Unnamed: 0
int64
0
50.5k
source
stringlengths
1
1.85k
target
stringlengths
1
8.31k
lang
stringclasses
3 values
8,200
Connect to a remote computer or shared disk
দূৰবৰ্তী কম্পিউটাৰ বা অংশ লোৱা ডিস্কৰ সৈতে সংযোগ কৰক
asm_Beng
8,201
Many people are jobless.
গৃহহীন হৈ পৰিছে বহু লোক।
asm_Beng
8,202
Well, think of the way a driving instructor teaches his students to observe the traffic laws. The instructor may teach his students the rules of the road while in a classroom.
এই বিষয়ে এজন গাড়ীৰ চালকৰ নিৰ্দ্দেশকে নিজৰ বিদ্যাৰ্থীসকলক যান - বাহনৰ সম্বন্ধে দিয়া নিৰ্দ্দেশনাবোৰক মন কৰক ।
asm_Beng
8,203
Check that the speakers are turned on and connected properly
স্পিকাৰসমূহ অন আৰু সঠিকভাৱে সংযুক্ত নে পৰিক্ষা কৰক
asm_Beng
8,204
But this is a wrong assumption.
কিন্তু এয়া সোণোৱাল চৰকাৰৰ ভুল ধাৰণা৷
asm_Beng
8,205
We exchanged views on international political, security and global economic-financial issues, as well as challenges facing sustainable development.
আর্জেণ্টিনাৰ বুয়েন্‌ছ আয়াৰছত জি–২০ সন্মিলনৰ লগত সংগতি ৰাখি এই বৈঠক অনুষ্ঠিত কৰা হয়।
asm_Beng
8,206
Does God, who created us with the need to eat and clothe ourselves, not see this? There are comforting answers to this mans concerns.
যিজন ঈশ্বৰে আমাক খোৱা আৰু বস্ত্ৰৰ আৱশ্যকতাৰ সৈতে সৃষ্টি কৰিলে, তেওঁ আমাৰ এনে দুৰ্দশাৰ প্ৰতি কিয় দৃষ্টি কৰা নাই? ”
asm_Beng
8,207
Only 50 percent people had bank accounts four years ago, while now almost everyone has access to banking services.
চাৰি বছৰ পূৰ্বে মাত্ৰ ৫০% লোকৰ বেংক একাউণ্ট আছিল৷ এতিয়া প্ৰায় সকলো লোকে বেংক সেৱা লাভ কৰিছে৷
asm_Beng
8,208
It is not Christian to disregard what others think, and never would we want our words or actions to have a damaging effect on other people.
যেতিয়া আন ব্যক্তিয়ে আপোনাৰ বিষয়ে এইধৰণৰ ভুল মতামত দিয়ে, সেই সময়ত হয়তো অসন্তুষ্ট হ’ব ।
asm_Beng
8,209
Best wishes to you and your family.
আপোনালোক আৰু আপোনালোকৰ পৰিয়াললৈ শুভকামনা জনাইছো৷
asm_Beng
8,210
However, Israel had become an unproductive degenerating vine.
প্ৰাচীন ইস্ৰায়েলসকল ফল - উৎপন্নকাৰী নোহোৱা “জক্‌মকীয়া দ্ৰাক্ষালতাস্বৰূপ ” আছিল ।
asm_Beng
8,211
Philosophers later argued that the souls of the dead did not descend into a dark underworld but actually ascended to a higher spirit realm.
এই বিষয়ে আদিপুস্তক ২ :⁠ ৭ পদটোত কি কৈছে তাক নিজেই লক্ষ্য কৰক ।
asm_Beng
8,212
Kumar was praised for his performance in the film.
চিনেমাখনত কৰা প্ৰদৰ্শনৰ বাবে কুমাৰক প্ৰশংসা কৰা হৈছিল।
asm_Beng
8,213
_Always forward calls to the given host
সদায়ে কল নিৰ্দিষ্ট গৃহস্থত আগবঢ়োৱা দিয়া হ'ব (_স)
asm_Beng
8,214
Pauls counsel, then, applies with equal force to all elders, whether anointed or not: Pay attention to yourselves and to all the flock, among which the holy spirit has appointed you overseers.
