Unnamed: 0
int64
0
50.5k
source
stringlengths
1
1.85k
target
stringlengths
1
8.31k
lang
stringclasses
3 values
9,400
Since that son would have no bearing on genealogical records, Ezra omitted his name.
যিহেতু কোনো বৈশিষ্ট নথকাৰ বাবে তেওঁৰ নাম বংশগত তালিকাত অন্তৰ্ভুক্ত কৰা নহ’ল ।
asm_Beng
9,401
I could not take my eyes off him.
মই তাৰ পৰা মোৰ চকুহাল আঁতৰাই আনিব খুজিও আনিব নোৱাৰিলোঁ।
asm_Beng
9,402
"""There was no way I could contemplate that."
” অৱশ্যে, তাতকৈ দূৰলৈ চিন্তা কৰিবলৈ সক্ষমেই নাছিলোঁ তেতিয়া।
asm_Beng
9,403
The injured have been sent to hospital for treatment.
আহত সকলক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ।
asm_Beng
9,404
Can't find an hbox, using a normal file selection
hbox পোৱা নাযায়, স্বাভাবিক নথিপত্ৰ নিৰ্ব্বাচন ব্যৱহাৰ কৰা হ'ব
asm_Beng
9,405
During the night watches, he went through the temple to see whether its Levite guards were awake or asleep at their posts.
আধ্যাত্মিক উত্তৰাধিকাৰৰ ওপৰত ভাৰসা ৰাখাতকৈ অধিক আৰু কি কৰা আৱশ্যক?
asm_Beng
9,406
Make this the c&urrent search engine
ইয়াক বৰ্তমান সন্ধান ইঞ্জিন বনাওক (&u)
asm_Beng
9,407
Log file to open up on startup
আৰম্ভণিত খোলাৰ বাবে চিহ্নিত লগ নথিপত্ৰ
asm_Beng
9,408
The Union Cabinet chaired by the Prime Minister Shri Narendra Modi has given its ex-post facto approval to Memorandum of Understanding (MoU) signed on 15th February, 2016 between India and Sweden on Technical Cooperation in the Railway Sector.
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে ৰে’লৱে খণ্ডত কাৰিকৰী সহযোগিতাৰ ক্ষেত্ৰত ২০১৬ৰ ১৫ ফেব্ৰুৱাৰীত ভাৰত আৰু ছুইডেনৰ মাজত স্বাক্ষৰিত চুক্তিত অনুমোদন জনাইছে৷
asm_Beng
9,409
The locality that comes first receives water and the water doesn't reach the localities behind.
যে এটা অঞ্চলত পানী আহে, যিসকল প্ৰথমে আছে তেওঁলোকে পানী লাভ কৰে আৰু যিসকল পাছলৈ আছে তেঁওলোকে পানী নাপায়।
asm_Beng
9,410
magazine in class, and some other students began asking for copies.
আলোচনী দিবলৈ নিৰ্ণয় লয় ।
asm_Beng
9,411
The movement for a cleaner India and ensuring better sanitation facilities is a peoples movement.
স্বচ্ছ ভাৰত তথা উন্নত অনাময় ব্যৱস্থা সুনিশ্চিত কৰাতো এক গণ আন্দোলনত পৰিণত হৈছে।
asm_Beng
9,412
India, China hold border talks
সীমান্ত বিবাদঃ কথা-বতৰা চলাই নিবলৈ সন্মত ভাৰত আৰু চীন
asm_Beng
9,413
Do one job.
“বঢ়িয়া এটা কাম কৰিব মাত্ৰ।
asm_Beng
9,414
They underlined that this example of successful bilateral collaboration illustrated the long-standing cultural ties and enduring collaboration between India and France in rediscovering, preserving and promoting our shared cultural heritage.
