Unnamed: 0
int64
0
50.5k
source
stringlengths
1
1.85k
target
stringlengths
1
8.31k
lang
stringclasses
3 values
9,200
258 Villages Electrified Last Week Under DDUGJY
ডিডিইউজিজেৱাইৰ অধীনত বিগত সপ্তাহত দেশৰ ২৫৮খন গাঁৱত বিদ্যুতীকৰণ
asm_Beng
9,201
And all alone!
আৰু কেৱল গড়ীয়েইনে!
asm_Beng
9,202
We may work very hard to seek the blessings of Gods Kingdom, but do we work equally hard to pursue the righteous ways of Jehovah? Matthew 6: 33.
গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল: “তেওঁৰ শাসন - প্ৰণালী পালন কৰাবিলাক ধন্য, সদায় ধৰ্ম্মাচৰণ কৰা জন ধন্য । ” ​ —⁠ গীতমালা ১০৬ :⁠ ৩. (w02 6 / 1)
asm_Beng
9,203
Change your password
আপোনাৰ পাছৱাৰ্ড পৰিবৰ্তন কৰক
asm_Beng
9,204
Many affluent families had goats, sheep and cows.
বহু পৰিয়ালৰ গৰু-ছাগলী, গাহৰি আদি ভক্ষণ কৰি আহিছিল বাঘটোৱে।
asm_Beng
9,205
Can civil wars be controlled? Will people eventually stop the killing?
মানুহে অৱশেষত হত্যা কৰাটো বন্ধ কৰিবনে?
asm_Beng
9,206
There were no teachers.
তেতিয়া লৈকে শিক্ষক আহি পোৱা নাই।
asm_Beng
9,207
Two youngsters lost their lives in an accident involving a truck and a motorcycle.
বাইক আৰু অ’ল্টোৰ মুখামুখি সংঘৰ্ষত দুজন যুৱক গুৰুতৰভাৱে আহত হয়।
asm_Beng
9,208
Sound problems
শব্দৰ সমস্যাবোৰ
asm_Beng
9,209
It also faces geo-political complexities and security challenges.
ইয়াত অৱশ্যে ভু-ৰাজনৈতিক জটিলতা আৰু সুৰক্ষা সম্পৰ্কীয় প্ৰত্যাহ্বানৰো সন্মুখীন হ’ব লগাত পৰে।
asm_Beng
9,210
The convention was attended by three hundred delegates from a number of countries.
সম্মিলনত সমগ্ৰ ৰাজ্যৰ পৰা তিনি শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহন কৰে।
asm_Beng
9,211
The injured were taken to the Assam Medical College in Dibrugarh.
আহত ব্যক্তি গৰাকীক চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতলত ভৰ্তি কৰা হৈছে।
asm_Beng
9,212
Trivial updates
গুৰুত্বহিন আপডেইটসমূহ
asm_Beng
9,213
Manju Borah (Assamese: ) is a multiple international and national award-winning Indian female film director and short story writer from Guwahati, Assam.
মঞ্জু বৰা (ইংৰাজী: Manju Borah)অসমৰ এগৰাকী যশস্বী চলচ্চিত্ৰ পৰিচালক আৰু গল্পকাৰ।
asm_Beng
9,214
_Start using %s
%s ব্যৱহাৰ কৰা আৰম্ভ কৰক (_S)
asm_Beng
9,215
No official announcement has yet been made about this.
এতিয়াও অৱশ্যে আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত কোনো ঘোষণা কৰা নাই।
asm_Beng
9,216
I have to say something.
মোৰ আৰু এটা কথা ক’বলৈ আছে।
asm_Beng
9,217
The seven golden lampstands picture all the true Christian congregations existing in the Lords day, which began in 1914. But what about the seven stars ?
‘ সাতোটা সোণৰ দীপাধাৰা ’ সকলো খ্ৰীষ্টান মণ্ডলীক নিৰ্দ্দেশিত কৰিছে, যিবোৰ “প্ৰভুৰ দিনত ” অৰ্থাৎ ১৯১৪ চনত বিদ্যামান হ’ল ।
asm_Beng
9,218
Could not load DSL user interface.
