Unnamed: 0 int64 0 50.5k | source stringlengths 1 1.85k ⌀ | target stringlengths 1 8.31k ⌀ | lang stringclasses 3
values |
|---|---|---|---|
800 | _Open Scripts Folder | স্ক্ৰিপ্ট ধাৰণকৰ্তা ফোল্ডাৰ খোলক (_O) | asm_Beng |
801 | Preliminary meet in New Delhi on BJP-AGP alliance | বিজেপিৰ কাৰ্যালয়ত অগপ-বিজেপিৰ যৌথ সংবাদমেল | asm_Beng |
802 | Hence, we have an obligation to share that knowledge with others. | যি কোনো ঈশ্বৰৰ হয়, তেওঁ ঈশ্বৰৰ কথা শুনে । | asm_Beng |
803 | All Industrial establishments shall remain closed. | ৪) সকলো ঔদ্যোগিক প্ৰতিষ্ঠান বন্ধ থাকিব। | asm_Beng |
804 | A sound body and the prospect of perfect health will allow all inhabitants of the new world to share fully in the educational work of instructing those billions resurrected in the way of life. | বৰ্তমান হয়তো আপুনি কোনো শাৰীৰিক অসুস্থতাত ভুগিবলগীয়া হৈছে । | asm_Beng |
805 | This Hebrew term, which Jehovah applies to himself, is related to the word for womb and can be described as motherly compassion. | যিহেতু কেঁচুৱাটিক দিনে - ৰাতিয়ে মাতৃৰ মনোযোগৰ আৱশ্যক । | asm_Beng |
806 | Sorry, $BrandShortName cant be installed. This version of $BrandShortName requires ${MinSupportedVer} or newer and a processor with ${MinSupportedCPU} support. Please click the OK button for additional information. | ক্ষমা কৰিব, $BrandShortName ইনষ্টল কৰিব পৰা নগ'ল। $BrandShortName-ৰ এই সংস্কৰণক ${MinSupportedVer} বা তাতকৈ নতুন আৰু ${MinSupportedCPU} সমৰ্থন কৰা প্ৰচেছৰৰ প্ৰয়োজন। অতিৰিক্ত তথ্যৰ বাবে অনুগ্ৰহ কৰি “ঠিক আছে” বুটামটোত ক্লিক কৰক। | asm_Beng |
807 | So, I am just really happy. | গতিকে মই স্বাভাৱিকতে সুখী হৈ আছোঁ। | asm_Beng |
808 | Fire broke out due to the blast. | এই বিস্ফোৰণৰ ফলত হোৱা অগ্নিকাণ্ড সংঘটিত হয়। | asm_Beng |
809 | Alternatively you can select from when selecting a profile for a device. | বিকল্পভাৱে আপুনি এটা ডিভাইচৰ বাবে এটা আলেখ্য নিৰ্বাচন কৰোতে ৰ পৰা বাছিব পাৰিব। | asm_Beng |
810 | [ Map on page 25] ( For fully formatted text, see publication) | [ ১৫ পৃষ্ঠাৰ ক্যাপ্শন] | asm_Beng |
811 | He states: To the Greek the big man was the man who went all out for vengeance. To the Christian the big man is the man who, even when he can, refuses to do so. | উইলিয়াম বাৰক্লেই নামৰ এজন বাইবেলৰ বিদ্বানৰ অনুসাৰে, চিৰসহিষ্ণুতা শব্দটো হৈছে “গ্ৰীকসকলৰ সদগুণৰ বিপৰীত । ” | asm_Beng |
812 | The comment also covered the later command that Christs followers abstain from blood. What directives about blood were given to Christians, and why? | সেই বাদ - বিবাদৰ বিষয়তো আছিল, অন্যজাতিৰ সদস্যসকলে যীচুৰ তেজৰ পৰা লাভৱান হ’বলৈ মোচিৰ ব্যৱস্থাৰ অনুসাৰে চুন্নৎ হোৱাটো আৱশ্যক হয় নে নহয়? | asm_Beng |
813 | At that time, the meek ones themselves will possess the earth, and they will indeed find their exquisite delight in the abundance of peace. Psalm 37: 11, 29. The Increase Continues | ( প্ৰকাশিত বাক্য ৭ : ১৪. ৰোমীয়া ৪ : ১ - ৩) সেই সময়ত “নম্ৰবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু প্ৰচুৰ শান্তিত হৰ্ষিত হব । ” — গীতমালা ৩৭ : ১১, ২৯. | asm_Beng |