কয় যে দ্বিপাক্ষিক সহযোগিতাৰে সফল কৰি তোলা এনে গুৰুত্বপূৰ্ণ অভিযানে ভাৰত আৰু ফ্ৰান্সৰ মাজৰ দীৰ্ঘদিনীয়া সাংস্কৃতিক বিনিময় আৰু দুয়োখন দেশৰে সাংস্কৃতিক ঐতিহ্যসমূহৰ সংৰক্ষণক অধিক তৰান্বিত কৰি তুলিব৷ তেওঁলোকে লগতে আশা প্ৰকাশ কৰে যে
asm_Beng
9,415
The situation in the state is degrading day-by-day.
ৰাজ্যৰ বান পৰিস্থিতি সম্প্ৰতি দিনৰ দিনে শোচনীয় অৱস্থালৈ গতি কৰিছে।
asm_Beng
9,416
How do you write?
কেনেকৈ লিখিব পাৰে?
asm_Beng
9,417
The inquiry was in progress.
সেইকাৰণে সুৰুঙা ৰাখি তদন্ত প্ৰক্ৰিয়া চলিছিল।
asm_Beng
9,418
As a result, the general public faces a lot of problems.
যাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰিছে সাধাৰণ ৰাইজ।
asm_Beng
9,419
Not so long ago, I could not see the point of going on living. I prayed to God to let me die.
মই ঈশ্বৰক প্ৰাৰ্থনা কৰি কৈছিলোঁ যে মোক মৰিবলৈ দিয়ক ।
asm_Beng
9,420
And you cant go outside of this.
আৰু নোৱাৰো এইসোপা লৈ বহি থাকিব।
asm_Beng
9,421
The Laodiceans needed to be zealous and repent, making changes in their thinking and way of life.
বাস্তৱতে জগত জয় কৰা অভিষিক্ত বৰ্গসকলে স্বৰ্গত তেওঁৰ পিতৃৰ সোঁহাতে বহিব বুলি প্ৰতিজ্ঞা কৰিছে ।
asm_Beng
9,422
Didn't get stream file descriptor
স্ট্ৰিম ফাইলৰ বিৱৰক পোৱা নগল
asm_Beng
9,423
Several hundred people have suffered injuries.
কেইবা শতাধিক লোক বানত ক্ষতিগ্ৰস্ত হয়।
asm_Beng
9,424
While remaining in their own homeland, however, other Witnesses of Jehovah have learned another language so as to be of spiritual help to immigrants. Such efforts have been rewarding indeed.
আনকি নিজৰ দেশখনত বাস কৰা যিহোৱাৰ সাক্ষীসকলে আন ভাষা ক’বলৈ শিকি নিজৰ দেশত থকা আন ভাষা কোৱা লোকক আধ্যাত্মিকৰূপে সহায় কৰিবলৈ পাৰিছে ।
asm_Beng
9,425
We can be glad that we have much help to understand Gods Word. How can the publications of the faithful and discreet slave help us to test whether we are in the faith?
আমি বিশ্বাসত আছোঁ নে নাই, সেই বিষয়ে পৰীক্ষা কৰা উত্তম পদ্ধতিটো হৈছে: ঈশ্বৰৰ বাক্য পাঠ আৰু ইয়াৰ সামঞ্জস্যত আমাৰ আচাৰ - ব্যৱহাৰ গঢ়ি তুলাৰ সম্বন্ধে পৰীক্ষা কৰা ।
asm_Beng
9,426
In the case of ...
এনআৰচিৰ ক্ষেত্ৰত .
asm_Beng
9,427
Prime Minister said, Congratulations Mary Kom for clinching the gold at the ASBC Asian Confederation Womens Boxing Championships.
প্ৰধানমন্ত্ৰীয়ে কয়, “এএছবিচি এছিয়ান কনফেডাৰেচন মহিলাৰ বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰাৰ বাবে মেৰী কমক অভিনন্দন জ্ঞাপন কৰিছোঁ।
asm_Beng
9,428
We are surrounded by evidence of a Creator.
অৱশ্যেই পৰা নাই!
asm_Beng
9,429
You don't know.