DSL ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ ল'ড কৰিব পৰা নাযায়।
asm_Beng
9,219
Scholars have also focused on her construction of poetic personas and the relationship, in her poems, between autobiography and classical myth.
পণ্ডিতসকলে তেওঁৰ কবিতাত আত্মজীৱনী আৰু শাস্ত্ৰীয় কল্পকাহিনীৰ মাজত সম্পৰ্ক নিৰ্মাণৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।
asm_Beng
9,220
I dont know how the time has passed.
কেনেকৈ সময়বোৰ পাৰ হ’ল গমেই নাপালোঁ।
asm_Beng
9,221
If harsh words are spoken to you, do not reply in kind. Remember that an answer, when mild, turns away rage. Proverbs 15: 1.
( যাকোব ৩ :⁠ ১৪ - ​ ১৬) কিছুমানে বিশ্বাস কৰে যে গ্ৰীক ভাষাত “দ্বন্দ ” শব্দটোৰ অৰ্থ হৈছে স্বাৰ্থপৰ অভিলাষ. যেনে, কোনো উচ্চ পদ পোৱাৰ আশাৰে চাতুৰ্য্যৰে কাৰ্য্য কৰা ।
asm_Beng
9,222
KL Rahul and Rohit Sharma out to begin Indias chase.
ভাৰতৰ হৈ অপেনিং কৰিবলৈ ক্ৰীজত নামিছে ৰোহিত শৰ্মা আৰু কে এল ৰাহুল।
asm_Beng
9,223
On the one hand, our procedures, processes and systems are getting aligned with the best in the world.
এফালে আমাৰ প্রক্রিয়া, প্রণালী আৰু নিয়মক বিশ্বমানৰ কৰি তোলা হৈছে আৰু আনফালে আমি বিকাশ গতি দ্রুততৰ কৰিবলৈ সক্ষম হৈছো।
asm_Beng
9,224
Tell me something about your childhood and your family.
বাইদেউ, আপোনাৰ শৈশৱ আৰু ঘৰ পৰিয়ালৰ বিষয়ে কওকচোন।
asm_Beng
9,225
The problems persist.
সমস্যাবোৰ বাঢ়ি গৈহে থাকে।
asm_Beng
9,226
Jesus words give assurance that happiness is within our reach.
প্ৰাচীন সময়ৰ ৰজা দায়ূদে নিজৰ গীতটিত উল্লেখ কৰি কৈছিল যে যিহোৱাই হৈছে প্ৰকৃত সুখৰ উৎস ।
asm_Beng
9,227
Memorandum of Understanding on Cultural Cooperation
সাংস্কৃতিক সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ
asm_Beng
9,228
We can be happy if we pursue a similar course and firmly refuse to walk in the counsel of the wicked or to be guided by their ungodly advice. What can help us to avoid the way of sinners ?
আনন্দিত হোৱাৰ কিছুমান কাৰণৰ বিষয়ে উল্লেখ কৰি গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল: “যি মানুহে দুষ্টবোৰৰ আলচত নচলে, পাপীবোৰৰ পথত থিয় নহয়, আৰু নিন্দকবোৰৰ আসনত নবহে...
asm_Beng
9,229
AllIANCE BlOW FOR BJP
লৌহমানৱীলৈ বিজেপিৰ উৎকোচ
asm_Beng
9,230
Delete a user account
এটা ব্যৱহাৰকাৰী একাওন্ট মচি পেলাওক
asm_Beng
9,231
"Does it say mutter""?"
সেয়া বোলে ‘মানৱীয়তা’?
asm_Beng
9,232
The Prime Minister Shri Narendra Modi praised the beauty of North East India and urged people to share their photos of their North East visits on Instagram using #MagnificentNortheast yesterday.
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূব ভাৰতৰ প্ৰাকৃতিক সৌন্দৰ্যত বিমুগ্ধ হৈ প্ৰশংসা কৰে আৰু জনতাক তেওঁলোকৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণৰ আলোকচিত্ৰসমূহ ইনষ্টাগ্ৰামত #MagnificentNortheast ব্যৱহাৰ কৰি বিনিময় কৰিবলৈ আহ্বান জনায়৷ তেওঁও নিজৰ আলোকচিত্ৰ বিনিময় কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷
asm_Beng
9,233
I used to wonder, why me?