814 | Close the folders pane | ফোল্ডাৰসমূহৰ পেইন বন্ধ কৰকopen recent file | asm_Beng |
815 | Today, while India has become a net exporter of electricity, it has also ensured that crores of households which were in darkness since independence have got electricity. | আজি ভাৰতে বিদ্যুতৰ ৰপ্তানিকাৰক হৈ উঠাৰ সমান্তৰালভাৱে স্বাধীনতাৰ পাছৰ পৰা অন্ধকাৰত থকা কোটি কোটি পৰিয়ালৰ প্ৰত্যেককে বিদ্যুৎ সংযোগ প্ৰদানৰো উদ্যোগ লৈছে৷ | asm_Beng |
816 | On Tuesday, Nisan 11, Jesus once again goes into the temple to teach. | আৰু তোমাক এই ক্ষমতা কোনে দিলে? ” | asm_Beng |
817 | Application Actions | অনুপ্ৰয়োগ সংক্ৰান্ত কাৰ্য্য | asm_Beng |
818 | Who is happier? | কোন আটাইতকৈ সুখী? | asm_Beng |
819 | The maximum RX video bitrate in kbit/s. This value will be signaled to the peer endpoint that can adjust (if it supports it) its TX bitrate if it is above the signaled value | সৰ্বাধিক RX ভিডিঅ' বিটৰেইট kbit/s ত। এই মানক পিয়াৰ এণ্ডপইন্টলৈ ইঙ্গিত কৰা হ'ব যি নিজৰ (যদি তাৰ সমৰ্থন কৰে) TX বিটৰেইট সলনি কৰিব পাৰিব যদি তাৰ মান ইঙ্গিত দিয়া মানতকে ডাঙৰ হয় | asm_Beng |
820 | Where do you go from here? | কোন ক’ত আছ ঐ লৈ যাহক মোক ইয়াৰ পৰা। | asm_Beng |
821 | It couldnt be successful. | সফল নোহোৱা বুলিও কব নোৱাৰি। | asm_Beng |
822 | What three lessons from the Law are shown here? | আমি মোচিৰ নিয়ম - ব্যৱস্থাৰ পৰা কেনে তিনি প্ৰকাৰৰ শিক্ষাৰ বিষয়ে শিকিব পাৰোঁ | asm_Beng |
823 | Unable to create PDA settings window. Incorrect conduit configuration. | PDA ৰ বৈশিষ্ট্য সংক্ৰান্ত সংযোগক্ষেত্ৰ নিৰ্ব্বাচন কৰিবলৈ ব্যৰ্থ । conduit ৰ বিন্যাস সঠিক নহয় । | asm_Beng |
824 | Maharashtra Governor Shri Ch.Vidyasagara Rao and Chief Minister Shri Devendra Fadnavis will also be present on the occasion. | এই উপলক্ষে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী বিদ্যাসাগৰ ৰাও আৰু মুখ্যমন্ত্ৰী শ্ৰী দেবেন্দ্ৰ ফাড়নাবিছো উপস্থিত থাকিব। | asm_Beng |
825 | Give me your name. | আপোনাৰ নাম লৈ লৈ ঘূৰি ফুৰোঁ। | asm_Beng |
826 | But it was not possible. | কিন্তু সম্ভৱ হৈ উঠা নাছিল। | asm_Beng |
827 | We are partners in your concerns over the loss of lives of security forces and innocent people due to the extremist violence in Rakhine State. | ৰাখিন ৰাজ্যত চৰমপন্থী হিংসাৰ ফলত নিৰাপত্তা কর্মীসকলৰ সৈতে হোৱা যুদ্ধত বহু নির্দোষী লোকৰ প্ৰাণহানিক লৈ আপোনালোকৰ যি দুশ্চিন্তা উদ্ভৱ হৈছে, আমিও তাৰ সমভাগী হৈছোঁ। | asm_Beng |
828 | Print To File | ফাইললৈ প্ৰিণ্ট কৰক | asm_Beng |
829 | The answerwith simplicity. | উত্তৰ সহজ – অধিক উপাৰ্জন। | asm_Beng |
830 | A mother is the first teacher of a child. | সন্তানৰ প্ৰথম শিক্ষাদান কৰোতা গৰাকী হ’ল মাতৃ। | asm_Beng |
831 | Everything was back to back. | পিছে সকলো পণ্ড হ'ল। | asm_Beng |
832 | But such information is hard to come by. | কিন্তু এনে ধৰণৰ তথ্যসমূহ গ্ৰহণ কৰিব নোৱাৰি। | asm_Beng |