তদুপৰি, নিযুক্ত কৰা এই ব্যক্তিসকলে আত্মাৰ ফল উৎপন্ন কৰাৰ প্ৰমাণ দিয়ে ।
asm_Beng
8,215
I was fazed.
মই ফাৰ্ষ্ট হৈ গ’লো।
asm_Beng
8,216
While Christians need not fear that Satan will read their minds, they do have reason to be concerned about what thoughts Satan might try to put into their minds.
কিয়নো তাৰ ইচ্ছা এই যে খ্ৰীষ্টানসকলে যেন “চোভা - মনা আৰু মন - ভ্ৰষ্ট হোৱা আৰু সত্যহীন ” হয় ।
asm_Beng
8,217
Unexpected error in select() reading data from a child process (%s)
চাইল্ড প্ৰসেস থেকে select() দ্বাৰা তথ্য পড়তে অপ্ৰত্যাশিত সমস্যা (%s)
asm_Beng
8,218
Awards named after him
পুৰস্কাৰ তেওঁৰ নামেৰে
asm_Beng
8,219
Why? Jehovah answers: Self - exaltation and pride... I have hated.
আমি কিয় স্বাৰ্থপৰ হোৱা উচিত নহয়?
asm_Beng
8,220
Is it real or virtual?
সেইটো আকৃতিত নে প্ৰকৃতিত?
asm_Beng
8,221
For consumers, there is no charge for this.
ইয়াৰ বাবে গ্ৰাহকৰ পৰা কোনো পইচা লোৱা নহয়।
asm_Beng
8,222
This will disable this user's access to the system without deleting the user's home directory.
ব্যৱহাৰকৰ্তা ব্যক্তিগত ডিৰেক্টৰি না মুছে ব্যৱহাৰকৰ্তাৰ দ্বাৰা প্ৰণালী ব্যৱহাৰ কৰা সম্ভব ন'হ'ব ।
asm_Beng
8,223
On body and soul
মন আৰু শৰীৰৰ তিক্ততাত
asm_Beng
8,224
Yes, those stealers of homes and fields will lose their own family inheritance.
যদি গৈছে, তেন্তে নিশ্চিত হওক যে বিজয় আৰু আশাৰ পূৰ্ণতা কাষ চাপিছে ।
asm_Beng
8,225
Leonardo was flabbergasted. He replied that Antonio had done nothing at all to upset him and assured him that he had not meant to act any differently toward him.
লিয়নাৰ্ড’ই এন্টনিয়ক বিশ্বাস দিলে যে তেওঁৰ সৈতে এইদৰে ব্যৱহাৰ কৰাৰ কোনো অভিপ্ৰায় নাছিল ।
asm_Beng
8,226
When Jesus Christ appeared on the earthly scene, the temple was in the process of being progressively rebuilt by King Herod.
যেতিয়া যীচু এই পৃথিৱীলৈ আহিছিল তেতিয়া ৰজা হেৰোদৰ দ্বাৰা ক্ৰমান্বয়ে সেই মন্দিৰৰ পুনৰ নিৰ্ম্মাণ কৰা হ’ল ।
asm_Beng
8,227
Shared Keys Near Me:
মোৰ ওচৰত থকা অংশীদাৰী কি'সমূহ:
asm_Beng
8,228
Not Categorized
শ্ৰেণীভুক্ত নহয়bookmarks
asm_Beng
8,229
The Prime Minister, Shri Narendra Modi, today addressed the valedictory session of the function to mark National Law Day 2017, at Vigyan Bhawan in New Delhi.
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ২০১৭ বৰ্ষৰ ৰাষ্ট্ৰীয় আইন দিৱসৰ সামৰণি অনুষ্ঠানত ভাষণ দিয়ে।
asm_Beng
8,230
Various forces external as well as internal have tried to smother this soul of India over millennia but every time this soul has emerged more powerful and more glorious having neutralized, assimilated and incorporated every challenge that it faced.