মই মোৰ মাক প্ৰশ্ন কৰিছিলো, মোৰ লগতে কিয় হ’ল?
asm_Beng
9,234
Text file to include in the report
ৰিপোৰ্টে অন্তৰ্ভুক্ত কৰাৰ বাবে চিহ্নিত টেক্সট নথিপত্ৰ
asm_Beng
9,235
I dont harm you.
মই আপোনালোকৰ ক্ষতি কৰিব নোৱাৰো।
asm_Beng
9,236
Thats what everybody is thinking.
সেইটো সকলোৱে ভাবে।
asm_Beng
9,237
Two vehicles of fire brigade reached the spot and control the fire.
অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।
asm_Beng
9,238
Yet, in an earlier prophecy, he described Jesus as the lowliest one of mankind.
আৰম্ভণিতে তেওঁ বৰ্ণনা কৰা ভৱিষ্যতবাণীত যীচুক “মানুহবিলাকৰ মাজত অতি নীচ ” বুলি কৈছিল ।
asm_Beng
9,239
Its aim is perfect.
তেওঁৰ লক্ষ্য অব্যৰ্থ।
asm_Beng
9,240
Couldn't allocate memory for stream
ধাৰাৰ বাবে মেমৰি বিতৰণ কৰিবলে ব্যৰ্থ
asm_Beng
9,241
People are excited.
মানুহাে উত্তেজিত হৈ আছে।
asm_Beng
9,242
Perhaps you are among those who contributed toward the furtherance of Kingdom interests during the past service year.
( হিতোপদেশ ১৯ :⁠ ১৭) তেনে ধৰণে দেখুৱা মনোবৃত্তিত যিহোৱা ঈশ্বৰে বাস্তৱতে আনন্দিত হয়! ​ —⁠ ইব্ৰী ১৩ :⁠ ১৫, ১৬. (w05 11 / 1)
asm_Beng
9,243
But in view of all that people are doing to one another and to the earth, what do you think there will be left for the meek to inherit? Matthew 5: 5. Psalm 37: 11. King James Version.
“ আপুনি হয়তো যীচুৱে ‘ নম্ৰবিলাক পৃথিৱীৰ উত্তৰাধিকাৰী হ’ব ’ বুলি কোৱা হৃদয়স্পৰ্ষী বাক্যশাৰীৰ সৈতে ভালদৰে পৰিচিত ।
asm_Beng
9,244
He shared a tweet in this regard.
এই সম্পৰ্কত তেওঁ টুইটাৰত মন্তব্য প্ৰকাশ কৰিছে৷
asm_Beng
9,245
Eye of GNOME Image Viewer
Eye of GNOME ছবি প্ৰদৰ্শন ব্যৱস্থা
asm_Beng
9,246
Cannot rename MAPI default folder `%s' to `%s'.
MAPI ডিফল্ট ফোল্ডাৰৰ নাম `%s'ৰ পৰা `%s'-এ পৰিবৰ্তন কৰা সম্ভব নহয় ।
asm_Beng
9,247
You teach them not to be anxious about material things but to seek first Gods kingdom.
পাছলৈ তেওঁ বাপ্তিষ্মা লৈ নিয়মিত অগ্ৰগামী হিচাপে কাৰ্য্য কৰিবলৈ আৰম্ভ কৰে ।
asm_Beng
9,248
But, looking at todays celebratory mood of the Singapore city, no one in India can ever imagine this spectacular view.
কিন্ত আজিৰ এই পৰিৱেশৰ বিষয়ে ভাৰতত থাকি কোনো লোকে কল্পনা কৰিব নোৱাৰে যে ছিংগাপুৰত কি অৱস্থা বিৰাজ কৰিছে।
asm_Beng
9,249
I know it.
“জানোৱেই মই।
asm_Beng
9,250
For example, members of the Governing Body of Jehovahs Witnesses and members of Branch Committees worldwide are all very busy men.
সেয়েহে নিতৌ শাস্ত্ৰীয় বচনসমূহক পঢ়াৰ দ্বাৰা তেওঁলোকে ‘ বুদ্ধিমানৰে কাৰ্য্য ’ কৰিবলৈ সক্ষম হয় ।
asm_Beng
9,251
Jesus bore witness to the truth
যীচুৱে সত্যতাৰ পক্ষে সাক্ষ্য দিছিল
asm_Beng
9,252
Consequently, this has sparked resentment of the locals.