833 | Christians had a High Priest, Jesus Christ, but he had not been seen on earth for three decades. They had a temple, but its holy place was heaven itself. | খ্ৰীষ্টানসকলৰ মহা - পুৰোহিত যীচু খ্ৰীষ্ট স্বৰ্গাৰোহণ হোৱা পিছত এই পৃথিৱীত প্ৰায় তিনি দশকে তেওঁক দেখিবলৈ নাপালে । | asm_Beng |
834 | In the the last 70 years people's expectations have changed. | ১৩। বিগত ৭০ বছৰে দেশবাসীৰ আশা-আকাংক্ষাৰ সলনি হৈছে। | asm_Beng |
835 | Furthermore, Banoo realized the lack of education and workforce skills in many young women and mothers. | তদুপৰি বানুয়ে বহুতো যুৱতী আৰু মাতৃৰ ক্ষেত্ৰত শিক্ষা আৰু কৰ্মশক্তিৰ দক্ষতাৰ অভাৱ অনুভৱ কৰিছিল। | asm_Beng |
836 | What will be your next film? | কি হ'ব জুবিনৰ পৰৱৰ্তী ছবি ? | asm_Beng |
837 | The protest was against the amended Citizenship Act. | নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলা হৈছিল। | asm_Beng |
838 | In modern times, though, Gods people have responded differently to such counsel. | আমি যিহোৱা ঈশ্বৰৰ সৈতে চলিবলৈ আমাৰ বাবে তেওঁ নিশ্চয়ে বাস্তৱিক হোৱা উচিত । | asm_Beng |
839 | Ka () ( kavarna) is the first consonant of the Devanagari abugida. | ক (क) (कवर्ण কৱৰ্ণ) দেৱনাগৰী ব্যঞ্জন বৰ্ণমালাৰ প্ৰথম আখৰ। | asm_Beng |
840 | We must choose our associates wisely. JEHOVAH BLESSES JOSEPH IN EGYPT ( Genesis 37: 1 50: 26) | যিহোৱাই মিচৰত যোচেফক আশীৰ্ব্বাদ কৰিলে | asm_Beng |
841 | But we had no time. | কিন্তু আমি পোৱা নাছিলোঁ তেখেতৰ কৰ্মব্যস্ত সময়চোৱা। | asm_Beng |
842 | it: Such as? | : তেনেকুৱাতে? | asm_Beng |
843 | Invalid URI. Load of media resource %S failed. | অবৈধ URI। মাধ্যম সম্পদ %S ল'ড হোৱা ব্যৰ্থ হল। | asm_Beng |
844 | Peter urged us: As newborn infants, form a longing for the unadulterated milk belonging to the word, that through it you may grow to salvation. | ( ১ পিতৰ ২ : ১ - ৩) আপুনি নিতৌ বাইবেল পাঠ কৰি আৰু ৰাতিৰ সময়ত ঈশ্বৰৰ বাক্য আৰু তেওঁৰ উদ্দেশ্যক ধ্যান কৰি আনন্দিত হয়নে? | asm_Beng |
845 | A: Good question. | “প্ৰশ্ন : বৰ ভাল কথা তেন্তে। | asm_Beng |
846 | Revisiting grief | দুঃখৰ উদ্ধাৰ কৰি পুনৰপি | asm_Beng |
847 | The areas of cooperation under this MoU are the following: | এই এমঅ’ইউৰ অধীনত সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰসমূহ তলত দিয়া হ’লঃ | asm_Beng |
848 | They also burned effigies of Prime Minister Narendra Modi and Chief Minister Sarbananda Sonowal. | জ্বলিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি। | asm_Beng |
849 | A simple application to access remote or virtual machines | দূৰৱৰ্তী অথবা ভাৰছুৱেল চিস্টেমসমূহ অভিগম কৰিবলে এটা সাধাৰণ অনুপ্ৰয়োগ | asm_Beng |
850 | North Eastern... | উত্তৰ পূবৰ . | asm_Beng |
851 | He takes his time to answer. | তেওঁ এটা উত্তৰ দিবলৈ সময় লয়। | asm_Beng |
852 | Get or set the handler for a mime-type. | এটা মাইম-ধৰণৰ বাবে ব্যৱস্থাপক প্ৰাপ্ত অথবা সংহতি কৰক। | asm_Beng |