তুমি নাজানোঁ বুলি কৈছা’।
asm_Beng
9,430
The same thing almost happened to me.
মোৰ লগতো একেই বস্তু হৈছিলেই প্ৰায়।
asm_Beng
9,431
Lists the active extensions.
সক্ৰিয় সম্প্ৰসাৰনসমূহ তালিকাভুক্ত কৰক।
asm_Beng
9,432
The youths were wearing helmets.
হেলমেট পৰিধান কৰি আহিছিল যুৱকদ্বয়ে।
asm_Beng
9,433
Renewed emphasis on credibility, brings us to the subject of introspection.
বিশ্বাসযোগ্যতাৰ ক্ষেত্রত জোৰ দিয়াৰ ক্ষেত্ৰত আমাৰ বাবে অন্তর্দর্শনৰ বিষয় হৈ উঠে।
asm_Beng
9,434
I have the utmost faith.
মোৰ প্ৰতি অগাধ বিশ্বাস।
asm_Beng
9,435
But it was not really so.
কিন্তু আচলতে তেনে হোৱা নাছিল।
asm_Beng
9,436
The government has to take responsibility.
চৰকাৰে অভিভাবকক্তৰ দায়িত্ব ল’ব লাগে।
asm_Beng
9,437
No, I dont.
” নাই, নোৱাৰো।
asm_Beng
9,438
He responded immediately: With that Pharaoh called Abram and said: What is this you have done to me?
এতিয়া চোৱা, তোমাৰ ভাৰ্য্যা এয়া, লৈ যোৱা ।
asm_Beng
9,439
What will Gogs attack cause Christ to do, with what result? Gogs attack will cause Gods enthroned King to take action and wage the war of Armageddon.
তেওঁলোকে যীচু অৰ্থাৎ ‘ মেৰ পোৱালিৰ ’ শাসনৰ দ্বাৰা প্ৰকাশ পোৱা যিহোৱাৰ আধিপত্যক ‘ খেজুৰ পাত হাতত ’ লৈ জয় জয়কাৰ কৰিছে । ​ —⁠ যোহন ১ :⁠ ২৯, ৩৬.
asm_Beng
9,440
Everyone should help them.
তেওঁক সহায় কৰাতো সকলোৰে দায়িত্ব।
asm_Beng
9,441
Some of the key highlights and takeaways from this year's budget are as follows:
২০২০-২১ চনৰ বিত্তীয় বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰস্তাৱ তলত উল্লেখ কৰা হ'ল-
asm_Beng
9,442
This will help you enhance your score.
ই তোমাৰ লেভেল বঢ়োৱাত সহায় কৰিব।
asm_Beng
9,443
Imagine the Universal Sovereign is calling upon you to share in addressing the greatest issue of all time.
( ফিলিপীয়া ২ :⁠ ৮. প্ৰকাশিত বাক্য ৬ :⁠ ৯) আপুনিও সেই একেইদৰে কৰিব পাৰে ।
asm_Beng
9,444
That is why it is important to be cautious about repeating or forwarding unverified accounts.
যদি আমি সেইবোৰক পঠাওঁতাজনক নাজানো, তেন্তে বিশেষভাৱে সতৰ্ক হোৱা আৱশ্যক ।
asm_Beng
9,445
As loving shepherds, they endeavor to build up the flock by providing instruction, direction, and reproof when needed. In so doing, they bear in mind the real purpose of discipline.
ইয়াৰ অৰ্থ হৈছে ল’ৰা - ছোৱালীক এনে ধৰণে প্ৰশিক্ষণ দিয়া যাতে তেওঁলোকে গোটেই জীৱন সেইবোৰক মনত ৰাখিব পাৰে ।
asm_Beng
9,446
Remember, God is greater than our hearts and knows all things.
[ অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
asm_Beng
9,447
Care About Us? 1 / 1 Cares About You, 7 / 1 How Many Your Works! 11 / 15 Humility, 11 / 1
যিহোৱা আনুগত্য প্ৰেমত মহান, ১ / ১
asm_Beng
9,448
"""We all know that cow dung is very helpful,"" Haripriya said."
