঈশ্বৰৰ মহিমা কৰে!
asm_Beng
7,852
This may occur if other packaging tools are being used simultaneously.
পেকেইজ সৃষ্টিৰ বেকএন্ড আৰম্ভ কৰিবলৈ ব্যৰ্থ।
asm_Beng
7,853
Pick the printer that you use most often.
আপুনি বেছিৰভাগ সময় ব্যৱহাৰ কৰা প্ৰিন্টাৰ বাছক।
asm_Beng
7,854
No network devices found.
কোনো নেটৱাৰ্ক ডিভাইচ পোৱা নগল।
asm_Beng
7,855
One killed in bomb blast
বোমা বিস্ফোৰণত নিহত এজন ব্যক্তি।
asm_Beng
7,856
Couldn't decode image
প্ৰতিমূৰ্তি ডিকোড কৰিব পৰা ন'গ'ল
asm_Beng
7,857
Totem Movie Player
Totem চলচিত্ৰ প্লেয়াৰ
asm_Beng
7,858
Simulating the system repair
চিস্টেম মেৰামতি চিমুলেট কৰা
asm_Beng
7,859
Please say you are my sister, in order that it may go well with me on your account, and my soul will be certain to live due to you.
যদিও চাৰীৰ বয়স ৬৫ বছৰ হৈছিল, তাই দেখাত সুন্দৰী আছিল ।
asm_Beng
7,860
Isn t that a problem?
একো সমস্যা হোৱা নাইতো ঘৰত?
asm_Beng
7,861
According to AIUDF sources, the party has already held an election committee meeting, and the party candidates will be named in the next meeting of the committee
এআইইউডিএফৰ এক বিশেষ সূত্ৰৰ মতে দলে প্ৰথমতেই নিৰ্বাচন সমিতি বৈঠক আয়োজিত কৰিছে ৷ আৰু দলৰ প্ৰাৰ্থী সকলৰ নাম সমিতিৰ দ্বিতীয় বৈঠকত উপস্থাপন কৰা হ’ব ।
asm_Beng
7,862
Searching by description
বিৱৰণৰ মতে সন্ধান কৰা হৈছে
asm_Beng
7,863
_Outbound Proxy:
বাহিৰমূখী প্ৰক্সি: (_O)
asm_Beng
7,864
"""I am playing me."
“মই কি খেলিম তোমালোকেই কোৱা।
asm_Beng
7,865
Why must we work at maintaining humility, and how is this highlighted in the case of King Saul of Israel?
লগতে নিজৰ ভুলবোৰো স্বীকাৰ কৰিবলৈ তেওঁ কেতিয়াও অজুহাত দেখুৱা নাছিল ।
asm_Beng
7,866
Personal File Sharing
ব্যক্তিগত নথিপত্ৰৰ অংশীদাৰী
asm_Beng
7,867
Citizenship Amendment Act protests
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে দুলীয়াজানত প্রতিবাদ
asm_Beng
7,868
Wheres my number?
ক’ত পালা মোৰ নম্বৰ!
asm_Beng
7,869
What disguised snare is one of the Devils crafty acts, and what counsel in Proverbs is appropriate here?
যদি হৈছোঁ, তেন্তে আমি হয়তো যিহোৱাৰ পৰীক্ষা কৰিব পাৰোঁ ।
asm_Beng
7,870
With his pinions he will block approach to you, and under his wings you will take refuge, wrote the psalmist. Psalm 91: 4.
এই পাঠটো বিশেষকৈ বৰ্তমান সময়ৰ খ্ৰীষ্টানসকলৰ বাবে অধিক প্ৰযোজ্য ।
asm_Beng
7,871
Laugh out loud
৫) বেছিকৈ ছিৰি বগোৱা
asm_Beng
7,872
We are associated with an organization that brings the pure waters of truth right to us, but we must do our part.
আমি সঙ্গী উপাসকসকলৰ পৰা প্ৰায়ে পোনপটীয়াকৈ সহায় লাভ কৰোঁ ।
asm_Beng
7,873
Delhi Deputy Chief Minister Manish Sisodia given plasma therapy after health deteriorates
আমৰণ অনশনত বহা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ সিসোডিয়া অসুস্থ, চিকিৎসালয়ত ভৰ্তি
asm_Beng
7,874
Why not you?
কিয় নপঢ়িম বাৰু?
asm_Beng
7,875
MIME type
Mime ধৰণ
asm_Beng
7,876
It compares the diversity of personalities in the congregation to the variety of vehicles traveling alongside you on the road. What makes it effective?
বিদ্যাৰ্থীজনৰ হৃদয়ত যি আছে তাক ‘ উলিয়াবলৈ ’ আমি প্ৰশ্নসমূহক কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ আৰু কিহৰ বিষয়ে মনত ৰাখা উচিত?
asm_Beng
7,877
If you do, you win.