853 | Prime Minister Narendra Modi also paid homage to the former prime minister. | ইফালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও স্মৰণ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক। | asm_Beng |
854 | I was naturally ecstatic. | স্বভাৱগতভাবে আবেগিক হৈছিলোঁ। | asm_Beng |
855 | What ongoing efforts have there been to bring peace in our time? | এই সকলোবোৰ ঘটনা কেতিয়া ঘটিব? | asm_Beng |
856 | Crimes in Delhi on rise | দিল্লীত নাৰীজনিত অপৰাধ বৃদ্ধিঃ প্ৰতি চাৰিঘণ্টাত ধৰ্ষিতা এগৰাকী | asm_Beng |
857 | Come May 23, the Lok Sabha election results will be out | ২৩ মেত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব । | asm_Beng |
858 | While staging the protest, the protesters slammed Prime Minister Narendra Modi and his Union government, Chief Minister Sarbananda Sonowal and his State Government by shouting various slogans against them with regard to the controversial issue. | প্রতিবাদকাৰীসকলে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ বিপক্ষেও তীর্যক বাক্য নিক্ষেপ কৰে৷ এই সত্যাগ্রহত সহযোগ কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদ, শ্রীমন্ত শংকৰদেৱ সংঘ, অসম আন্দোলনৰ সংগ্রামী সতীর্থ মঞ্চ, এবছু, আটছা, আগছু, সোণোৱাল কছাৰী ছাত্র সন্থা, ট্রাইবেল সংঘ, গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ, গোলাঘ... | asm_Beng |
859 | SSL feature not supported for SSL 2.0 connections. | SSL 2.0 সংযোগসমূহৰ বাবে SSL বৈশিষ্ট সমৰ্থিত নহয়। | asm_Beng |
860 | Undeterred, this pioneer couple set about the work of preaching and making disciples. Now there is a flourishing congregation in that town. | বাস্তৱতে এই দম্পতীহালে দেখুৱা বিশ্বস্ততাই যিহোৱাৰ আশীৰ্ব্বাদ কঢ়িয়াই আনিলে । | asm_Beng |
861 | He was happy to note that, first meal was served during the reign of Atal Behari Vajpayee jee and he has got the opportunity to serve 3rd billionth meal. | প্রধানমন্ত্রীয়ে লগতে কয়, অটল বিহাৰী বাজপেয়ীজীৰ কাৰ্যকালত প্রথম এনেদৰে ভোজনি বিতৰণ কাৰ্য আৰম্ভ কৰা হৈছিল আৰু এতিয়া সেই কাৰ্যসূচীৰে ৩০০ কোটিতম ভোজনি বিতৰণ কৰাৰ সৌভাগ্য মিলিত হৈছে। | asm_Beng |
862 | Because they will have learned the hard way that gold and silver will not buy them life during the day of Jehovahs fury. | যেতিয়া ঈশ্বৰে ‘ মহাক্লেশৰ ’ দ্বাৰা দুষ্ট লোকসকলৰ ধ্বংস কৰিব তেতিয়া প্ৰকৃত জ্ঞানে অসাধাৰণৰূপে ‘ নিজৰ গৰাকীৰ জীৱন ৰক্ষা কৰিব । ’ | asm_Beng |
863 | The Indian Constitution makes no discrimination on grounds of religion. | “ভাৰতীয় সংবিধান অনুসৰি ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ আইন হ’ব নোৱাৰে। | asm_Beng |
864 | It was time to settle accounts. | ( গীত ৪৫ : ১, ২, ৬, ৭) বিশ্বাসী বুদ্ধিমান দাসবৰ্গই প্ৰতিনিধি হৈ আৰু তেওঁৰ সম্পত্তিক বৃদ্ধি কৰি সেই আনন্দৰ ভাগী হ’ব পাৰিলে । | asm_Beng |
865 | Can not start fallback console | ফল-ব্যাক কনসোল আৰম্ভ কৰোঁতে ব্যৰ্থ | asm_Beng |
866 | In the present - day Christian congregation, there are women like Dorcas who may make garments or do other loving things for those in need. | আধুনিক সময়ত সত্য খ্ৰীষ্টান মণ্ডলীত দৰ্কাৰ দৰে ভনীসকল আছে, তেওঁলোকে হয়তো দৰিদ্ৰ ভাই - ভনীসকলৰ বাবে কাপোৰ তৈয়াৰী কৰে বা অন্য আৱশ্যকতাবোৰত প্ৰেমেৰে সহায় আগবঢ়ায় । | asm_Beng |