বহু বাহ্যিক আৰু আভ্যন্তৰীণ শক্তিয়ে সহস্ৰাব্দৰ আগৰে পৰা ভাৰতৰ এই মুল ভাবনাক দমন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে, কিন্তু প্ৰতিবাৰেই আমাৰ আগত দেখা দিয়া প্ৰত্যাহ্বান নিঃশেষ, অংগীকাৰ আৰু সমাহিত কৰি অধিক শক্তিশালীভাৱে আৰু গৌৰৱেৰে ইয়াৰ বিৰুদ্ধে ঠিয় দি আহিছে।
asm_Beng
8,231
Such university education is what is meant when the term higher education is used in this article.
তেনেদৰে গ্ৰহণ কৰা শিক্ষাক “উচ্চ শিক্ষা ” বুলি এই লেখটোত উল্লেখ কৰিছে ।
asm_Beng
8,232
The Citizenship Amendment Bill has been tabled in the Rajya Sabha.
সংসদত দাখিল হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক৷
asm_Beng
8,233
We've changed with times.
সলনি হৈ গৈছিল আমাৰ সময়বোৰো।
asm_Beng
8,234
The dead body of the terrorist was recovered by the security forces.
নিহত সন্ত্ৰাসবাদীটোৰ মৃতদেহ সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰে।
asm_Beng
8,235
We caught her red-handed.
আমি তাইক হাতে-লোটে ধৰিছোঁ।
asm_Beng
8,236
Match toolbar
টুলবাৰৰ সৈতে মিলাওক
asm_Beng
8,237
PM reviews drought and water scarcity situation at high level meeting with Madhya Pradesh CM
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত খৰাং আৰু জল সংকট পৰিস্থিতিৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ
asm_Beng
8,238
Detailed forecast
বিৱৰিত প্ৰাককলন
asm_Beng
8,239
Another Christian mandate is to give material assistance to those in need.
( ৰোমীয়া ১২ :⁠ ১৩) এই কাৰ্য্যত প্ৰায়ে কিছু টকা - পইচা দান কৰাটো জড়িত আছে ।
asm_Beng
8,240
The Additional Chief Engineer, Upper Assam Zone, Water Resources Department, Dibrugarh, on behalf of the Governor of Assam invites tender for the following work
নিম্নোক্ত কামৰ বাবে জলসম্পদ বিভাগৰ উজনি অসম মণ্ডলৰ অতিৰিক্ত মুখ্য অভিযন্তাই অসমৰ ৰাজ্যপালৰ হকে নিবিদা আহ্বান কৰিছে।
asm_Beng
8,241
In contrast, consider Jesus, who had strong faith in God and whose teachings have affected hundreds of millions of people over the centuries.
কিন্তু ইয়াৰ বিপৰীতে, যীচুৰ বিষয়ে বিবেচনা কৰক ।
asm_Beng
8,242
Aids weight loss - In a balanced diet, peanuts help in weight loss.
ওজন কমোৱাত সহায়ক – কম কেলৰিৰ বিপৰীতে বৰ্ধিত ফাইবাৰে ওজন কমোৱাত সহায় কৰে৷
asm_Beng
8,243
Do not eat.
মোকো খাব নিদিয়ে।
asm_Beng
8,244
What privilege and blessings can be yours if you make your advancement manifest? Wonderful blessings await all who work hard to make their advancement manifest.
আধ্যাত্মিক পৰিপক্কতালৈ আগবাঢ়ি যোৱাৰ পথত কেনে ধৰণৰ পৰিৱৰ্ত্তন স্পষ্টকৈ দেখা যায়?
asm_Beng
8,245
He was a Journalist, a scholar of the Vedas, a thinker, a philosopher and a poet.
তেওঁলোক ডাঙৰ-দীঘল হোৱা ঘৰখন বুদ্ধিজীৱী, কবি, দাৰ্শনিক আৰু পৰিৱৰ্তনকামী ব্যক্তিৰে ভৰা আছিল।
asm_Beng
8,246
Sets 43 (TV) aspect ratio
4:3 (TV) এস্পেক্ট অনুপাত সংহতি কৰে
asm_Beng
8,247
True, they were showing contempt for Jehovah by performing the actual sacrifices.