যাৰ ফলত এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।
asm_Beng
9,253
More than that, it will be of profit to you personally. In what way?
আমাৰ প্ৰত্যেকে কিয় বাইবেল অধ্যয়ন কৰিবলৈ আগ্ৰহী হোৱা উচিত?
asm_Beng
9,254
Man is not just an animal.
মানুহ পশুতুল্য নহয়, হ’ব নোৱাৰে।
asm_Beng
9,255
The mite Varroa destructor has become the largest single problem faced by beekeepers worldwide.
"""ভাৰোৱা ডেষ্ট্ৰাক্টৰ (Varroa destructor)"" নামৰ চাঁহী বিধ বিশ্বজুৰি মৌ পালক সকলৰ বাবে এটা আটাইতকৈ ডাঙৰ সমস্যাত পৰিণত হৈছে।"
asm_Beng
9,256
In last 4 years 99 irrigation projects have been fast tracked to completion.
ইয়াৰে ২৬ টাকৈ প্ৰকল্প কেৱল মহাৰাষ্ট্ৰতে নিৰ্মাণ কৰা হৈছে।
asm_Beng
9,257
That's how I began.
তেনেকুৱাতে মই কথা আৰম্ভ কৰিলোঁ‌…
asm_Beng
9,258
assam protests CAB
CAB ৰ বিৰোধিতাত বোকাজনত ছাত্ৰ সন্থাৰ প্ৰতিবাদ
asm_Beng
9,259
Others might be moved to join them and also be preserved in the day of Jehovahs anger. Requirements for Preservation
যিহূদাত যদি এই নতুন ৰজাজনে শুদ্ধ উপাসনাক পুনঃস্থাপন কৰা হ’লে যিহোৱাৰ সেই বিশ্বাসী লোকসকলৰ বাবে কিমান যে এক উৎসাজনক বিষয় আছিল!
asm_Beng
9,260
SSL feature not supported for servers.
SSL বৈশিষ্ট চাৰ্ভাৰসমূহৰ বাবে সমৰ্থিত নহয়।
asm_Beng
9,261
I hope the State government will give succour for doctors, economists, industrialists, businessmen, working class, farmers, unemployed and others.
আশা কৰো যে ৰাজ্যৰ চৰকাৰে চিকিৎসক , অৰ্থনীতিবিদ, শিল্পপতি, ব্যৱসায়ী, শ্ৰমজীৱী , কৃষক , নিবনুৱা আৰু অন্য লোকসকলৰ বাবে আয়ৰ উৎসৰ ব্যৱস্থা কৰিব।
asm_Beng
9,262
He was also undergoing treatment.
চিকিৎসা ব্যৱস্থাও কৰা হৈছিল।
asm_Beng
9,263
And you have become her children, provided you keep on doing good and not fearing any cause for terror. 1 Peter 3: 3 - 6. Peter counsels a Christian woman not to rely on external appearances.
যদি তেওঁ স্বয়ং এজন খ্ৰীষ্টান তেন্তে সত্যত নথকা ভাৰ্য্যাৰ বিশ্বাসৰ অনুসাৰে নচলিব ।
asm_Beng
9,264
There was electricity supply throughout the day.
দিনৰ দিনটো বিদ্যুৎ সৰবৰাহ কৰ্তন কৰা আছিল।
asm_Beng
9,265
Agreed to support collaboration between India and Uganda in the area of Information and Communication Technology.
প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰত আৰু উগাণ্ডাৰ সহযোগিতাত সন্তুষ্টি প্ৰকাশ কৰা হয়৷
asm_Beng
9,266
They are lucky.
তেওঁলোক ভাগ্যৱান।
asm_Beng
9,267
What examples show that Jehovahs greatness is unsearchable?
যিহোৱাই নিজৰ সেৱকবিলাকৰ সৈতে কেনে আচৰণ কৰে?
asm_Beng
9,268
Be responsible!
দায়িত্ব পালন কৰিলি!
asm_Beng
9,269
This is the situation.