867 | This, no doubt, strengthened the couples faith that all things were working out in the way that God had purposed. | তাত তেওঁলোকে উপস্থিত হৈ মৰিয়ম আৰু যোচেফক ক’লে যে যীচুৰ জন্ম হোৱাৰ বিষয়ে তেওঁলোকক স্বৰ্গদূতে জনাইছিল । | asm_Beng |
868 | To trust in Jehovah means to let his thinking guide our own. To illustrate: Think of a small child sitting in the backseat of a car, with his parents in front. | ( খ) আমি কেনে দুটা পদক্ষেপৰ বিষয়ে আলোচনা কৰিম যিয়ে যিহোৱাত আস্থা ৰাখিবলৈ সহায় কৰিব? | asm_Beng |
869 | According to the locals, The vehicles high speed is said to be the reason behind the accident. | স্থানীয় লোকৰ মতে গাড়ীখনৰ তীব্ৰ গতিয়ে এই দুৰ্ঘটনাৰ কাৰণ আছিল। | asm_Beng |
870 | The two children were seriously injured and have been admitted to hospital. | গুৰুতৰভাৱে আহত দুই পুত্ৰক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। | asm_Beng |
871 | No one is an exception. | কোনোৱেই ইয়াৰ ব্যতিক্ৰম নহয়। | asm_Beng |
872 | Error creating file object | ফাইল অবজেক্ট সৃষ্টি কৰোতে ত্ৰুটি | asm_Beng |
873 | On both occasions, he sent his followers forth as harvest workers. Matthew 10: 5. Luke 10: 3. | আমাৰ আশাদায়ক বাৰ্ত্তা | asm_Beng |
874 | rpdb2 password | rpdb2 পাছৱাৰ্ড | asm_Beng |
875 | Jehovah gives it only to those who are willing to search his Word with honesty and humility. Such ones may not be wise in a fleshly way. | ( ১ কৰিন্থীয়া ১ : ২৬) তেওঁবিলাকৰ ভিতৰত এনে বহুতো ব্যক্তি আছে যিসকলে এই জগতৰ দৃষ্টিত “অপণ্ডিত সামান্য মানুহ । ” | asm_Beng |
876 | By all means, then, you young ones, praise Jehovah! | বৰ্ণনা কৰক । | asm_Beng |
877 | "I trust Innovation and Intellect of India and I trust farmers of India, MSMEs and Entrepreneurs,"" he said." | ভাৰতৰ উদ্বাৱনীয়তা, বিচক্ষণতা, ভাৰতৰ কৃষক সমাজ আৰু উদ্যোগীসকলৰ সামৰ্থ্যকো মই বিশ্বাস কৰো। | asm_Beng |
878 | """He made a phone call." | “ৰুবুলে ফোন কৰিছিল। | asm_Beng |
879 | No one was arrested! | কোনেও পেটেণ্ট কৰি থোৱা নাইতো! | asm_Beng |
880 | Could not switch the monitor configuration | মণিটৰৰ বিন্যাস চুৱিচ কৰিব নোৱাৰি | asm_Beng |
881 | Unable to access %s | “%s” অভিগম কৰিবলে অক্ষম | asm_Beng |
882 | Keep On Displaying Goodness | একেৰাহে মঙ্গলময় প্ৰকাশ কৰক | asm_Beng |
883 | Yes, so what! | হয়, ক’ৰবাত কিবা এটা হৈছে! | asm_Beng |
884 | Do you love it? | সেয়া ভালপোৱা নে? | asm_Beng |
885 | But it did not affect the election results a wee bit. | কিন্তু এই প্ৰতিবাদৰ প্ৰভাৱ নপৰিল নিৰ্বাচনৰ ফলাফলত। | asm_Beng |
886 | Everyone should be respected. | পৰম্পৰাক সকলোৱে সন্মান জনোৱা উচিত। | asm_Beng |
887 | You have to take ?n? | লোৱা উচিত নে? | asm_Beng |