কেৱল পুৰোহিতসকলেই ইয়াৰ বাবে দায়ী নাছিল ।
asm_Beng
8,248
South: Lakshminagar Link Road
ঘ) পশ্চিমঃ লক্ষ্মীনগৰ লিংক ৰোড
asm_Beng
8,249
Click the image of your current wallpaper in the center of the window.
উইন্ডোৰ কেন্দ্ৰত আপোনাৰ বৰ্তমান ৱালপেপাৰৰ ছবিত ক্লিক কৰক।
asm_Beng
8,250
Do not throw me away in the time of old age. just when my power is failing, do not leave me.
[ অধ্যয়নৰ বাবে প্ৰশ্নসমূহ] ১, ২.
asm_Beng
8,251
To help us appreciate more fully the meaning and value of mildness, let us consider four Bible examples.
এই বিষয়ে অধিক মূল্যাঙ্কন দেখুৱালৈ আঁহক আমি বাইবেলৰ চাৰিটা উদাহৰণক বিবেচনা কৰোঁহঁক ।
asm_Beng
8,252
The IM address '%s' could not be understood.
IM ঠিকনা '%s' বুজিব পৰা নগল।
asm_Beng
8,253
Got update detail
উন্নয়ন সংক্ৰান্ত বিৱৰণ প্ৰাপ্ত হৈছে
asm_Beng
8,254
Isaiah used common liquids water, milk, and wine as metaphors to show how our personal life is affected when we listen to Jehovah and follow the Leader and Commander he has given us.
ফলস্বৰূপে সেই প্ৰভাৱে আমাক সতেজ কৰি তুলে, যেনেকৈ অতিপাত গৰম দিনত এগিলাছ ঠাণ্ড পানী পান কৰিলে যি দৰে সতেজতা পোৱা যায় ।
asm_Beng
8,255
Don't prompt for user confirmation
ব্যৱহাৰকাৰী নিশ্চিতকৰণৰ কাৰণে প্ৰমপ্ট নকৰিব
asm_Beng
8,256
The dead bodies of the two minor girls have been sent for post mortem.
‘শিশু দুটিৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে প্ৰেৰণ কৰা হৈছে।
asm_Beng
8,257
Army observes World Environment Day
হাটশিঙিমাৰীত সেনাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন
asm_Beng
8,258
Add Exception
ব্যতিক্ৰম যোগ কৰক…
asm_Beng
8,259
These institutes will integrate Under-graduate education, Post-graduate education and research under the same umbrella.
এই প্ৰতিষ্ঠানসমূহত একেসময়তে প্ৰাক্-স্নাতক শিক্ষা, স্নাতকোত্তৰ শিক্ষা আৰু গৱেষণামুলক পাঠ্যক্ৰমৰ সুবিধা থাকিব।
asm_Beng
8,260
[ Picture on page 16] Are we generous in our expressions of affection for elderly parents?
এতিয়ালৈকে ৩০ গৰাকী যিহোৱাৰ সাক্ষী ভাই - ভনীয়ে আডেক সহায় কৰিলে ।
asm_Beng
8,261
Obedience to Jehovahs laws dignified the nation of Israel and set it apart from all other peoples.
[ অধ্যয়নৰ বাবে প্ৰশ্নসমূহ] ১, ২.
asm_Beng
8,262
The apostle John reasoned: He that does not love has not come to know God, because God is love. 1 John 4: 8.
তোমালোকে পৰস্পৰে প্ৰেম কৰিবলৈ মই তোমালোকক এইবোৰ আজ্ঞা দিছোঁ । ”
asm_Beng
8,263
Cut all vegetables and fry them with spices.
গোটেইখিনি পাচলি কাটি মছলাৰ লগত ভাজক।
asm_Beng
8,264
The owner of the house had committed suicide in his bedroom, and the last two occupants of the room had been found with a razor in their hands and their throats cut.
ঘৰৰ মালিকে তেওঁৰ শোৱা কোঠাত আত্মহত্যা কৰিছিল, আৰু কোঠাটোৰ অন্তিম দুজন বাসিন্দাক ডিঙি কটা অৱস্থাত পোৱা গৈছিল আৰু তেওঁলোকৰ হাতত আছিল ক্ষুৰ।
asm_Beng
8,265
They need proper treatment.