নিজৰ দাবীৰ সমৰ্থনত বিধায়িকা হৰিপ্ৰিয়াই লগতে কয়,“ আমি সকলোৱে জানো যে গোবৰ অতি সহায়কাৰী।
asm_Beng
9,449
Error unmounting filesystem
ফাইলচিস্টেম আনমাউন্ট কৰোতে ত্ৰুটি
asm_Beng
9,450
Could not run upgrade script
সৰঞ্জাম তালিকা লিখোঁতে ব্যৰ্থ
asm_Beng
9,451
Run Tests...
পৰীক্ষা সঞ্চালন কৰা হ' ব...
asm_Beng
9,452
(Very High Priority)
(অত্যন্ত উচ্চ প্ৰাথমিকতা)
asm_Beng
9,453
A output directory or file name is required
নিৰ্গম পঞ্জিকা বা নথিপত্ৰৰ নামৰ প্ৰয়োজন
asm_Beng
9,454
Each new AIIMS will have 15-20 Super Specialty Departments.
প্ৰত্যেক নতুন এইমছত ১৫-২০টা ছুপাৰ স্পেচিয়েলিটী বিভাগ থাকিব৷
asm_Beng
9,455
Binding to eject an optical disc.
এটা অপ্টিকেল ডিস্ক বাহিৰ উলিয়াবলে বাইণ্ডিং।
asm_Beng
9,456
"Please try in a little while""."
অনুগ্ৰহ কৰি ক্ষন্তেক পিচত চেষ্টা কৰক”।
asm_Beng
9,457
Add files to an archive
আৰ্কাইভত ফাইলসমূহ যোগ কৰকDate Modified
asm_Beng
9,458
In Touched with Fire: Manic-Depressive Illness and the Artistic Temperament, Kay Redfield Jamison summarizes studies of mood-disorder rates in writers, poets and artists.
"""Touched with Fire: Manic-Depressive Illness and the Artistic Temperament"" শীৰ্ষক গ্ৰন্থত ""Kay Redfield Jamison""-এ লেখক, কবি আৰু শিল্পীসকলৰ মাজত মনোদশা বিকাৰৰ হাৰ লিপিবদ্ধ কৰিছে।"
asm_Beng
9,459
He also recalled and paid homage to the braves who have made the supreme sacrifice, and are symbols of inspiration, for generations.
প্রধানমন্ত্রী শ্রী মোদীয়ে নির্ভীক সেনানী, যিসকলে দেশৰ বাবে আত্মবলিদান দিছে, তেওঁলোকৰ কথা স্মৰণ কৰি শ্রদ্ধা নিবেদন কৰে।
asm_Beng
9,460
Expected , but found %1$S.
',' প্ৰত্যাশিত কিন্তু পোৱা গ'ল '%1$S'।
asm_Beng
9,461
New KRL has an invalid format.
নতুন KRL ৰ এটা অবৈধ বিন্যাস আছে।
asm_Beng
9,462
But is it authentic?
কিন্তু হোৱাই টাইটানিক?
asm_Beng
9,463
The apostle Paul wrote: Everyone who calls on the name of Jehovah will be saved.
ভৱিষ্যতবক্তা দানিয়েলে সত্য ‘ জ্ঞান বৃদ্ধি’ৰ ’ বিষয়ে কি কৈছিল?
asm_Beng
9,464
No agenda, no meeting.
কোনো বৈঠক, আলোচনা অনুষ্ঠিত নহয়, কোনো পৰিকল্পনা নাই ।
asm_Beng
9,465
There is no need.
প্ৰয়োজনো বোধ কৰা নাই ।
asm_Beng
9,466
The US has seen a rise in cases amid tensions between health experts and President Donald Trump.