888 | For centered mouse tracking, when the system pointer is at or near the edge of the screen, the magnified contents continue to scroll such that the screen edge moves into the magnified view. | কেন্দ্ৰীত মাউছ ট্ৰেকিংৰ বাবে, যেতিয়া চিস্টেম পইন্টাৰ পৰ্দাত প্ৰান্তত অথবা কাষত, তেতিয়া মেগ্নিফাইড সমলসমূহ স্ক্ৰল কৰা চলাই থাকে যাতে পৰ্দাৰ প্ৰান্ত মেগ্নিফাইড দৰ্শনত পোৱা যায়। | asm_Beng |
889 | How long in milliseconds it took during startup for the application to load libraries and finish basic initialization | আৰম্ভণিৰ সময়ত লাইব্ৰেৰীসমূহ ল'ড কৰি মৌলিক আৰম্ভণি সমাপ্ত কৰিবলে এপ্লিকেচনৰ বাবে মিলিছেকেণ্ডত কিমান সময় লাগিল | asm_Beng |
890 | At the Columbus, Ohio, convention in 1931, fitting application was made of Isaiah 43: 10 - 12. | অহাইয়ৰ কলমবাচ নামৰ ঠাইত ১৯৩১ চনত হোৱাৰ অধিৱেশনত যিচয়া ৪৩ : ১০ - ১২ পদত দিয়া বৃতান্তসমূহক কাৰ্য্যকাৰীভাৱে ব্যৱহাৰ কৰা হ’ল । | asm_Beng |
891 | Trained in the Theocratic Ministry School, all young and old, parents and children, even the infirm have shared and continue to share in fulfilling Jesus great commission. | একেইদৰে আন বহুতো দেশটো তেনে বৃদ্ধি হোৱা ৰিপোৰ্ট দেখিবলৈ পোৱা যায় । | asm_Beng |
892 | """It's a little bit frustrating." | “ এইবুলি কৈ মৃন্ময় অলপ গহীন হ’ল। | asm_Beng |
893 | Secondly, you need to make sure that the envelopes are loaded with the right side up in the printer's in-tray. Check the printer's manual for this, or try to print a single envelope and check which side is printed on to see which way is the right way up. | দ্বিতীয়তে, আপুনি সুনিশ্চিত কৰিব লাগিব যে খামসমূহ সঠিক ভাৱে প্ৰিন্টাৰৰ ইন-ট্ৰেত ল'ড কৰা হৈছে। ইয়াৰ বাবে প্ৰিন্টাৰৰ হাতপুথি নিৰীক্ষণ কৰক, অথবা এটা খাম প্ৰিন্ট কৰি চাওক আৰু চাওক কোনো প্ৰান্তত প্ৰিন্ট হৈছে যাতে সুনিশ্চিত কৰিব পাৰে যে সঠিক প্ৰান্ত ওপৰত আছে। | asm_Beng |
894 | We all have to think. | আমাৰ সকলোৰে মনবিলাক বহল কৰিব লাগিব। | asm_Beng |
895 | How can we become adept at handling the sword of the spirit? Why should we carry on prayer on every occasion? | মনোযোগেৰে বাইবেল অধ্যয়ন কৰা মনোবৃত্তিয়ে আমাক সকলো সুযোগতে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ প্ৰেৰিত কৰে | asm_Beng |
896 | Agreement between the India and Russia for cooperation on a coordinated grant competition for conducting basic and exploratory scientific research | ভাৰত আৰু ৰাছিয়াৰ মাজত মৌলিক তথা অনুসন্ধানমূলক বৈজ্ঞানিক গৱেষণা প্ৰতিযোগিতাৰ সম্বন্বিত অনুদানৰ সহযোগিতামূলক চুক্তি। | asm_Beng |
897 | Martin Luther, a preacher and a translator of the Bible, is famous for his efforts to reform the Catholic Church. | তেওঁ নিজৰ প্ৰচেষ্টাৰে কেথলীক গীৰ্জাক সংশোধন কৰিবলৈ কৰা চেষ্টাৰ বাবে বিখ্যাত হৈছিল । | asm_Beng |
898 | Automatically run a program when a USB _keyboard is connected | USB চাবিৰ ফলক সংযুক্ত কৰা হ'লে স্বয়ংক্ৰিয়ৰূপে এটা প্ৰোগ্ৰাম চলোৱা হ'ব (_k) | asm_Beng |
899 | The meeting is being held in the Parliament Library Building. | সংসদভৱনৰ পুথিভঁৰাল অট্টালিকাত অনুষ্ঠিত হয় এই বৈঠকখন। | asm_Beng |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.