যদি এৰুৱাব পাৰে তেনেহলে বিজয়ী হয়।
asm_Beng
7,878
Are you lucky
কওঁক আপুনি ভাগ্যৱান হয়নে নে
asm_Beng
7,879
Available formats
উপলব্ধ বিন্যাসসমূহ
asm_Beng
7,880
The Minister stated this while delivering his address at the 28th State Information Ministers Conference here today at VigyanBhawan, New Delhi.
নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত ২৮সংখ্যক ৰাজ্যিক তথ্য মন্ত্ৰী সন্মিলনত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।
asm_Beng
7,881
But that isnt right.
কিন্তু সেইটো সঠিক কথা নহয়।
asm_Beng
7,882
Human history has consistently been characterized by war, injustice, oppression, and suffering.
মানৱ ইতিহাসে প্ৰকাশ কৰিছে যে মানুহে কেৱল যুদ্ধ, অন্যায়, নিৰ্য্যাতন আৰু ক্লেশত ভোগী আছে ।
asm_Beng
7,883
He says: Let me refer to the decree of Jehovah [who has made with his Son a covenant for the Kingdom]. he [Jehovah God] has said to me: You are my son. I, today, I have become your father.
এতিয়া মচীহ ৰাজ্যৰ ৰজাজনে এইদৰে কৈছে: “মই বিধিটিৰ বৃত্তান্ত প্ৰচাৰ কৰিম. যিহোৱাই [যিজনে ইতিমধ্যেই তেওঁৰ পুত্ৰৰ দ্বাৰা ৰাজ্য সম্বন্ধীয় এক নিয়ম স্থাপন কৰিলে] মোক কৈছে, তুমি মোৰ পুত্ৰ. মই আজিয়েই তোমাক জন্ম দিলোঁ । ”
asm_Beng
7,884
Final scale on the X axis
X অক্ষত অন্তিম স্কেইল
asm_Beng
7,885
The project is a Joint Venture of HPCL and Government of Rajasthan.
এইচ পি চি এল আৰু ৰাজস্থান চৰকাৰৰ যুটীয়া উদ্যোগত এই প্ৰকল্প গঢ়ি উঠিছে।
asm_Beng
7,886
Like Micaiah, we should be courageous and bold in speaking about Jehovah and his purposes.
যিহোৱা আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে আনক ক’বলৈ আমি মীখায়াৰ দৰে সাহসী হোৱা উচিত ।
asm_Beng
7,887
Gwens zeal as an evangelizer was almost legendary in our city, says her husband.
তেনে কৰাৰ বাবে তাই সঁচাকৈ প্ৰশংসাৰ পাত্ৰী । ”
asm_Beng
7,888
He cant write.
হাঁহিব নোৱাৰিলে তেওঁ লিখিব নোৱাৰে।
asm_Beng
7,889
In other words, quality higher education is fast becoming the domain of the rich and influential, who put their children through it to ensure that they too become the rich and influential of this system.
আন শব্দত ক’বলৈ হ’লে উচ্চ শিক্ষাই লোকসকলক অত্যধিকভাৱে প্ৰভাৱিত কৰিছে ।
asm_Beng
7,890
Eject Anyway
তথাপিও উলাওক
asm_Beng
7,891
All examinations were cancelled.
বুধবাৰে অনুষ্ঠিত হ’বলগীয়া সকলো পৰীক্ষা বাতিল কৰা হৈছে।
asm_Beng
7,892
(There are two goons.
(দুইৰো প্ৰস্থান।
asm_Beng
7,893
The word spirit is also used in the Bible in another sense.
“ আত্মা ” শব্দটোক বাইবেলত আন অৰ্থটো ব্যৱহাৰ কৰা হৈছে ।
asm_Beng
7,894
in the country?.
ৰবিঠাকুৰৰ দেশত?
asm_Beng
7,895
I looked for it but never found it.
তেখেতক মই বিচাৰি ফুৰিছো কিন্তু বিচাৰি পোৱা নাই।
asm_Beng
7,896
Let us consider some of those fundamental principles. Give examples of some fundamental principles.
এই সম্পৰ্কে ৰজা চলোমনে এনেদৰে লিখিছিল: “হে মোৰ বোপা, শুনা, আৰু মোৰ কথা গ্ৰহণ কৰা. তাতে তোমাৰ আয়ুসৰ বছৰ অনেক হব ।
asm_Beng
7,897
By no means! We should therefore earnestly pray for Gods will to be done on earth, in line with the promise recorded by the apostle Peter: There are new heavens [the Messianic Kingdom government by Christ] and a new earth [a righteous human society] that we are awaiting according to his promise, and in these righteousn...
যেনেকৈ ঈশ্বৰৰ ইচ্ছা স্বৰ্গত পূৰ হয় তেনেকৈ পৃথিৱীত পূৰ হওক বুলি কৰা প্ৰাৰ্থনাৰ দ্বাৰা কি প্ৰকাশ পায়?
asm_Beng
7,898
For both classes, the reward is unearned.
প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ ওপৰত তাড়নাই কেনে প্ৰভাৱ পেলাইছিল?
asm_Beng
7,899
They have two sons.
তেওঁলোকৰ দুটি পুত্ৰ সন্তান আছে।
asm_Beng