আমেৰিকা যুক্তৰাষ্ট্ৰত স্বাস্থ্য বিশেষজ্ঞ আৰু ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মাজত মুকলি মত বিৰোধ দেখা দিয়াৰ ফলত দেশখনত সংক্ৰমণ অধিক ভয়াৱহভাৱে বৃদ্ধি পাবলৈ লৈছে।
asm_Beng
9,467
How? He rejected them, and they lost out on their heavenly hope.
সুবুদ্ধি আৰু নিৰ্ব্বুদ্ধি কন্যাসকল
asm_Beng
9,468
Forward calls to the given host if _no answer
উত্তৰ নাপালে নিৰ্দিষ্ট হস্টত কল আগবঢ়োৱা হ'ব (_n)
asm_Beng
9,469
But they were humans.
কিন্তু তেওঁ আছিল এলেহুৱা মানুহ।
asm_Beng
9,470
Use of document.createAttribute() is deprecated. Use element.setAttribute() instead.
document.createAttribute() ৰ ব্যৱহাৰ স্খলিত। তাৰ পৰিৱৰ্তে element.setAttribute() ব্যৱহাৰ কৰক।
asm_Beng
9,471
Enter the address of the server, in the form of a . Details on supported URLs are .
বিন্যাসত, চাৰ্ভাৰৰ ঠিকনা সুমুৱাওক। সমৰ্থিত URLs ৰ বিৱৰণ ।
asm_Beng
9,472
Same as Local
দূৰবৰ্তী প্ৰৱেশ নিষ্ক্ৰিয় কৰা হয়েছে।
asm_Beng
9,473
His father name is Budhu Teli and Mother Dulka Teli.
পিতৃৰ নাম হলধৰ ভূঞা আৰু মাতৃৰ নাম সোণপাহী।
asm_Beng
9,474
This has often given us the opportunity to answer their questions. On an average, one teacher stopped every day.
অহা - যোৱা কৰা বহুতো শিক্ষকে আমাক লক্ষ্য কৰিছিল আৰু কিছুমানে কি পঢ়িছে বুলিও সুধিছিল ।
asm_Beng
9,475
Is it Scripturally acceptable for a Christian to place his hand on the Bible and swear to tell the whole truth in court? Each individual must make a personal decision in this regard.
এই সম্পৰ্কে প্ৰত্যেকজনে নিজে সিদ্ধান্ত লোৱা উচিত ।
asm_Beng
9,476
You need have no worry on this point.
এই ক্ষেত্ৰতো চিন্তাৰ কোনো কাৰণ নাথকিব।
asm_Beng
9,477
We should be careful with such words.
সেয়ে এই কথাবোৰ কওঁতে আমি সাৱধান হ’ব লাগে।
asm_Beng
9,478
At the time, prisoners were hanged.
সেই সময়ত কৰুণানিধিক গ্ৰেপ্তাৰ কৰি জেলত ভৰাই ৰখা হৈছিল।
asm_Beng
9,479
He had wanted a system of a classless, stateless direct democracy.
তেওঁ শ্ৰেণীহীন, ৰাষ্ট্ৰযন্ত্ৰহীন প্ৰত্যক্ষ গণতন্ত্ৰৰ এক প্ৰণালী বিচাৰিছিল।
asm_Beng
9,480
But he felt that something was missing.
কিন্তু তেওঁৰ অনুভৱ হ’ল যেন সি অলপ আশ্ৰয়হে বিচাৰিছে।
asm_Beng
9,481
No network connection was detected.
কোনো নেটৱাৰ্ক সংযোগ পোৱা নগল।
asm_Beng
9,482
Whether to search by regular expression
সাধাৰণ অভিব্যক্তিৰ সহায়ত সন্ধান কৰা হব নে
asm_Beng
9,483
The identifier of this add-on as defined by the add-on developer
এড-অন উন্নয়নকাৰী দ্বাৰা বিৱৰণ দিয়া এই এড-অনৰ পৰিচয়ক
asm_Beng
9,484
Scan Batch Size
চাম আকাৰ স্কেন কৰক
asm_Beng
9,485
Unlike Adam, who turned out to be a selfish, self - serving father, Jesus is the ideal father.