তেওঁলোকক সু-চিকিৎসাৰ প্ৰয়োজন।
asm_Beng
8,266
Is it not by us also that he has spoken? The account adds: Jehovah was listening.
বক - বকনি কৰা বুলিলে কেৱল কোনো এটা ভুল কাৰ্য্যৰ বাবে অভিযোগ কৰাক নুবুজাই ।
asm_Beng
8,267
No cell to close.
বন্ধ কৰিবলে কোনো কোষ নাই।
asm_Beng
8,268
I try to rectify myself.
খুব চেষ্টা কৰোঁ নিজক সংশোধন কৰিবলৈ।
asm_Beng
8,269
Tax revenues are up and interest rates are down.
কৰ-ৰাজহ বৃদ্ধি পাইছে আৰু সূদৰ হাৰ হ্ৰাস পাইছে৷
asm_Beng
8,270
"You can""t go far enough."
বেছি দূৰ যাবও নোৱাৰি।
asm_Beng
8,271
According to reports, the state government has earlier sent names of five DGP rank officials to the UPSC for the post of DGP, Assam
তথ্য অনুসৰি ৰাজ্যিক চৰকাৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান পদবীৰ বাবে ৫ জনৰ নাম ইউ পি এছ চি লৈ প্ৰেৰণ কৰিছিল।
asm_Beng
8,272
View your clean, chaste standing before Jehovah God as a precious treasure and never let it go! How Would You Answer?
প্ৰেমাভিনয় কি আৰু এই সমস্যাটোক কেনেকৈ সমাধান কৰিব পৰা যায়?
asm_Beng
8,273
There are (1) the fruitage of the spirit and (2) the Kingdom fruitage. Galatians 5: 22, 23. Matthew 24: 14. The Fruitage of Christian Qualities
ফল উৎপন্ন কৰাৰ দৃষ্টান্তটো ব্যাখ্যা কৰা কিছু সময়ৰ পূৰ্বেই যীচুৱে দিয়া আজ্ঞাক পালন কৰাৰ দ্বাৰা পবিত্ৰ আত্মাই খ্ৰীষ্টানসকলত প্ৰেম বিকাশিত কৰে বুলি উল্লেখ কৰিছিল ।
asm_Beng
8,274
%s: Cannot fork to display error/info box
%s: ত্ৰুটি/তথ্যেৰ বক্স প্ৰদৰ্শনেৰ উদ্দেশ্যে fork কৰোঁতে ব্যৰ্থ
asm_Beng
8,275
It will also accelerate the economic development of the region.
ইয়াৰ ফলত এই অঞ্চলসমূহৰ আৰ্থিক বিকাশো দ্ৰুততৰ হ’ব।
asm_Beng
8,276
Jehovah again wrote the commandments upon stone. This time, when Moses came down carrying the tablets, his face emitted rays.
সেই নিয়মবোৰে যিহোৱাৰ ব্যক্তিত্ব, বিশেষকৈ লোকবিলাকৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ বিষয়ে প্ৰকাশ কৰিলে ।
asm_Beng
8,277
Regarding taxes, what can be said about the early Christians and Jehovahs Witnesses?
[ অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
asm_Beng
8,278
A civil war means that few crops will get planted and harvested, few if any medical services will function, and little international aid will get to the needy.
যুদ্ধৰ লগে লগে বেমাৰ আৰু দুৰ্ভিক্ষ আৰম্ভ হয় ।
asm_Beng
8,279
No, none of that.
“নাই নাই তেনেকুৱা একো হোৱা নাই অ’।
asm_Beng
8,280
Answer: That's right.
উত্তৰ :- এৰা একেবাৰে সঁচা কথা কৈছে।
asm_Beng
8,281
Copyright 2003-2008 %s
স্বত্বাধিকাৰ © ২০০৩-২০০৮ %s
asm_Beng
8,282
However, China opposed the US move by putting a hold on the proposal.
কিন্তু চীনে সেই প্ৰস্তাৱৰ প্ৰতি অসন্মতি প্ৰকাশ কৰি তাৰ তীব্ৰ বিৰোধিতা কৰে।
asm_Beng
8,283
Is it not true, though, that many people have stopped apologizing, even when lawsuits are not involved? At home a wife may lament, My husband never apologizes for anything.