একে অৱস্থা অগপতো।
asm_Beng
9,270
MoU between Council of Scientific & Industrial Research (CSIR), India and Hiroshima University for research partnerships was signed in October 2018.
টকিঅ’ ইনষ্টিটিউট অৱ টেকনোল’জিৰ ইনোভেটিভ ৰিছার্চ ইনষ্টিটিউট আৰু ভাৰতৰ বিজ্ঞান আৰু উদ্যোগ গৱেষণা পৰিষদৰ মাজত চলিত অক্টোবৰ মাহত এক চুক্তি স্বাক্ষৰিত হৈছে।
asm_Beng
9,271
Rahul Gandhi had resigned as the party chief following the Congress debacle in the Lok Sabha elections.
লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ শোচনীয় পৰাজয়ৰ পিছত দলৰ সভাপতি ৰাহুল গান্ধীয়ে ঘোষণা কৰিছিল দলটোৰ নেতৃত্বৰ পৰা পদত্যাগ কৰাৰ কথা।
asm_Beng
9,272
For instance, Calvin Harley, a biologist who studies human aging, said in an interview that he does not believe that humans have a program to die.
সকলো অন্বেষণকাৰীয়ে তেনেদৰে বিশ্বাস নকৰে ।
asm_Beng
9,273
It is not for me to say.
” বুলি ক’বলৈ পাহৰা নাই।
asm_Beng
9,274
If we exercise faith in Jehovah and his inspired Word, we too can regard him as the Rock of our salvation. What a heartwarming privilege!
ঈশ্বৰৰ বাক্যৰ প্ৰতি থকা বিশ্বাসে আমাৰ দৈনন্দিন আৱশ্যকতাৰ সম্বন্ধে কি আশ্বাস প্ৰদান কৰে?
asm_Beng
9,275
Even if he would not enter it, after ascending Mount Pisgah and seeing various parts of that land, Moses must have realized that it was a good land.
যদিও মোচিয়ে সেই দেশত প্ৰৱেশ কৰিব নোৱাৰিলে, তথাপিও তেওঁ পিচ্‌গা পৰ্ব্বতৰ ওপৰৰ পৰা সেই “উত্তম দেশখন ” চাই অতি আনন্দিত হৈছিল ।
asm_Beng
9,276
Safe browsing!
সুৰক্ষিত ব্ৰাউছিং!
asm_Beng
9,277
Visit support.mozilla.org
support.mozilla.org ভ্ৰমণ কৰক
asm_Beng
9,278
As regards truth, what is required of us?
( ক) ঈশ্বৰৰ সৈতে বন্ধুত্ব গঢ়ি তুলিবলৈ কিহৰ আৱশ্যক?
asm_Beng
9,279
One cannot say.
একোটো ক’ব নোৱাৰি।
asm_Beng
9,280
One scholar describes these darts as one of the most dangerous weapons in ancient warfare.
এই কাঁড়বোৰৰ বিষয়ে এজন বিদ্ধানে এইদৰে কৈছে যে, “ই প্ৰাচীন সময়ৰ যুদ্ধবোৰত ব্যৱহাৰ কৰা এক মাৰাত্মক অস্ত্ৰ আছিল । ”
asm_Beng
9,281
At the end of the talk, in most locations the speaker released a new publication entitled Isaiahs Prophecy Light for All Mankind, Volume Two.
চিয়োনৰ সন্তানবিলাকে কেনে এক মহান পৰিৱৰ্তন অনুভৱ কৰিলে?
asm_Beng
9,282
You certainly can!
“তোমাক নিশ্চয় দৰকাৰ হ’ব !
asm_Beng
9,283
I was sent to him for tuitions I was 5 when he first showed me his penis and asked me to touch it.
মোক তেওঁৰ ওচৰত টিউচন কৰিবলৈ পঠোৱা হৈছিল—মই আছিলো ৫ বছৰীয়া যেতিয়া তেওঁ প্ৰথম বাৰ মোক তেওঁৰ যৌনাংগ দেখুৱায় আৰু সেইটো চুবলৈ কয়।
asm_Beng
9,284
Sikkim as a poverty-free state, is at the top of the ladder in the Country with regard to education, health and rural development.