( ১ কৰিন্থীয়া ১৫ :⁠ ৪৫) তেওঁ আদমৰ দৰে স্বাৰ্থপৰ নহয় কিন্তু এজন আদৰ্শনীয় পিতৃস্বৰূপে প্ৰমাণিত হৈছে ।
asm_Beng
9,486
But what do I know!
কিন্তু তাইকতো কথাটো জনাব লাগিব কিবা কৰি!
asm_Beng
9,487
The victims grandmother and sisters were also injured in the attack.
উক্ত এচিদ আক্ৰমণত যুৱতীগৰাকীৰ মাতৃ আৰু ভাতৃও আহত হৈছে।
asm_Beng
9,488
May we be similarly determined to fulfill our whole obligation to God. Ecclesiastes 12: 13.
গতিকে আহঁক আমিও ঈশ্বৰৰ প্ৰতি থকা আমাৰ “সকলো কৰ্ত্তব্য কৰ্ম্ম ” পূৰ্ণ কৰিবলৈ সেই একেই দৃঢ় সংকল্প দেখুৱাওঁহঁক । ​ —⁠ উপদেশক ১২ :⁠ ১৩.
asm_Beng
9,489
Your heavenly Father feeds them
তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে
asm_Beng
9,490
The day passed without incident.
কাণফুলি নোহোৱাকৈ দিনটো পাৰ হ’ল ।
asm_Beng
9,491
The understanding that Jesus has corulers is in harmony with a visionary foregleam of the enthroned Messiah that the prophet Daniel was granted.
কিয়নো সেই ৰূপান্তৰণত এই দুয়োজন ব্যক্তিকো মহিমান্বিত হোৱা দেখা গৈছিল ।
asm_Beng
9,492
He appreciated Visva Bharati University for its efforts at skill development and education in nearby villages.
চুবুৰীয়া গাঁওসমূহৰ শিক্ষাৰ প্রসাৰ আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত প্ৰচেষ্টা গ্ৰহন কৰাৰ বাবে বিশ্বভাৰতী বিশ্ববিদ্যালয়ক ভূয়সী প্রশংসা কৰে প্রধানমন্ত্রীয়ে।
asm_Beng
9,493
_Key Servers
কি' চাৰ্ভাৰসমূহ (_K)
asm_Beng
9,494
I am not well.
মোৰ দশা ঠিক নহয় ।
asm_Beng
9,495
"""We can learn lessons of success even in our failure."
তেওঁ কয়, ‘আমি বিফলতাৰ পৰাও সফলতাৰ শিক্ষা লাভ কৰিব পাৰো।
asm_Beng
9,496
%s's public files
%s-ৰ সাৰ্বজনীন নথিপত্ৰ
asm_Beng
9,497
The answer's easy.
উত্তৰটো সহজ।
asm_Beng
9,498
"Other terms that are sometimes used to describe multi-level marketing include ""word-of-mouth marketing"", ""interactive distribution"", and ""relationship marketing""."
মাল্টি লেভেল মাৰ্কেটিং বুজাবলৈ ব্যৱহৃত অন্য শব্দসমূহ হ'ল ৱাৰ্ড অফ মাউথ মাৰ্কেটিং, ইণ্টাৰেক্টিভ ডিষ্ট্ৰিবিউচন, তথা সম্পৰ্কযুক্ত বিপণন।
asm_Beng
9,499
M/o tourism felicitates Mr. Patrick Farmer on successful completion of Spirit of India Run from kanyakumari to Srinagar
কন্যাকুমাৰীৰ পৰা শ্ৰীনগৰলৈ ‘Spirit of India Run’ শীৰ্ষক দৌৰৰ সফল পৰিসমাপ্তিৰ বাবে শ্ৰী পেট্ৰিক ফাৰমাৰক পৰ্যটন মন্ত্ৰালয়ৰ সম্বৰ্ধনা
asm_Beng