কিন্তু ইয়াৰ বাবে ঈশ্বৰ আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে বাইবেলে কি কৈছে, মানৱজাতিৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি তাক আপুনি জনা আৱশ্যক ।
asm_Beng
8,284
"She came to be known as 'Bani Thani', which means ""the decked out lady"", because of the exquisite jewellery and makeup that she used to adorn herself with after becoming queen."
"ৰাণী হোৱাৰ পিছত নিজকে সুসজ্জিত কৰা উৎকৃষ্ট গহনা আৰু ৰূপসজ্জাৰ বাবে তেওঁ 'বনী ঠনী' বুলি জনাজাত হৈছিল যাৰ অৰ্থ হৈছে ""সজ্জিত মহিলা।"
asm_Beng
8,285
"""There was something that was said."
“চাৰ এটা কথা পাহৰিছিলোঁৱেই।
asm_Beng
8,286
The World Health Organisation (WHO) has declared coronavirus as a pandemic.
এনে পৰিপ্ৰেক্ষিতত বুধবাৰে কৰ’না ভাইৰাছৰ সংক্ৰমণক মহামাৰীতকৈয়ো ভয়াৱহ অতি মহামাৰী হিচাপে ঘোষণা কৰিছে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই।
asm_Beng
8,287
No survivors have been found.
ইফালে উদ্ধাৰ হোৱা নাই এজনো নিহতৰ পৰিচয়।
asm_Beng
8,288
Screenshot from %s - %d.png
%s ৰ পৰা স্ক্ৰিনশ্বট - %d.png
asm_Beng
8,289
There are, of course, some problems.
নিশ্চিতভাৱে তেওঁলোক কিছু সমস্যাত পৰিছে।
asm_Beng
8,290
Two of the deaths were medics.
মৃত দুয়োজন লোকে মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ কাম কৰিছিল।
asm_Beng
8,291
Clearly, we must be careful to avoid lies, for Jehovah hates a false tongue.
মানুহলৈ ভয় কৰাৰ বাবে মিছা কোৱা হয়নে?
asm_Beng
8,292
In this period, he said, toilets in rural houses went up from 38 percent to 95 percent.
তেওঁ কয় যে এই সময়ছোৱাত দেশৰ গ্ৰামাঞ্চলত শৌচালয় নিৰ্মাণৰ হাৰ ৩৮ৰ পৰা ৯৫ শতাংশলৈ বৃদ্ধি পাইছে৷
asm_Beng
8,293
Dibrugarh University professor arrested for posting obscene video
অশ্লীল ভিডিঅ আপলোড কৰাৰ অপৰাধত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক গ্ৰেপ্তাৰ
asm_Beng
8,294
Your financial side will be very strong.
আপোনাৰ বিত্তীয় দিশ শক্তিশালী হব।
asm_Beng
8,295
Students at the university have protested the decision.
বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
asm_Beng
8,296
The brain is enclosed within the skull.
মস্তিষ্ক কৰোটিৰ গহ্বৰৰ ভিতৰত আবদ্ধ হৈ থাকে।
asm_Beng
8,297
The live and works of hundred of Indian Scientists are a compelling testament of integration of deep fundamental insights with technology development and nation building.
আজিৰ পৰা ২০ বছৰৰ পূ্ৰ্বে পোখৰানত পাৰমানৱিক পৰীক্ষাৰ সাফল্যৰ পাছত দিয়া ঐতিহাসিক ভাষণত মহান প্ৰধানমন্ত্রী অটলজিয়ে ৰাষ্ট্ৰ গঠনত বিজ্ঞান আৰু প্ৰযুক্তিৰ গুৰুত্ব অনুধাৱন কৰি সেই শ্ল’গানত যোগ কৰে, ‘জয় বিজ্ঞান’৷ তেওঁ কৈছিল, ‘জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞান’।
asm_Beng
8,298
Clear the text of the definition
সংজ্ঞাৰ লেখা আঁতৰাওক
asm_Beng
8,299
Swiss German Sun keymap
সুইস জাৰ্মান Sun কি-ম্যাপ
asm_Beng