তেওঁ কয় যে দৰিদ্ৰতা-মুক্ত ৰাজ্য হিচাপে ছিকিমে শিক্ষা, স্বাস্থ্য আৰু গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত দেশৰ শীৰ্ষত অৱস্থান কৰিছে।
asm_Beng
9,285
In my 30 s, working at the hospital in Santa Luca
ছান্টা লুচিয়াৰ চিকিৎসালয়ত মই ৩০ বছৰ বয়সত কাৰ্য্য কৰি থকা সময়ছোৱাত
asm_Beng
9,286
You will be witnesses of me both in Jerusalem and in all Judea and Samaria and to the most distant part of the earth. ACTS 1: 8. 1, 2.
সম্পূৰ্ণকৈ সাক্ষী দিবলৈ প্ৰশিক্ষিত হোৱা
asm_Beng
9,287
How do you save nature?
এনেকৈ কেনেকৈ প্ৰকৃতি ৰক্ষা হ’ব।
asm_Beng
9,288
Do not save data
তথ্য সংৰক্ষণ কৰা ন' হ' ব
asm_Beng
9,289
Can't you see that I'm busy?
মই ব্যস্ত দেখা নাই?
asm_Beng
9,290
Those who live according to Bible knowledge are freed from the superstitions, false teachings, and ignorance that dominate the lives of millions.
( যিহিষ্কেল ১৮ :⁠ ৪) তদুপৰি বাইবেলৰ সত্যই আমাক দুষ্ট স্বৰ্গদূতসকলৰ বিষয়ে বুজাত সহায় কৰি প্ৰেতাত্মাবাদ ফান্দৰ পৰা ৰক্ষা কৰিলে ।
asm_Beng
9,291
The allegation of bogus voting is baseless.
অবৈধভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ ভিত্তিহীন।
asm_Beng
9,292
adding printer %s
%s মূদ্ৰক যোগ কৰা হৈছে
asm_Beng
9,293
It was not yet the time for him to assume kingship, and the authority for him to rule was going to be conferred on him by Jehovah, not by restless crowds. ( a) What was the message of comfort that Jesus proclaimed?
( ১ যোহন ২ :⁠ ১, ২) যীচুৱে নিজৰ সিদ্ধ মানৱ জীৱনক বলিদানৰূপে দিয়াৰ যোগেদি পোৱা লাভসমূহৰ বাবে আমি অধিক শান্ত্বনা লাভ কৰিছোঁ ।
asm_Beng
9,294
Reflecting on what had happened, Percy wondered: Is my little boy still in pain?
যি ঘটিল সেই বিষয়ে সুঁৱৰি পেৰ্চীয়ে আচৰিত হৈ এইদৰে সোধে: ‘ মোৰ কণমানি ল’ৰাটোৱে এতিয়াও কষ্ট ভুগী আছেনে?
asm_Beng
9,295
So, you can see, we are working with both speed and scale.
ইয়াৰ পৰা আপোনালোকে বুজিব পাৰিছে যে আমি দ্ৰুতগতিৰে অধিক কাম কৰিছো।
asm_Beng
9,296
May the blessings of Lord Jagannath lead to development of villages, well-being of poor & farmers and take India to new heights of progress, the Prime Minister said.
প্ৰভু জগন্নাথে গাওঁসমূহৰ বিকাশৰ বাবে, দুখীয়া আৰু কৃষকসকলৰ মংগলাৰ্থে আৰু ভাৰতক প্ৰগতিৰ নতুন শিখৰত উন্নীত হ’বলৈ আশীৰ্বাদ প্ৰদান কৰক।
asm_Beng
9,297
You won't understand anything.
আপুনি বুজিয়েই নাপাব যে কি কৈ আছে।
asm_Beng
9,298
According to this, the Devil, a name meaning slanderer, was a liar and the father of the lie.
উল্লেখ কৰা শাস্ত্ৰপদৰ অনুসাৰে গ্ৰীক ভাষাত দিয়াবল শব্দৰ মুল অৰ্থ হৈছে “প্ৰবঞ্চক ” অৰ্থাৎ“ মিছলীয়া, আৰু তাৰ বাপেক । ”
asm_Beng
9,299
"Getting information of %s on ""%s"""
"""%s"" -ত %s -ৰ তথ্য প্ৰাপ্ত কৰা হৈ আছে"
asm_Beng